কেৰ্কেটুৱালৈ মৰম

১) কাৰ দুখ দেখি মাদাৰ টেৰেছাই চকুলো টুকিছিল?

(ক)পীৰিতজনৰ

(খ)পীড়তজনৰ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)পীড়তজনৰ

২) কাক আনিছিল দুখ পাইছে বুলি?

(ক)পোৱালিটো

(খ)মাক

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)পোৱালিটো

৩)  কাৰ কৰুণ আৰ্তনাদে তেওঁৰ হিয়া চূৰ্ণ-বিচূৰ্ণ কৰিছিল

(ক)হিন্দু সকলৰ

(খ)ৰুগীয়াসকলৰ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)ৰুগীয়াসকলৰ

৪) বিপদত কি ধৰা উচিত ?

(ক)ধৈৰ্য

(খ)খং

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)ধৈৰ্য

৫) কোনে লোকসকলৰ বাবে 'নৰ্মল হৃদয়' নামৰ আৱাসগৃহ সাজিছিল?

(ক)হেলেন কেলাৰ

(খ)মাদাৰ টেৰেছা

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)মাদাৰ টেৰেছা


Post ID: DABP007134