প্ৰথম শ্ৰেণীৰ পুনৰালোচনা
Chapter 1
১) কেইবিধ পখী সভালৈ আহিছে?
ক) ৬ বিধ
খ) ৫ বিধ
গ) ৭ বিধ
উত্তৰঃ ক) ৬ বিধ
২) ১০ টকাত ১ টকাৰ কিমানটা মুদ্ৰা লাগিব ?
ক) ২০ টা
খ) ১০ টা
গ) ১৫ টা
উত্তৰঃ খ) ১০ টা
৩) ৩৭ ৰ আগৰ সংখ্যাটো কি?
ক) ৩৮
খ) ৩৬
গ) ৩৯
উত্তৰঃ খ) ৩৬
৪) ১৫ ৰ লগত ২ যোগ কৰিলে কিমান হয়?
ক) ২০
খ) ১৮
গ) ১৭
উত্তৰঃ গ) ১৭
৫) ৩১, ৩২, ৩৩, ৩৪, ৩৫ ৰ পাছত কি হয়?
ক) ৩৭
খ) ৩৬
গ) ৩৮
উত্তৰঃ খ) ৩৬
৬) ১০ ৰ পৰা ৫ বিয়োগ কৰিলে কিমান হয় ?
ক) ৬
খ) ৭
গ) ৫
উত্তৰঃ গ) ৫
৭) ৫+১০+৩ কিমান হয় ?
ক) ২৩
খ) ১৮
গ) ১৩
উত্তৰঃ খ) ১৮
৮) ৮ ডাল কাঠীৰ পৰা ২ ডাল কাঠী ভাগিলে কিমান ডাল কাঠী থাকিব?
ক) ৫ ডাল
খ) ৩ ডাল
গ) ৬ ডাল
উত্তৰঃ গ) ৬ ডাল
৯) ২১ ক কি বুলি কয়?
ক) বাইছ
খ) তেৰ
গ) একৈছ
উত্তৰঃ গ) একৈছ
১০) ১ দহ ৫ কিমান ?
ক) ১৬
খ) ১৫
গ) ২৬
উত্তৰঃ খ) ১৫
post ID: DABP007033
0 Comments