প্ৰথম শ্ৰেণীৰ পুনৰালোচনা

 Chapter 1

১) কেইবিধ পখী সভালৈ আহিছে?

ক)  ৬ বিধ

খ)   ৫ বিধ

গ)  ৭ বিধ

উত্তৰঃ ক)  ৬ বিধ

২) ১০ টকাত ১ টকাৰ কিমানটা মুদ্ৰা লাগিব ?

ক)  ২০ টা

খ) ১০ টা

গ) ১৫ টা

উত্তৰঃ খ) ১০ টা

৩) ৩৭ ৰ আগৰ সংখ্যাটো কি?

ক) ৩৮

খ) ৩৬

গ) ৩৯

উত্তৰঃ খ) ৩৬

৪) ১৫ ৰ লগত ২ যোগ কৰিলে কিমান হয়?

ক) ২০

খ) ১৮ 

গ)  ১৭

উত্তৰঃ গ)  ১৭

৫) ৩১, ৩২, ৩৩, ৩৪, ৩৫ ৰ পাছত কি হয়?

ক) ৩৭

খ) ৩৬

গ) ৩৮

উত্তৰঃ খ) ৩৬

৬) ১০ ৰ পৰা ৫ বিয়োগ কৰিলে কিমান হয় ?

ক) ৬ 

খ) ৭ 

গ) ৫

উত্তৰঃ গ) ৫

৭) ৫+১০+৩ কিমান হয় ?

ক) ২৩

খ) ১৮

গ) ১৩

উত্তৰঃ খ) ১৮

৮) ৮ ডাল কাঠীৰ পৰা ২ ডাল কাঠী ভাগিলে কিমান ডাল কাঠী থাকিব?

ক) ৫ ডাল

খ) ৩ ডাল

গ) ৬ ডাল

উত্তৰঃ গ) ৬ ডাল

৯) ২১ ক কি বুলি কয়?

ক) বাইছ

খ) তেৰ

গ) একৈছ

উত্তৰঃ গ) একৈছ

১০) ১ দহ ৫ কিমান ?

ক) ১৬

খ) ১৫

গ) ২৬

উত্তৰঃ খ) ১৫


post ID: DABP007033