যোগ-বিযোগৰ সমস্যা

 Chapter 10 

১। মণি, চামিমা আৰু বলেনে কিমান দিন সিহঁতৰ বাৰীত তামোল গছৰ তলত পৰি থকা তামোল বুটলিছিল?

ক) 5 দিন

খ) 8 দিন

গ) 2 দিন

উত্তৰঃ খ) 8 দিন

২। ১ম দিনা চামিমাই কিমান তামোল গোটালে?

ক) 35

খ) 28

গ)  16

উত্তৰঃ গ)  16

৩। এখন ফলি আৰু এডাল পেঞ্চিলৰ দাম কিমান টকা?

ক) 35

খ) 20

গ) 15

উত্তৰঃ গ) 15

৪। ৰাতিপুৱা মণিহঁতৰ চোতালত কিমান টা পাৰ চৰয়ে ধান খাই আছিল ?

ক) 15 টা

খ) 12 টা

গ) 10 টা

উত্তৰঃ খ) 12 টা

৫। কাৰ দেউতাকে ফুলনিত জেওৰা দিবলৈ ২৫ ডাল বাঁহ আনিছিল?

ক) ৰীচাৰ

খ) ৰাতুলৰ

গ) হাংমাৰ

উত্তৰঃ গ) হাংমাৰ

৬।এখন থালত কিমান টা লাডু আছিল?

ক) 10 টা

খ) 14 টা

গ) 18 টা

উত্তৰঃ খ) 14 টা

৭। মণি, মধু আৰু মাকে ক'ত চাহ-মিঠাই খালে?

ক) দোকান এখনত

খ) জন্মদিনত

গ) ওচৰৰ মানুহ এঘৰত

উত্তৰঃ ক) দোকান এখনত

৮।মৌ-পিয়া চৰায়ে এদিনত কিমান পাহ ফুলৰ মৌ চুহিলে?

ক) 35 পাহ

খ) 23 পাহ

গ) 15 পাহ

উত্তৰঃ খ) 23 পাহ

৯। মণিয়ে দোকানত কি খালে?

ক) ৰসগোল্লা

খ) জিলাপী

গ) চাহ

উত্তৰঃ ক) ৰসগোল্লা

১০। বলেনে ২য় দিনা কিমান টা তামোল বুটলিছিল?

ক) 32 টা

খ) 21 টা

গ) 81 টা

উত্তৰঃ খ) 21 টা


Post ID: DABP007080