তথ্যৰ ব্যৱহাৰ

 Chapter 12 

১। ৰংমনে ক'ত মাছ মাৰিবলৈ গ'ল?

ক) বিলত

খ) পুখুৰীত

গ) সাগৰত

উত্তৰঃ ক) বিলত

২। ৰংমনে গৰৈ মাছ কেইটা পালে?

ক) তেৰটা

খ) দহটা

গ) একৈছটা

উত্তৰঃ ক) তেৰটা

 ৩। সুৰেণ, জলি আৰু বুবুলৰ ভিতৰত কোন আটাইতকৈ ওখ?

ক) বুবুল

খ) সুৰেণ

গ) জলি

উত্তৰঃ খ) সুৰেণ

৪। জাহিৰে কোনবিধ পাচলি খাই ভাল পায়?

ক) গাজৰ

খ) মূলা

গ) ৰঙালাউ

উত্তৰঃ ক) গাজৰ

৫। মণিকায়ে কোনবিধ পাচলি খায় বেয়া পায়?

ক) আলু

খ) গাজৰ

গ) ফুলকবি

উত্তৰঃ খ) গাজৰ


Post ID: DABP007079