সময়

 Chapter 13 

১। বাৰৰ নাম কেইটা ?

ক) ৫ টা

খ) ৬ টা

গ) ৭ টা

উত্তৰঃ গ) ৭ টা

২। দেওবাৰৰ পিছত কি বাৰ হয়?

ক) সোমবাৰ

খ) মঙ্গলবাৰ

গ) বুধবাৰ

উত্তৰঃ ক) সোমবাৰ

৩। ১৪ নৱেম্বৰৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়?

ক) ধৰিত্ৰী দিৱস

খ) শিশু দিৱস

গ) স্বাধীনতা দিৱস

উত্তৰঃ খ) শিশু দিৱস

৪। ৫ নৱেম্বৰত কোনটো দিৱস পালন কৰে?

ক) গণতন্ত্ৰ দিৱস

খ) শিক্ষক দিৱস

গ) সুধাকণ্ঠ দিৱস

উত্তৰঃ গ) সুধাকণ্ঠ দিৱস

৫। বুধবাৰৰ আগৰ বাৰটো কি?

ক) দেওবাৰ

খ) বৃহস্পতিবাৰ

গ) মঙ্গলবাৰ

উত্তৰঃ গ) মঙ্গলবাৰ

৬। ফ্ৰেব্ৰুৱাৰী মাহটো কিমান দিন?

ক) ২৭

খ) ২৮

গ) ৩১

উত্তৰঃ খ) ২৮

৭। বছৰত কেইটা মাহ থাকে?

ক) ১১টা

খ) ১২টা

গ) ১৩টা

উত্তৰঃ খ) ১২টা

৮। অসমীয়া বাৰ মাহৰ প্ৰথম মাহটোৰ নাম কি?

ক) ভাদ
 
খ) ফাগুন

গ) ব'হাগ

উত্তৰঃ গ) ব'হাগ

৯। আহিন-কাতিত কি ইংৰাজী মাহ পৰে?

ক) জুন

খ) অক্টোবৰ

গ) ছেপ্তেম্বৰ

উত্তৰঃ খ) অক্টোবৰ

১০। কোনটো মাহত কুঁৱলী পৰে?

ক) আহাৰ

খ) ভাদ

গ) কাতি

উত্তৰঃ গ) কাতি


Post ID: DABP007078