৫১ৰ পৰা ৯৯ লৈ সংখ্যাবোৰ পঢ়োঁ আহা

 Chapter 4 

১। ৭২ৰ পিছৰ সংখ্যাটো কি?

ক) ৭৩

খ) ৭৪

গ) ৭৫

উত্তৰঃ ক) ৭৩

২। ৮০ৰ আগৰ সংখ্যাটো কি?

ক) ৭৮

খ) ৭৯

গ) ৭৫

উত্তৰঃ খ) ৭৯

৩। ১২ৰ টো আখৰৰে লিখা ।

ক) বাৰ

খ) এঘাৰ

গ) চল্লিচ

উত্তৰঃ ক) বাৰ

৪। ৭০ টকা + ৮ টকা = কিমান?

ক)  ৮৮ টকা

খ)  ৭৮ টকা

গ)  ৬৮ টকা

উত্তৰঃ খ)  ৭৮ টকা

৫। ১০০ টোক আখৰৰে লিখা?

ক) আশী

খ) নব্বৈ

গ) এশ

উত্তৰঃ গ) এশ

৬। ৮ দহ ৩ কিমান ?
 
ক)  ৩৮

খ)  ৬৮

গ)  ৮৩

উত্তৰঃ গ)  ৮৩

৭। ৬৮ টো আখৰৰে লিখা।

ক) চৌষষ্ঠি

খ) ঊনষাঠি

গ) আঠষষ্ঠি

উত্তৰঃ গ) আঠষষ্ঠি

৮। ৭-৫= কিমান?

ক) 

খ) ২

গ) ৬

উত্তৰঃ খ) ২

৯। ৫ দহ ৫ কিমান

ক) ৫৬

খ) ৫৫

গ) ৭৬

উত্তৰঃ খ) ৫৫

১০। ২০ ডাল কাঠীৰ পৰা ১০ ডাল কাঠী ভাগিলে কিমান ডাল থাকিব?

ক) ১৫

খ) ১০

গ) 

উত্তৰঃ খ) ১০