দ্বিমাত্ৰিক আকৃতি

  Chapter 9

১।যাৰ বিপৰীত কাষ দুযোৰ সমান, তাক কি বুলি কোৱা হয়?

ক) বৰ্গ

খ) আয়ত

গ)  চতুৰ্ভূজ

উত্তৰঃ খ) আয়ত

২। তিনিকোণীয়া আকৃতিবিলাক হ'ল?

ক) বৃত্ত

খ) বৰ্গ

গ) ত্ৰিভূজ

উত্তৰঃ গ) ত্ৰিভূজ

৩। এবিধ চাৰিকোণীয়া বস্তুৰ নাম লিখা?

ক) কলম

খ) জামিতি

গ) বল

উত্তৰঃ খ) জামিতি

৪। কিতাপ খন কেইকোণীয়া?

ক) তিনিকোণীয়া

খ) চাৰিকোণীয়া

গ) পাঁচকোণীয়া

উত্তৰঃ খ) চাৰিকোণীয়া

৫। যাৰ চাৰিওটা কাষ সমান, তাক কি বোলে?

ক) চতুৰ্ভূজ
 
খ) বৰ্গ

গ) ৰম্বাছ

উত্তৰঃ  খ) বৰ্গ