আমাৰ গাওঁ

১।  আমাৰ গাঁও কবিতাটি কোনে ৰচনা কৰিছিল ?

(ক) আনন্দচন্দ্ৰ আগৰৱালা

(খ) অতুলচন্দ্ৰ হাজৰীকা

(গ) এটাও নহয়

উত্তৰঃ (খ) অতুলচন্দ্ৰ হাজৰীকা


২। সৰু শব্দটোৰ বিপৰীত শব্দটো কি ?

(ক) বৰ

(খ) ভৰা

(গ) এটাও নহয়

উত্তৰঃ (ক) বৰ


৩। তলৰ কোনটো শব্দত ‘ৰ’ আখৰটো শেষত আছে ?

(ক) ৰচকী

(খ) পথাৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) পথাৰ


৪। পদূলিমুখত কি ফুল ফুলে ?

(ক) গধূলিগোপাল

(খ) গোলাপ

(গ) এটাও নহয়

উত্তৰঃ (ক) গধূলিগোপাল


৫। তলৰ কোনটো শব্দত ‘ল’ আখৰটো মাজত আছে ?

(ক) তলত

(খ) তৰল

(গ) এটাও নহয়

উত্তৰঃ (ক) তলত


৬। কোনডাল গছৰ গাত মৌৱে বাহ লয় বুলি কবিতাটিত প্ৰকাশ কৰিছে ?

(ক) বকুল গছত

(খ) ঔগছ জুপিত

(গ) এটাও নহয়

উত্তৰঃ (খ) ঔগছ জুপিত


৭। গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে ?

(ক) পাতে মৰমৰ হাট

(খ) খেতি কৰে

(গ) এটাও নহয়

উত্তৰঃ (ক) পাতে মৰমৰ হাট


৮। তলৰ কোনটো শব্দত ‘ৰ’ আখৰটো প্ৰথমতে আছে ?

(ক) তৰালি

(খ) ৰাইজ

(গ) এটাও নহয়

উত্তৰঃ (খ) ৰাইজ


৯।  শুৱনি শব্দৰ অৰ্থ কি ?

(ক) সৰু

(খ) দেখিবলৈ ভাল লগা, ধুনীয়া

(গ) এটাও নহয়

উত্তৰঃ (খ) দেখিবলৈ ভাল লগা, ধুনীয়া


১০। মনোহৰ শব্দৰ অৰ্থ কি ?

(ক) সুন্দৰ, মোহনীয়

(খ) একেলগে

(গ) এটাও নহয়

উত্তৰঃ (ক) সুন্দৰ, মোহনীয়


Type - Boby Bora 

DABP007105