কামত সৰু-বৰ নাই
১. চিপাহীকেইজনে চতিটো ক'ত তুলিবলৈ বিচাৰি আছিল ?
(ক)ঘৰৰ মূধচত
(খ)খুঁটা এটাৰ মূৰত
(গ)এটাও কনহয়
উত্তৰঃ(খ)খুঁটা এটাৰ মূৰত
(ক)জমাদাৰ চাহাব এজনে
(খ)জৰ্জ ৱাছিংটনে
(গ)এটাও নহয়
উত্তৰঃ(ক)জমাদাৰ চাহাব এজনে
(ক)জমাদাৰ চাহাবে ঘোঁৰাত উঠি থকা মানুহজনক কৈছিল
(খ)ঘোঁৰাত উঠি থকা মানুহজনে জমাদাৰ চাহাবক কৈছিল
(গ)এটাও নহয়
উত্তৰঃ(খ)ঘোঁৰাত উঠি থকা মানুহজনে জমাদাৰ চাহাবক কৈছিল
(ক)জৰ্জ ৱাছিংটন
(খ)জমাদাৰ
(গ)এটাও নহয়
উত্তৰঃ(ক)জৰ্জ ৱাছিংটন
(ক)কষ্টৰে
(খ)মনে মনে
(গ)এটাও নহয়
উত্তৰঃ(গ)এটাও নহয়
(ক)প + ত
(খ)প + ট
(গ)এটাও নহয়
উত্তৰঃ(ক)প + ত
(ক)সক্ষম
(খ)যত্ন
(গ)এটাও নহয়
উত্তৰঃ(খ)যত্ন
(ক)কেঁকো-জেকোকৈ
(খ)হাত-উজান
(গ)এটাও নহয়
উত্তৰঃ(গ)এটাও নহয়
(ক)ন + ত
(খ)ত + ন
(গ)এটাও নহয়
উত্তৰঃ(ক)ন + ত
(ক)হু্ৰ হু্ৰ শব্দ কৰা
(খ)টান, কঠুৱা
(গ)এটাও নহয়
উত্তৰঃ(খ)টান, কঠুৱা