গাই গাই যাওঁ

১. ৰ'দো দিলে বৰষুণো দিলে কাৰ বিয়া হয় ?

(ক)ঘনচিৰিকাৰ

(খ)খঁৰা শিয়ালৰ

(গ)এটাও নহয়

উত্তৰঃ(খ)খঁৰা শিয়ালৰ

২. তলী শব্দৰ অৰ্থ কি ?

(ক)খেতি কৰা মাটি ( যি শস্য়ৰ খেতি হয়, তাৰ নামৰ পাছত থাকে )

(খ)পাত্ৰ বা আন কোনো বস্তুৰ তলৰ ভাগ

(গ)এটাও নহয়

উত্তৰঃ (ক)খেতি কৰা মাটি ( যি শস্য়ৰ খেতি হয়, তাৰ নামৰ পাছত থাকে )

৩. তলি শব্দৰ অৰ্থ কি ?

(ক)খেতি কৰা মাটি ( যি শস্য়ৰ খেতি হয়, তাৰ নামৰ পাছত থাকে )

(খ)পাত্ৰ বা আন কোনো বস্তুৰ তলৰ ভাগ

(গ)এটাও নহয়

উত্তৰঃ (খ)পাত্ৰ বা আন কোনো বস্তুৰ তলৰ ভাগ

৪. ৰংচুৱা পাখিৰে কণমানি __________

(ক)পখিলাটি

(খ)চৰাই

(গ)এটাও নহয়

উত্তৰঃ (খ)চৰাই

৫. তলৰ কোনটো ভৱিষ্য়ত কাল ?

(ক)গৈছিলো

(খ)যাম

(গ)এটাও নহয়

উত্তৰঃ (খ)যাম

৬. ৰ'দালিৰ মাকৰ কেইডালি চুলি ?

(ক)তিনিডালি

(খ)চাৰিডালি

(গ)এটাও নহয়

উত্তৰঃ (ক)তিনিডালি

৭. মাহ + তলী =

(ক)মাহতলি

(খ)মাহতলী

(গ)এটাও নহয়

উত্তৰঃ (খ)মাহতলী

৮. হু্ৰ হু্ৰ বতা চৰাই মোৰ ________ নাখাবি

(ক)ধান

(খ)মাহ

(গ)এটাও নহয়

উত্তৰঃ (ক)ধান

৯. খঁৰা শিয়ালৰ বিয়াত কোনে তামোল কাটে ?

(ক)ৰ'দালিয়ে

(খ)ৰ'দালিৰ মাকে

(গ)এটাও নহয়

উত্তৰঃ (গ)এটাও নহয়

১০. তলৰ কোনটা ভৱিষ্যত কাল ?

(ক)কৰিব

(খ)কৰিলে

(গ)এটাও নহয়

উত্তৰঃ  (ক)কৰিব


DABP007110