গছ-গছনিৰ কথা
Chapter 1
ক) উদ্ভিদক কেইটা ভাগত ভগাব পাৰি ?
a) ৩ টা
b) ৪ টা
c) ৬ টা
উত্তৰঃ b) ৪ টা
২) মাটিৰ তলত থকা অংশটো কি ?
a) শিপা
b) ডাল
c) পাত
উত্তৰঃ a) শিপা
৩) ফুলৰ পৰা কি হয় ?
a) গছ
B) ফল
C) গুটি
উত্তৰঃ B) ফল
৪) উদ্ভিদে আহাৰ তৈয়াৰ কৰা কাৰ্যত কি গেছ এৰি দিয়ে ?
a) কাৰ্বন-ডাই-অক্সাইড
b) বায়ু
c) অক্সিজেন
উত্তৰঃ c) অক্সিজেন
৫) প্ৰাণীয়ে নিশাহত কি গেছ এৰি দিয়ে ?
a) অক্সিজেন
b) বায়ু
c) কাৰ্বন-ডাই-অক্সাইড
উত্তৰঃ c) কাৰ্বন-ডাই-অক্সাইড
৬) ৰাতি ফুলা ফুল কি ?
a) শেৱালি
b) গোলাপ
c) জৱা
উত্তৰঃ a) শেৱালি
৭) গ্ৰীস্ম ঋতুত হোৱা ফল কি ?
a) বগৰী
b) কমলা
c) আম
উত্তৰঃ c) আম
৮) শীত ঋতুত হোৱা ফল কি ?
a) লিচু
b) জলফাই
c) জামু
উত্তৰঃ b) জলফাই
৯) সকলো বছৰত হোৱা ফল কি ?
a) কল
b) আপেল
c) ওপৰৰ দয়োটা
উত্তৰঃ c) ওপৰৰ দয়োটা
১০) এটা গুটি থকা ফলক কি বুলি কোৱা হয় ?
a) এগুটীয়া
b) বহুগুটীয়া
c) এটাও নহয়
উত্তৰঃ a) এগুটীয়া
১১) বহুত গুটি থকা ফলক কি বুলি কোৱা হয় ?
a) বহুগুটীয়া
b) এগুটীয়া
c) এটাও নহয়
উত্তৰঃ বহুগুটীয়া
১২) ডাঙৰ আকাৰ ফলৰ নাম কি ?
a) কমলা
b) লিচু
c) তৰমুজ
উত্তৰঃ c) তৰমুজ
১৩) সৰু আকাৰ ফলৰ নাম কি ?
a) লিচু
b) তৰমুজ
c) কঠাঁল
উত্তৰঃ a) লিচু
১৪) উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ কি গেছ তৈয়াৰ কৰে ?
a) অক্সিজেন
b) কাৰ্বন-ডাই-অক্সাইড
c) বায়ু
উত্তৰঃ b) কাৰ্বন-ডাই-অক্সাইড
১৫) ফুলৰ ৰং আৰু------কীট-পতংগ আকৰ্ষণ কৰে
a) ৰং
b) প্ৰায়
c) গোন্ধে
উত্তৰঃ b) প্ৰায়
১৬) উদ্ভিদে আহাৰ প্ৰস্তত কৰিবলৈ--------গেছ ব্য়ৱহাৰ কৰে
a) কাৰ্বন-ডাই-অক্সাইড
b)অক্সিজেন
c) এটাও নহয়
উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড
১৭) লিচু জলফাই আদিৰ -----গুটি থাকে
a) এটা
b) দুটা
c) চাৰিটা
উত্তৰঃ এটা
১৮) ফুলৰ পৰা -----উৎপন্ন হয়
a) গুটি
b) শিপা
c) ফল
উত্তৰঃ c) ফল
১৯) আমাৰ চৌপাশত কি ধৰনৰ উদ্ভিদ আছে ?
a) বিভিন্ন ধৰনৰ
b) একেধৰনৰ
c) এটাও নহয়
উত্তৰঃ a) বিভিন্ন ধৰনৰ
২০) তলৰ বহুগুতিয়া ফল কোন বিধ ?
a) আম
b) লেচু
c) কঁঠাল
উত্তৰঃ c) কঁঠাল
Type by : Pompi Hazarika
DABP007359