Chapter 5

স্বাস্থ্য আৰু সুৰক্ষা



১। ৰঙা ৰঙে কি কৰিবলৈ কয়?

(ক) যাবলৈ

(খ) সাজু হ’বলৈ কয়

(গ) ৰ’বলৈ কয়

উত্তৰঃ (গ) ৰ’বলৈ কয়


২। ৰাতিপুৱা সোনকালে শুই উঠি কি কৰিব লাগে?

(ক) খাব লাগে

(খ) মুখ ধূব লাগে

(গ) গা-ধূব লাগে

উত্তৰঃ (খ) মুখ ধূব লাগে


৩। ঘৰতে যদি চিকিৎসা ভাল কৰা হয় তাক কি বালা হয়?

(ক) ঘৰুৱা চিকিৎসা

(খ) প্ৰাথমিক চিকিৎসা

(গ) এটাও নহয়

উত্তৰঃ (খ) প্ৰাথমিক চিকিৎসা


৪। জোক লাগিলে কি দিলে জোক সৰি পৰে?

(ক) নিমখ

(খ) পিয়াজ

(গ) নহৰু

উত্তৰঃ (ক) নিমখ


৫। প্ৰথমিক চিকিৎসাৰ বাকচটো সকলোৱে চিনি পাবলৈ বাকচটোৰ ওপৰত কি চিন ব্য়ৱহাৰ কৰা হয়?

(ক) বিয়োগ চিন

(খ) হৰণ চিন

(গ) যোগ চিন

উত্তৰঃ (গ) যোগ চিন


৬। স্বাস্থ্য় ভালে ৰাখিবলৈ হ’লে আমি কিহৰ যতন লব লাগে?

(ক) দেহৰ

(খ) মনৰ

(গ) খোৱা-বোৱা

উত্তৰঃ (ক) দেহৰ


৭। বেমা-আজাৰ হ’লে শৰীৰটো কেনেধৰণৰ লাগে?

(ক) সাহসী লাগে

(খ) দুৰ্বল লাগে

(গ) খেলিবলৈ মন যায়

উত্তৰঃ (খ) দুৰ্বল লাগে


৮। আমি কেনেকুৱা ঠাইত খেলিব লাগে?

(ক) ওখোৰা-মোখোৰা ঠাইত

(খ) সমতল ঠাইত

(গ) পানী পৰি পিছল হৈ থকা ঠাইত

উত্তৰঃ (খ) সমতল ঠাইত


৯। হাত-ভৰি মোচোকা খালে তাত কি কি লগাব পাৰি?

(ক) বৰফ আৰু কেচা হলধি পিহি

(খ) পিয়াজৰ ৰস

(গ) বিশল্য়কণী

উত্তৰঃ (গ) বিশল্য়কণী


১০। কি কৰিলে আমাৰ জ্ঞান বাঢ়ে?

(ক) পঢ়িলে

(খ) খেলিলে

(গ) শুলে

উত্তৰঃ (ক) পঢ়িলে


১১। ওখোৰা-মোখোৰা ঠাইত খেলিব ? 

(ক) লাগে

(খ) নালাগে

(গ) এটাও নহয়

উত্তৰঃ (খ) নালাগে


১২। নৈ, পুখুৰী আদিৰ পানীত অভিভাৱক বা ডাঙৰৰ অনুমতি নোহোৱাকৈ সাঁতুৰিবলৈ যাব ?

(ক) নালাগে

(খ) লাগে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) নালাগে


১৩। লাঠী, দা-কটাৰী, জুই হাতত লৈ খেলিব ? 

(ক) লাগে

(খ) নালাগে

(গ) এটাও নহয়

উত্তৰঃ (খ) নালাগে


১৪। ট্ৰেফিক লাইটৰ ৰঙা ৰঙে কি কয় ?

(ক) ৰ’বলৈ কয়

(খ) সাজু হ’বলৈ কয়

(গ) যাবলৈ কয়

উত্তৰঃ (ক) ৰ’বলৈ কয়


১৫। ট্ৰেফিক লাইটৰ হালধীয়া ৰঙে কি কয় ? 

(ক) যাবলৈ কয়

(খ) ৰ’বলৈ কয়

(গ) সাজু হ’বলৈ কয়

উত্তৰঃ (গ) সাজু হ’বলৈ কয়


১৬। ট্ৰেফিক লাইটৰ সেউজীয়া ৰঙে কি কয় ?

(ক) সাজু হ’বলৈ কয়

(খ) ৰ’বলৈ কয়

(গ) যাবলৈ কয়

উত্তৰঃ (গ) যাবলৈ কয়


১৭। জুইৰ কাষত বহিলে কি কৰিব লাগে ? 

(ক) আঁতৰত বহিব লাগে

(খ) ওচৰত বহিব লাগে

(গ) এটাও নহয়

উত্তৰঃ (ক) আঁতৰত বহিব লাগে


১৮। তলৰ কোনটো বস্তু বৈদ্য়ুতিক লিখা ? 

(ক) টেবুল ফেন

(খ) লাঠি

(গ) এটাও নহয়

উত্তৰঃ (ক) টেবুল ফেন


১৯। শিল, আইনাৰ টুকুৰা, গজাল আদি পৰি থকা ঠাইত খেলিব যাব ?

(ক) লাগে নে

(খ) নালাগে

(গ) এটাও নহয়

উত্তৰঃ (খ) নালাগে


২০। অকস্মাতে হোৱা দুৰ্ঘটনাই হ’ল ? 

(ক) আকস্মিক দুৰ্ঘটনা

(খ) হঠাৎতে আঘাত পোৱা দুৰ্ঘটনা

(গ) ওপৰৰ দুইটাই হয়

উত্তৰঃ (ক) আকস্মিক দুৰ্ঘটনা


Type by : Pompi Hazarika

DABP007360