কম্পিউটাৰ
১) কস্পিউটাৰৰ পূৰ্বপুৰুষ বুলিলে কাক জনা যায় ?
(ক) চাৰ্লছ পি. বেবেজ
(খ) এবাকাছ
(গ) ফৰাছীৰ ব্লেইজ পাছকেল
উত্তৰঃ (খ) এবাকাছ
(ক) এবাকাছ হল ১ , ২ , ৩ আদি বুজাবলৈ ৰঙীণ মণি থকা এখন ফলি
(খ) এবাকাছ হল 4 . 5 . 6 আদি বুজাবলৈ ৰঙীণ মণি থকা এখন ফলি
(গ) এবাকাছ হল 7. 8. 9 আদি বুজাবলৈ ৰঙীণ মণি থকা এখন ফলি
উত্তৰঃ (ক) এবাকাছ হল ১ , ২ , ৩ আদি বুজাবলৈ ৰঙীণ মণি থকা এখন ফলি
(ক) ১৮৩০
(খ) ১৮২৭
(গ) ১৮২৫
উত্তৰঃ (খ) ১৮২৭
(ক) ফৰাছীৰ ব্লেইজ পাছকেল
(খ) ছাৰ আইজাক নিউটন
(গ) চাৰ্লছ পি . বেবেজ
উত্তৰঃ (গ) চাৰ্লছ পি . বেবেজ
(ক) ১৬৫০
(খ) ১৬৪৭
(গ) ১৬৪৩
উত্তৰঃ (খ) ১৬৪৭
(ক) ফৰাছীৰ ব্লেইজ পাছকেল
(খ) চাৰ্লছ পি . বেবেজ
(গ) ছাৰ আইজাক নিউটন
উত্তৰঃ (ক) ফৰাছীৰ ব্লেইজ পাছকেল
(ক) কস্পিউটাৰ
(খ) চাইকেল
(গ) বাইক
উত্তৰঃ (ক) কস্পিউটাৰ