Chapter 13

সাগৰৰ জীৱবোৰ



১। শামুক,পতংগ,কেঁকোৰা তৰামাছ আদি কি প্ৰাণী ?

(ক) অমেৰুদণ্ডী প্ৰাণী

(খ) সাধাৰণ প্ৰাণী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অমেৰুদণ্ডী প্ৰাণী



২। সাগৰত জলজ উদ্ভিদৰ লগতে আৰু কি থাকে?

(ক) অমেৰুদণ্ডী প্ৰাণী

(খ) মেৰুদণ্ডী

(গ) এটাও নহয়

উত্তৰঃ (ক) অমেৰুদণ্ডী প্ৰাণী


৩। সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ—

(ক) নেক্‌টন

(খ) বেনথ'জ

(গ) প্লেংকটন শ্ৰেণীৰ

উত্তৰঃ (খ) বেনথ'জ


৪। সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্র গঢ়ি উঠে?

(ক) প্লৱক বা প্লেংকটন উদ্ভিদ

(খ) নেকটন

(গ) প্লাজ

উত্তৰঃ (ক) প্লৱক বা প্লেংকটন উদ্ভিদ


৫। সাগৰীয় জীৱবোৰ কেইপ্ৰকাৰৰ?

(ক) তিনিপ্ৰকাৰৰ

(খ) দুইপ্ৰকাৰৰ

(গ) চাৰিপ্ৰকাৰৰ

উত্তৰঃ (ক) তিনিপ্ৰকাৰৰ


৬। সাগৰীয় জীৱবোৰক  কিহৰ ভিত্তিত  শ্ৰেণী বিভক্ত কৰা হৈছে ?

(ক) লৰচৰ কৰাৰ ধৰণ আৰু বসতি স্থলৰ

(খ) ধূৰি ফুৰাৰ ভিত্তিত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) লৰচৰ কৰাৰ ধৰণ আৰু বসতি স্থলৰ


৭। সাগৰ মহাসাগৰৰ উদ্ভিদ আৰু প্রাণীবােৰক কেইভাগত ভাগকৰা হৈছে আৰু কি কি ? 

(ক) তিনিভাগত

(খ) চাৰিভাগত

(গ) পাচঁভাগত

উত্তৰঃ (ক) তিনিভাগত


৮। দিনটোত দুবাৰ সাগৰৰ পানী উঠা নমা কৰাকে 

(ক) সাগৰীয় সোঁত

(খ) জোৱাৰ ভাটা

(গ) ঢৌ বােলে

উত্তৰঃ (খ) জোৱাৰ ভাটা