Chapter 2
সৌৰজগত আৰু প্ৰাকৃতিক পৰিৱেশ
১। আমি বাস কৰা পৃথিৱীখন কি?
(ক) সৌৰজগতৰ এটি গ্ৰহ
(খ) এটা ধুমকেতু
(গ) এটা উল্কা পিন্ড
উত্তৰঃ (ক) সৌৰজগতৰ এটি গ্ৰহ
২। সূৰ্য সৌৰজগতৰ কি ?
(ক) আধাৰ
(খ) সম্পূৰ্ণ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) আধাৰ
৩। দূৰত্ব হিচাপত সূৰ্য পৰা পৃথিৱীৰ স্থান কেই নম্বৰত ?
(ক) প্ৰথম
(খ) দ্বিতীয়
(গ) তৃতীয়
উত্তৰঃ (গ) তৃতীয়
৪। সৌৰজগতত মুঠতে কেইটা গ্ৰহ আছে ?
(ক) ৫ টা
(খ) ৮ টা
(গ) ৭ টা
উত্তৰঃ (খ) ৮ টা
৬। কাৰ সৈতে সকলোবোৰ গ্ৰহক একেলগে সৌৰজগত বোলে ?
(ক) সূৰ্য সৈতে
(খ) শনি সৈতে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) সূৰ্য সৈতে
৭। পৃথীৱীখন সূৰ্যৰ পৰা কিমান দূৰত অৱস্থিত ?
(ক) ৫ কোটি কিলোমিটাৰ
(খ) ১৫ কোটি কিলোমিটাৰ
(গ) ৭ কোটি কিলোমিটাৰ
উত্তৰঃ (খ) ১৫ কোটি কিলোমিটাৰ
(৮) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?
Type: Pompi Hazarika