Chapter 3

পৃথিৱীখন বসবাসৰ উপযোগী কিয়



১। জীৱৰ জীৱন ধাৰণৰ বাবে পৃথিৱীত কি কি উপলব্ধ  ?

(ক) গাড়ী ,ঘৰ

(খ) মাটি, পানী আৰু বায়ু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মাটি, পানী আৰু বায়ু


২। উদ্ভিদে প্ৰাণীৰ বাবে কিহৰ যোগান ধৰে ?

(ক) অক্সিজেন আৰু খাদ্য

(খ) মাটি, পানী আৰু বায়ু

(গ) গাড়ী, ঘৰ

উত্তৰঃ (ক) অক্সিজেন আৰু খাদ্য


৩। প্ৰাণীয়ে নিশাহত কি গেছ এৰি দিয়ে ?

(ক) অক্সিজেন

(খ) নাইট্ৰ ' জেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ (গ) কাৰ্বন-ডাই-অক্সাইড


৪। কাৰ্বন-ডাই-অক্সাইড বিধ কি ?

(ক) গৰম

(খ) চেচাঁ

(গ) গৰম আৰু বিষাক্ত

উত্তৰঃ (গ) গৰম আৰু বিষাক্ত


৫। উদ্ভিদ আৰু প্ৰাণীৰ লগত কিহে বিনিময় প্ৰথাৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰে  ?

(ক) মাটি, পানী আৰু বায়ু

(খ) গৰম আৰু বিষাক্ত গেছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মাটি, পানী আৰু বায়ু


৬। প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছ কেনেকুৱা হয়?

(ক) গৰম

(খ) শিতল

(গ) গৰম আৰু বিষাক্ত

উত্তৰঃ (গ) গৰম আৰু বিষাক্ত


৭।  আমাৰ পৃথিৱীখন গৰম নে ঠাণ্ডা?

(ক) বেচি ঠাণ্ডাও নহয় আৰু অত্যন্ত গৰমো নহয়।

(খ) বেচি ঠাণ্ডাও

(গ) অত্যন্ত গৰমো

উত্তৰঃ (ক) বেচি ঠাণ্ডাও নহয় আৰু অত্যন্ত গৰমো নহয়।


৮। উদ্ভিদ আৰু প্ৰাণীয়ে কাৰ লগত বিনিময় প্ৰথা কৰি পৰিবেশৰ ভাৰাসাম্য ৰক্ষা কৰে?

(ক) পানী আৰু বায়ুৰ লগত বিনিময় প্ৰথা কৰি

(খ) মাটি আৰু বায়ুৰ লগত বিনিময় প্ৰথা কৰি

(গ) এটাও নহয়

উত্তৰঃ (ক) পানী আৰু বায়ুৰ লগত বিনিময় প্ৰথা কৰি


৯।  পৃথিৱীখন এটা মূৰৰপৰা আনটো মূৰলৈ কিমান দীঘল ?

(ক) তেৰ হাজাৰ কিল'মিটাৰৰ ওচৰা উচৰি হ'ব

(খ) বাৰ হাজাৰ কিল'মিটাৰৰ ওচৰা উচৰি হ'ব

(গ) এটাও নহয়

উত্তৰঃ (ক) তেৰ হাজাৰ কিল'মিটাৰৰ ওচৰা উচৰি হ'ব


১০। পৃথিৱীৰ উপৰিভাগত মাটিভাগ কিমান?

(ক) ২৪

(খ) ২৯

(গ) ৩০

উত্তৰঃ (খ) ২৯



Type: Pompi Hazarika


Post ID: DABP006862