Chapter 4
পৃথিৱীত জীৱৰ বিচৰণৰ আৰম্ভণি
১। পৃথিৱীৰ প্ৰথম জীৱ বুলি কাক ধৰা হয় ?
(ক) মানুহক
(খ) (নীল সেউজীয়া ) শেলাইবোৰক
(গ) গৰু, ছাগলী বোৰক
উত্তৰঃ (খ) (নীল সেউজীয়া ) শেলাইবোৰক
২। শেলাই বোৰ কেনেকুৱা ঠাইত গজে ?
(ক) জেঁকা বা পানী থকা ঠাইত
(খ) শুকান ঠাইত
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) জেঁকা বা পানী থকা ঠাইত
৩। শেলাইৰ দেহত কি থাকে ?
(ক) পানী থাকে
(খ) পত্ৰহৰিৎ থাকে
(গ) কাৰ্বন-ডাই-অক্সাইড থাকে
উত্তৰঃ (খ) পত্ৰহৰিৎ থাকে
৪। একেবাৰে শেষত পৃথিৱীৰ বাসিন্দা কোন ?
(ক) মানুহ
(খ) শেলাই
(গ) গৰু আৰু ছাগলী
উত্তৰঃ (ক) মানুহ
৫। মানুহ পৃথিৱীৰ কি জীৱ ?
(ক) উওম জীৱ
(খ) প্ৰথম জীৱ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) উওম জীৱ
Type: Pompi Hazarika