Chapter 6
জৈৱ বৈচিত্ৰ্য
১। পৃথিৱীৰ বুকুত ক্ৰমে মাটি, পানী আৰু বায়ুত থকা সকলো জীৱকে একেলগে কি বোলে ?
(ক) পাহাৰ বোলে
(খ) জৈৱ বৈচিত্ৰ্য বোলে
(গ) পৰিবেশ বোলে
উত্তৰঃ (খ) জৈৱ বৈচিত্ৰ্য বোলে
২। স্থান আৰু কাল ভেদে জৈৱ বৈচিত্ৰ্যৰ কি হয়?
(ক) কম বেছি হয়
(খ) গৰম হয়
(গ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰঃ (ক) কম বেছি হয়
৩। জৈৱ-বৈচিত্ৰ্য মানুহৰ কি ?
(ক) বায়ু
(খ) জীৱন বাটৰ সাৰথি
(গ) পানী
উত্তৰঃ (খ) জীৱন বাটৰ সাৰথি
৪। পৃথিৱীত উদ্ভিদ আৰু প্ৰাণী সমূহৰ কিমান বিধ প্ৰজাতি আছে ?
(ক) এক হাজাৰ প্ৰজাতি আছে
(খ) ন হাজাৰ প্ৰজাতি আছে
(গ) অলেখ প্ৰজাতি আছে
উত্তৰঃ (গ) অলেখ প্ৰজাতি আছে
৫। প্ৰত্যেক প্ৰজাতিৰে খাদ্য অভ্যাসৰ লগতে আৰু কি বেলেগ বেলেগ ?
(ক) স্বভাৱ চৰিত্ৰ
(খ) টোপনি যোৱা
(গ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰঃ (ক) স্বভাৱ চৰিত্ৰ
৬। জৈৱ বৈচিত্ৰ্য প্ৰাকৃতিক ভাৰসাম্যতাৰ কি ?
(ক) অপৰিহাৰ্য অংগ
(খ) দেহৰ অংগ
(গ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰঃ (ক) অপৰিহাৰ্য অংগ
Type: Pompi Hazarika
Post ID: DABP006858