Chapter 26

সীতাৰ অগ্নি-পৰীক্ষা



১) কোন লঙ্কাৰ ৰজা হ'ল ?

(ক) বিভীষণ

(খ) ৰাম

(গ) হনুমান

উত্তৰঃ (ক) বিভীষণ


২) ৰামে কাক আনিবলৈ হনুমান,অঙ্গদ,বিভীষণ আজ্ঞা দিলে ?

(ক) লক্ষ্মণক

(খ) ইয়াৰ পৰ এটাও নহয়

(গ) সীতাক

উত্তৰঃ (গ) সীতাক


৩) কোনে ৰামৰ  বিজয়ৰ বাতৰি পাই আনন্দত হৈ উঠিল ?

(ক) মোহিনীক

(খ) হনুমান

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ  (খ) হনুমান


৪) কিছুমান মানুহে সীতা কি কৰিছিল ?

(ক) ভাল পাইছিল

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) সন্দেহ কৰিছিল

উত্তৰঃ (গ) সন্দেহ কৰিছিল


৫) বান্দৰ সেনায়ে কাক চাব বিছাৰিছিল ?

(ক) সীতা ছাৱ বিছাৰিছিল

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) মোহিনী ছাৱ বিছাৰিছিল

উত্তৰঃ (ক) সীতা ছাৱ বিছাৰিছিল


৬) সীতা কিয় সন্দেহ কৰিছিল ?

(ক) ৰাৱণৰ লগত দুবছৰ থকা কাৰণে

(খ) ৰাৱণৰ লগত এবছৰ থকা কাৰণে

(গ) ৰাৱণৰ লগত তিনিবছৰ থকা কাৰণে

উত্তৰঃ (খ) ৰাৱণৰ লগত এবছৰ থকা কাৰণে


৭) ৰামে সীতা কি ক'লে ?

(ক) ক'লে তুমি মোৰ লগত অযোধ্যাত যাব নোৱাৰা

(খ) ইয়াৰ পৰ এটাও নহয়

(গ) ক'লে তুমি নিজৰ পৱিত্ৰতা প্ৰমাণ কৰিব লাগিব

উত্তৰঃ (গ) ক'লে তুমি নিজৰ পৱিত্ৰতা প্ৰমাণ কৰিব লাগিব


৮) কোনে অগ্নি-পৰীক্ষা দিৱ লাগিব ?  

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) সীতায়ে

(গ) মোহিনীয়ে

উত্তৰঃ (খ) সীতায়ে


৯) কাৰ গাত লঙ্কা কু-সংস্কাৰৰ প্ৰভাৱো পৰিব পৰা ?

(ক) সীতাৰ

(খ) লক্ষ্মণৰ

(গ) মোহিনীৰ

উত্তৰঃ (ক) সীতাৰ


১০) কাৰ স্নান আৰু শৃঙ্গাৰাদি কৰোৱা হ'ল ?

(ক) সীতা

(খ) মোহিনী

(গ) পাৰ্বতী

উত্তৰঃ (ক) সীতা





Post ID -- DABP006739