Chapter 27

অযোধ্যাত ৰামৰ ৰাজ্যাভিষেক



১) ৰামে কিমান বছৰ বনবাসলৈ গৈছিল ?

(ক) ১৫ বছৰলৈ

(খ) ১২ বছৰলৈ

(গ) ১৪ বছৰলৈ

উত্তৰঃ (গ) ১৪ বছৰলৈ


২) কোনে বৰ আকুলতাৰে ৰাম উভতি অহালৈ অপেক্ষা কৰি আছিল ?

(ক) ভৰতে

(খ) দশৰথে

(গ) তিনিগৰাকী মাকে

উত্তৰঃ (ক) ভৰতে


৩) অয্যোধ্যাপুৰী কেনে দৰে সজোৱা হৈছিল ?

(ক) ফুলনে দৰে

(খ) কইনাৰ দৰে

(গ) ওপৰৰ দুয়োটায়ে অশুদ্ধ

উত্তৰঃ (খ) কইনাৰ দৰে


৪) বিমানত কোন কোন উঠিছিল ?

(ক) ভৰত, দশৰথ

(খ) ৰাম, সীতা, লক্ষ্মণ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) ৰাম, সীতা, লক্ষ্মণ


৫) কোনে গুৰু বশিষ্ঠ সেৱা জনালে ?

(ক) ভৰত-শত্ৰুঘ্নে

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ৰাম-লক্ষ্মণে

উত্তৰঃ (গ) ৰাম-লক্ষ্মণে


৬) ৰাম আৰু কাৰ মিলন হৈছিল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) ভৰত

(গ) শত্ৰুঘ্নে

উত্তৰঃ (খ) ভৰত


৭) কোনে এজন এজনকৈ নগৰবাসীক লগ কৰিলে ?

(ক) ৰামে

(খ) লক্ষ্মণে

(গ) ভৰতে

উত্তৰঃ (ক) ৰামে


৮) ৰামে কাক উপহাৰ দিলে ?

(ক) নগৰবাসীক

(খ) সকলো বীৰক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) সকলো বীৰক


৯) কোনে অযোধ্যাপুৰীত থাকিবলৈ স্থিৰ কৰিলে ?

(ক) ৰামে

(খ) সীতায়ে

(গ) হনুমানে

উত্তৰঃ (গ) হনুমানে


১০) ৰামে আৰু কাক কাক সেৱা জনালে ?

(ক) তিনিগৰাকী মাকক

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ৰজা দশৰথ

উত্তৰঃ (ক) তিনিগৰাকী মাকক



DABP006781