আমাৰ দেশৰ সংস্কৃতি


১।বৰ্তমান ভাৰতৰ সংবিধান স্বীকৃত ভাষা কেইটা?

1) ২১ টা

2) ২২ টা

3) ২৩ টা

Ans: ২২ টা


২। ভাৰতৰ জীৱিত ভাষাবোৰৰ ভিতৰত  আটাইতকৈ পুৰণি ভাষা কি?

1) হিন্দী, মৈথিলী

2) মাৰাঠী, পঞ্জৱী

3) তামিল, সংস্কৃত

Ans: তামিল, সংস্কৃত


৩। সিন্ধু ধৰ্ম প্ৰাচীন কালৰপৰা চলি অহাৰ বাবে ইয়াক কি ধৰ্ম বুলি কোৱা হয়?

1) সনাতন

2) তেলুগু

3) তামিল

Ans: সনাতন


৪। জৈন ধৰ্মৰ মহাপুৰুষ বা পথ প্ৰদৰ্শকসকলক কি বোলা হয়?

1) সনাতন

2) তীৰ্থংকৰ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: তীৰ্থংকৰ


৫। জৈন ধৰ্মৰ তীৰ্থংকৰ কেইজন আছিল?

1) ২৬

2) ২৫

3) ২৪

Ans; ২৪


৬। ইছলাম ধৰ্মৰ ধৰ্মপুথিখনৰ নাম কি?

1) কোৰান

2) শ্বৰিফ

3) কোৰান শ্বৰিফ

Ans: কোৰান শ্বৰিফ


৭। খ্ৰীষ্টান ধৰ্ম জনসংখ্য়াৰ ফালৰপৰা কেই নম্বৰ বৃহৎ ধৰ্ম?

1) প্ৰথম

2) দ্বিতীয়

3) তৃতীয়

Ans: তৃতীয়


৮। মানুহৰ সমগ্ৰ জীৱনধাৰাক কি বোলা হয়?

1) সাহিত্য়

2) নৃত্য়

3) সংস্কৃতি

Ans: সংস্কৃতি


৯। ভাৰতীয় সভ্য়তাৰ আদি গ্ৰন্থ বেদ কেইখন?

1) তিনিখন

2) চাৰিখন

3) পাঁচখন

Ans: চাৰিখন


১০। গুপ্ত যুগক ভাৰতীয় কলাক কি বুলি কোৱা হয়?

1) গুহাচিত্ৰই

2) সুৱৰ্ণ যুগ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: সুৱৰ্ণ যুগ

Type Susmita Kakati

DABP006721