ভাৰতৰ সংস্কাৰ আন্দোলন


১। ব্ৰিটিছ শাসনৰ সনয়ত ভাৰতৰ সমাজত কু-প্ৰথাৰ প্ৰচলন আছিল। ইয়াৰ ভিতৰত এটাৰ নাম কোৱা?

1) স্ত্ৰী শিক্ষাত গুৰুত্ব দিয়া

2) বাল্য় বিবাহ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: বাল্য় বিবাহ


২। কিমান চনত ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ স্থাপন কৰিছিল?

1) ১৯৩১

2) ১৯২৫

3) ১৮২৮

Ans: ১৮২৮


৩। কিমান চনৰ মহাৰাষ্ট্ৰৰ পুণে চহৰত পোন প্ৰথমবাৰৰ বাবে মহিলাৰ কাৰণে পৃথক বিদ্য়ালয় স্থাপন কৰা হৈছিল?

1) ১৯১৬

2) ১৯২৫

3) ১৯২৭

Ans: ১৯১৬


৪। কিমান চনত কেশৱ চন্দ্ৰ সেনৰ চেষ্টাত প্ৰাৰ্থনা সমাজ গঠিত হৈছিল?

1) ১৯৭০

2) ১৮৯৮

3) ১৮৬৭

Ans: ১৮৬৭


৫। কিমান চনত স্বামী দয়ানন্দ সৰস্বতীৰ চেষ্টাত আৰ্য সমাজ স্থাপিত হৈছিল?

1) ১৯৫২

2) ১৮৭৫

3) ১৯৮১

Ans: ১৮৭৫


৬। কিমান চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল?

1) ১৯৮০

2) ১৯৬২

3) ১৮৯৬

Ans: ১৮৯৬


৭। দয়ানন্দ সৰস্বতী সংস্কৃতৰ এগৰাকী কি আছিল?

1) মুখ্য় পণ্ডিত

2) বিদগ্ধ পণ্ডিত

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: বিদগ্ধ পণ্ডিত


৮। স্বামী বিবেকানন্দৰ মতে মানুহক ভালপোৱাই হ'ল?

1) গছ-গছনিক ভাল পোৱা

2) ঘৰ-দুৱাক ভাল পোৱা

3) ঈশ্বৰক ভাল পোৱা

Ans: ঈশ্বৰক ভাল পোৱা


৯। তেওঁ যি বাণী প্ৰচাৰ কৰিছিল সেই বাণীয়ে তেওঁক সকলো দেশতে  কি কৰি তুলিছিল?

1) জনপ্ৰিয়

2) অজনপ্ৰিয়

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: জনপ্ৰিয়


১০। ভাৰতৰ বিভিন্ন ঠাইত ৰামকৃষ্ণ মিছন স্থাপন হোৱাৰ উপৰি আৰু কত স্থাপন হৈছিল?

1) ঘৰে-ঘৰে

2) বিদেশত

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: বিদেশত

Type Susmita Kakati

DABP006718