পৰিৱেশ আৰু প্ৰদূষণ


১। প্ৰতিটো জীৱকে জীয়াই থাকিবলৈ কি প্ৰয়োজন?

1) ভাত

2) ফল-মূল

3) সূৰ্যৰ তাপ আৰু পোহৰ, বায়ু, পানী আৰু মাটি

Ans: সূৰ্যৰ তাপ আৰু পোহৰ, বায়ু, পানী আৰু মাটি


২। বায়ু, পানী আৰু মাটিৰে আৱৰি থকা আমাৰ চৌপাশক কি বোলা হয়?

1) প্ৰদূষণ

2) পৰিৱেশ

3) গ্ৰহ

Ans: পৰিৱেশ


৩। প্ৰতিটো জীৱৰে নিজা নিজা কি আছে?

1) ঘৰ-দুৱা

2) গছ-গছনি

3) পৰিৱেশ

Ans: পৰিৱেশ


৪। বিভিন্ন জাতৰ প্ৰাণীৰ বাসস্থান কেনে কোৱা?

1) বিভিন্ন

2) একে

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: বিভিন্ন


৫। বিভিন্ন পৰিস্থিতিৰ লগত খাপ খুৱাই জীয়াই থাকিবলৈ সিহঁতৰ অংগ-প্ৰত্য়ংগবোৰ কেনেদৰে গঠিত?

1) বিভিন্নধৰণৰ

2) একেধৰণৰ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: বিভিন্নধৰণৰ


৬। কোনো অঞ্চলত বাস কৰা জীৱ-জন্তু, চৰাই-চিৰিকটি, গছ-গছনি আদিয়ে সেই অঞ্চলৰ পৰিৱেশ কেনেধৰণে গঠন কৰে?

1) অজৈৱিক পৰিৱেশ

2) জৈৱিক পৰিৱেশ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: জৈৱিক পৰিৱেশ


৭। প্ৰতিটো প্ৰজাতিৰে নিজস্ব কি আছে?

1) নিয়ম

2) কাম

3) গুৰুত্ব

Ans: গুৰুত্ব


৮। এন্দুৰ, নিগনিৰ সংখ্য়া বাঢ়ি গ'লে কি হ'ব?

1) একো নহয়

2) খেতি-পথাৰ নষ্ট হ'ব

3) ফল-মূল নষ্ট হ'ব

Ans: খেতি-পথাৰ নষ্ট হ'ব


৯। প্ৰকৃতিয়ে সদায় বিভিন্ন প্ৰজাতিৰ মাজত এক কি ৰক্ষা কৰি চলি থাকে?

1) সমতা

2) বিনষ্ট

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans:সমতা 


১০। গছ-গছনিয়ে কি বায়ু এৰি দিয়ে?

1) কাৰ্বন-ডাই-অক্সাইড

2) অক্সিজেন

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: অক্সিজেন


১১। গছ-গছনিয়ে কি বায়ু গ্ৰহণ কৰে?

1) অক্সিজেন

2) কাৰ্বন-ডাই-অক্সাইড

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: কাৰ্বন-ডাই-অক্সাইড


১৩। গছে আমাক কি কৰে?

1) ক্ষতি

2) সহায়

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: সহায়


১৪। পৰিৱেশ প্ৰদূষণ কেইটা ভাগত ভাগ কৰা হৈছে?

1) তিনিটা

2) চাৰিটা

3) পাঁচটা

Ans: চাৰিটা


৫। যানবাহনৰপৰা ওলোৱা ধোঁৱাই কি কৰে?

1) ক্ষতি

2) সহায়

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক্ষতি


১৬। কাৰ্বন-ডাই-অক্সাইডে বায়ুক প্ৰদূষিত কৰেনে নকৰে?

1) নকৰে

2) ইয়াৰ ভিতৰত এটাও নহয়

3) কৰে

Ans: কৰে


১৭। এডৰা মাটি বহুদিন ধৰি পানীত ডুব গৈ থাকিলে মাটিডৰা কি হ'ব?

1) প্ৰদূষিত হ'ব

2) প্ৰদূষিত নহয়

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: প্ৰদূষিত হ'ব


১৮। পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে লোৱা এখন আঁচনিৰ নাম?

1) সামাজিক

2) বনানিকৰণ

3) সামাজিক বনানিকৰণ

Ans: সামাজিক বনানিকৰণ


১৯। মাটি কি পৰিৱেশ?

1) অজৈৱিক পৰিৱেশ

2) জৈৱিক পৰিৱেশ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: অজৈৱিক পৰিৱেশ


২০। গছ-গছনি, চৰাই-চিৰিকটি আদি কি পৰিৱেশ?

1) অজৈৱিক পৰিৱেশ

2) জৈৱিক পৰিৱেশ

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: জৈৱিক পৰিৱেশ

Type Susmita Kakati

DABP006724