ভাৰতবৰ্ষৰ প্ৰাকৃতিক বিভাগ আৰু জলবায়ু


১। মাটিকালিৰ হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতে কিমান স্থান অধিকাৰ কৰি আছে?

1) প্ৰথম

2) দ্বিতীয়

3) সপ্তম

Ans: সপ্তম


২। হিমালয় পৰ্বতমালাক প্ৰধানকৈ কেইটা শৃংখল বা শ্ৰেণীত বিভক্ত কৰিব পাৰি?

1) চাৰিটা

2) তিনিটা

3) পাঁচটা

Ans: তিনিটা


৩। জন্মু-কাশ্মীৰ উত্তৰ অংশত কি পৰ্বতমালা অৱস্থিত?

1) হিমালয় পৰ্বতমালা

2) আৰাৱলী পৰ্বতমালা

3) কাৰাকোৰম পৰ্বতমালা

Ans: কাৰাকোৰম পৰ্বতমালা


৪। জনসংখ্য়াৰ ফালৰপৰা পৃথিৱীৰ ভিতৰত ভাৰত কিমান স্থান অধিকাৰ কৰে?

1) দ্বিতীয়

2) প্ৰথম

3) অষ্টম

Ans: দ্বিতীয়


৫। ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কি ৰেখা পাৰ হৈ গৈছে?

1) দ্ৰাঘিমা ৰেখা

2) কৰ্কটক্ৰান্তি ৰেখা

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: কৰ্কটক্ৰান্তি ৰেখা


৬। প্ৰাকৃতিক ভাৱে ভাৰতক কেইটা ভাগত ভাগ কৰা হৈছে?

1) দুটা

2) তিনিটা

3) চাৰিটা

Ans: চাৰিটা


৭। ভাৰতৰ উপকূল ভাগক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?

1) চাৰিটা

2) তিনিটা

3) দুটা

Ans: দুটা


৮। ভাৰতৰ সকলো ঠাইতে ঋতুভেদে কি জলবায়ু দেখা যায়?

1) বেলেগ বেলেগ

2) একে

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: বেলেগ বেলেগ


৯। হিমালয় পাৰ্বত্য় অঞ্চলত গৰম নে ঠাণ্ডা?                        

1) গৰম

2) ঠাণ্ডা

3) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ঠাণ্ডা


DABP006722


১০। সাতপুৰা পৰ্বতৰ সৰ্বোচ্চ অংশৰ নাম কি?

1) ধূপগড়

2) হিমালয়

3) আৰাৱলী

Ans: ধূপগড়

Type Susmita Kakati.


DABP006723