সৌৰজগতৰ কথা


১। আকাশত তিৰবিৰাই থকা এনে বস্তুবোৰক কি বোলা হয়?

(ক) সৌৰজগত

(খ) গ্ৰহাণুপুঞ্জ

(গ) জ্য়োতিষ্ক

উত্তৰ- (গ) জ্য়োতিষ্ক ।


২। যিবোৰ জ্য়োতিষ্কৰ নিজা তাপ আৰু পোহৰ থাকে তেনেবোৰ জ্য়োতিষ্কৰক কি বোলা হয়?

(ক) নক্ষত্ৰ

(খ) ছেড্না

(গ) গ্ৰহ

উত্তৰ- (ক) নক্ষত্ৰ ।


৩। সূৰ্য এটা কি?

(ক) গ্ৰহ

(খ) গ্ৰহাণু

(গ) নক্ষত্ৰ

উত্তৰ- (গ) নক্ষত্ৰ ।


৪। প্লুটোৰ দৰে আন কেইটা গ্ৰহাণু আৱিষ্কৃত হৈছে?

(ক) ২

(খ) ৩

(গ) ৫

উত্তৰ- (ক) ২ ।


৫। সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো নাম কি?

(ক) বুধ

(খ) শুক্ৰ

(গ) নেপচুন

উত্তৰ- (ক) বুধ ।


৬। সূৰ্যৰ আটাইতকৈ দূৰত থকা গ্ৰহটো নাম কি?

(ক) বৃহস্পতি

(খ) ইউৰেনাছ

(গ) নেপচুন

উত্তৰ- (গ) নেপচুন ।


৭। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো নাম কি?

(ক) মঙল

(খ) বৃহস্পতি

(গ) বুধ

উত্তৰ- (খ) বৃহস্পতি ।


৮। সৌৰজগতত কেইটা গ্ৰহ আছে?

(ক) ৬টা

(খ) ৭টা

(গ) ৮টা

উত্তৰ- (গ) ৮টা ।


৯। গ্ৰহাণুপুঞ্জ কোন দুটা গ্ৰহৰ মাজত আছে?

(ক) বুধ-শুক্ৰ

(খ) মঙল-বৃহস্পতি

(গ) ইউৰেনাছ-নেপচুন

উত্তৰ- (খ) মঙল-বৃহস্পতি ।


১০। মঙল গ্ৰহক কি ৰংৰ গ্ৰহ বোলে?

(ক) হালধীয়া

(খ) নীলা

(গ) ৰঙা

উত্তৰ- (গ) ৰঙা । 

Type Susmita Kakati

DABP006773