শৱৰীৰ আত্মীয়তা

Chapter 18

১। ৰাৱণে কাক হৰণ কৰ

(ক) সীতাক ।

(খ) শকন্তলাক ।

(গ) মেনকাক ।

উত্তৰ- (ক) সীতাক ।


২। সীতা কাৰ পত্নী আছিল ?

(ক) নচিকেতা ।

(খ) লক্ষ্মণৰ ।

(গ) ৰামৰ ।

উত্তৰ- (গ) ৰামৰ ।


৩। ৰামে কাৰ ভৰিৰ খোজ দেখিল ?

(ক) লক্ষ্মণৰ ।

(খ) সীতাৰ ।

(গ) মেনকাৰ ।

উত্তৰ- (খ) সীতাৰ ।


৪। সীতাক হৰণ কৰি নিয়া বুলি ৰাম-লক্ষ্মণক কোনে কৈছিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) হৰিণে কৈছিল ।

(গ) জটায়ুয়ে কৈছিল ।

উত্তৰ- (গ) জটায়ুয়ে কৈছিল ।


৫। ৰাম-লক্ষ্মণক কি নদী পিনে আগুৱাই গ’ল ?

(ক) গংগাৰ নদী ।

(খ) পম্পা নদী ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) পম্পা নদী ।


৬। বুঢ়ী সন্ন্যাসিনী নাম কি আছিল ?

(ক) শৱকী ।

(খ) সীতা ।

(গ) শকুন্তলা ।

উত্তৰ- (ক) শৱকী ।


৭। বুঢ়ী সন্ন্যাসিনীয়ে ৰাম-লক্ষ্মণক কলৈ লৈ গৈছিল ?

(ক) সীতাৰ ওচৰলৈ গৈছিল ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) কুটীয়ালৈ গৈছিল ।

উত্তৰ- (গ) কুটীয়ালৈ গৈছিল ।


৮। কোনে গম পাইছিল নে ৰাম ভগৱানৰ অৱতাৰ ?

(ক) ৰাৱণে

(খ) বুঢ়ী সন্ন্যাসি

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) বুঢ়ী সন্ন্যাসি ।


৯। ৰাম আৰু লক্ষ্মণ কোন দিশ পিনে আগবাঢ়ি গ’ল ?

(ক) পূৱ দিশৰ পিনে

(খ) পশ্চিম দিশৰ পিনে

(গ) দক্ষিণ দিশৰ পিনে

উত্তৰ- (গ) দক্ষিণ দিশৰ পিনে ।


১০। শ্ৰীৰাম আৰু লক্ষ্মণ গৈ ক’ত উপস্থিত হৈছিল ?0

(ক) কিষ্কিন্ধাত

(খ) দ্বাৰিকাত

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।


DABP006700