অভিমান আৰু আত্মসন্মান

১)  কোনখন বিশ্ববিদ্যালয় আধাৰশিলা স্থাপন কৰা হৈছিল ?

(ক) নালন্দা বিশ্ববিদ্যালয় ।

(খ) বেনাৰস বিশ্ববিদ্যালয় ।

(গ) কলকতাৰ বিশ্ববিদ্যালয় ।

উত্তৰ- (খ) বেনাৰস বিশ্ববিদ্যালয় ।

২)উদ্যোগপতিজনত পুত্ৰক কোনে এক-ডেৰলাখ টকা দান দিবলৈ কৈছিল ?  

(ক) পণ্ডিত মদনমোহনে মালব্যৰ ।

(খ) পণ্ডিত জগদিশ মালব্যৰ ।

(গ) ইয়াৰ পৰা এটাওনহয় ।

উত্তৰ- (ক) পণ্ডিত মদনমোহনে মালব্যৰ ।

৩) এক-ডেৰলাখ টকা দান কৰিলে কি হ’ব ?

(ক) ইয়াৰ পৰা এটাওনহয় ।

(খ) উদ্যোগপতিজনত মৃত্যু নহয় ।

(গ) উদ্যোগপতিজনত মৃত্যু হ’ব ।

উত্তৰ- (গ) উদ্যোগপতিজনত মৃত্যু হ’ব ।

৪) কোনে অভিমান আৰু অহংকাৰ দেখোৱাইছিল ?

(ক) সৰু পুত্ৰে ।

(খ) ডাঙৰ পুত্ৰে ।

(গ) উদ্যোগপতিজনে ।

উত্তৰ- (খ) ডাঙৰ পুত্ৰে ।

৫) আমি অভিমান আৰু অহংকাৰ কৰিব লাগে নে নালাগে ?

(ক) নালাগে ।

(খ) লাগে ।

(গ) ইয়াৰ পৰা এটাওনহয় ।

উত্তৰ- (ক) নালাগে ।

৬) এক-ডেৰালাখ টকা কাৰ কাৰণে ব্ৰাহ্মণক দান কৰিব কৈইছি ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) ধনী উদ্যোগপৰিজন কাৰণে

(গ) ধনী উদ্যোগপৰিজন পুতেকৰ কাৰণে

উত্তৰ- (খ) ধনী উদ্যোগপৰিজন কাৰণে ।

৭) অভিমান অৰ্থ কি ?

(ক) মানুহক ভালকৈ কথা কোৱা

(খ) ইয়াৰ পৰা এটাওনহয়

(গ) মানুহক লগত ভালকৈ থকা

উত্তৰ- (খ) ইয়াৰ পৰা এটাওনহয় ।

৮) কোন বেনাৰসৰ পৰা আহিছিল ?

(ক) পণ্ডিত মদনমোহনে মালব্যৰ ।

(খ) পণ্ডিত মদনমোহনে নাচিকেত ।

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) পণ্ডিত মদনমোহনে মালব্যৰ ।

৯) পণ্ডিত মদনমোহনে মালব্যৰ কলৈ গ’ল গৈ ?

(ক) কলকাত

(খ) বেনাৰস

(গ) দিল্লী

উত্তৰ- (খ) বেনাৰস ।

১০) কোনে ডেৰলাখ টকা দেখি অভিমান কৰিছিল ?

(ক) বৰ পুত্ৰে

(খ) সৰু পুত্ৰে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) বৰ পুত্ৰে ।

Type - Boby Bora 


Post ID: DABP006867