Class 4 Environment

Chapter 7 MCQ Answer 

আমাৰ সামাজিক অনুষ্ঠান


১। পুথিভঁৰালৰ পৰা কিতাপ আনি কি কৰিব লাগে?

(ক) সাচি থৱ লাগে

(খ) পঢ়িব লাগে

(গ) পেলাই দিব লাগে.

উত্তৰ ঃ (খ) পঢ়িব লাগে


২। তলত দিয়া কোনটো কাম আৰক্ষীয়ে কৰে?

(ক) দেশৰ শান্তি-শৃংখলা ৰক্ষা কৰে

(খ) চিকিৎসা কৰে

(গ) মন্দিৰত পূজা কৰে

উত্তৰঃ (ক) দেশৰ শান্তি-শৃংখলা ৰক্ষা কৰে


৩। বিদ্য়ালয়ত লিখা-পঢ়াৰ উপৰি তলত দিয়া কোনটো হয়?

(ক) খেলা-ধূলা

(খ) অকল পঢ়াই

(গ) অকল খেলাই

উত্তৰঃ (ক) খেলা-ধূলা

 

৪। ৰোগীৰ চিকিৎসাৰ বাবে ঠায়ে ঠায়ে কি পাতি দিয়া হয়?

(ক) আৰক্ষী চকী

(খ) চিকিৎসালয়

(গ) ডাক-ঘৰ

উত্তৰঃ (খ) চিকিৎসালয়(ক) পিয়ন


৫। ডাক-ঘৰৰ চিঠি-পত্ৰ, টকা-পইচা আদি বিলোৱা মানুহজনক কি বোলে?

(ক) পিয়ন

(খ) আৰক্ষী

(গ) ডাক্তৰ

উত্তৰঃ (ক) পিয়ন


৬। ডাক-ঘৰৰ যোগেদি টকা পইচা আদান প্ৰদান কৰিব পাৰিনে?

(ক) পাৰে

(খ) নোৱাৰে

(গ) নোৱাৰে, পাৰে

উত্তৰঃ (ক) পাৰে


৭। ডাক-ঘৰৰ সকলোবোৰ কাম চোৱা-চিতা কৰা মানুহজনক কি বুলে?

(ক) ডাকোৱাল

(খ) পোষ্টমাষ্টৰ

(গ) ডাক্তৰ

উত্তৰঃ (খ) পোষ্টমাষ্টৰ


৮। 'আমাৰ সামাজিক অনুষ্ঠান' নামৰ পাঠটিত থকা বিদ্য়ালয়খনৰ নাম কি?

(ক) প্ৰাথমিক বিদ্য়ালয়

(খ) মাধ্য়মিক বিদ্য়ালয়

(গ) উচ্চতৰ বিদ্য়ালয়

উত্তৰঃ (ক) প্ৰাথমিক বিদ্য়ালয়


৯। পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়াটো।

(ক) ভাল অভ্য়াস

(খ) বেয়া অভ্য়াস

(গ) এটাও নহয়

উত্তৰঃ (ক) ভাল অভ্য়াস


১০। আলিবাট যান-বাহন আদি নিয়ন্ত্ৰণ আদি কামত কোনে সহায় কৰে?

(ক) আৰক্ষীয়ে

(খ) ডাক্তৰে

(গ) পিয়নে

উত্তৰঃ (ক) আৰক্ষীয়ে . 


Type by Jyotishna Hazarika 

DABP007384