Class 1 Assamese

পাঠ - ১৫ 

ছবি চাই কওঁ আহাঁ


    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQs Answer

ছবি ১ঃ বেলি মাৰ গৈছে। 

ছবি ২ঃ কাউৰি এটা ডালত পৰি আছে।

ছবি ৩ঃ বলধ গৰু এটাই ঘাঁহ খায় আছে।

ছবি ৪ঃ ক্ৰিকেট খেলি আছে।

ছবি ৫ঃ এজন লোকে গৰু দি হাল বায় আছে। 

 


Sri Mampi Kakati 

Check By - Mukesh Borah


DABP007396