Class 1 Assamese
পাঠ - ১৯
লগে - ভাগে গাওঁ আহাঁ
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
সোণাপুৰৰ ককা
গোটে গোটে গিলিছিল
ভীম কল পকা।
সুমথিৰা থেৰেজু
জাম জলফাই
ল'ৰাহঁতক মাতি আনি দিছিল বিলাই।
পনিয়ল লেটেকু
আমলখি বেল
কঁঠাল খাই আঠা লাগিল
সানে মিঠা তেল !
Sri Mampi Kakati
Check by- Mukesh Borah