Class 1 Assamese
পাঠ - ২১
অঙ্গ - ভঙ্গি কৰি গাওঁ আহাঁ
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
সোঁ হাত বাওঁ হাত এই দুই হাত
এই মোৰ ক'লা চুলি এই বগা দাঁত
এই দুই কাণ মোৰ এই দুই ভুৰু
এই দুই ভৰি আৰু এই দুই ঊৰু
এই দুই বাহুমোৰ এই দুই চকু
এই দুই গাল মোৰ এই খিনি বুকু
এই এটি পেট মোৰ এইটো কঁকাল
পিছপিনে আছে মোৰ এই পিঠিফাল।
Sri Mampi Kakati
Check by - Mukesh Borah
DABP007373