Class 1 Assamese
পাঠ - ২৭
লগে - ভাগে পঢ়োঁ আহাঁ
ক্ৰিয়া - কলাপ
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
এজন এজনকৈ ওচৰলৈ মাতি আনি সৰু সৰু বাক্য়ৰে উত্তৰটো মুখে - মুখে ক'বলৈ দিয়ক -
(১) খেলপথাৰত কি পাতিছে?
উত্তৰ - খেলপথাৰত থিয়েটাৰ পাতিছে।
(২) তেতিয়া আমাৰ মনবোৰ কেনে লাগে?
উত্তৰ - তেতিয়া আমাৰ মনবোৰ থৌকি - বাথৌ লাগে।
(৩) খলিহনা ক'ত আছে?
উত্তৰ - খলিহনা খালত আছে।
Sri Mampi Kakati
Check by - Mukesh Borah