Class 4 Environment
Chapter 8
আমাৰ উৎসৱসমূহ
১। বিহু প্ৰথমদিনাখন মানুহে কি বিহু বুলি কয়?
(ক) গৰু বিহু
(খ) মানুহৰ বিহু
(গ) ম'হৰ বিহু
উত্তৰঃ গৰু বিহু
২। কাতি বিহু কেতিয়া পালন কৰা হয়?
(ক) বহাগৰ সংক্ৰান্তিত
(খ) চ'তৰ সংক্ৰান্তিত
(গ) কাতি মাহৰ সংক্ৰান্তিত
উত্তৰঃ চ'তৰ সংক্ৰান্তিত
৩। বিহুক কি উৎসৱ বুলি গণ্য় কৰা হয়?
(ক) কৃষিভিত্তিক
(খ) ঘেহু ভিত্তিক
(গ) এটাও নহয়
উত্তৰঃ কৃষিভিত্তিক
৪। মিছিং জনগোষ্ঠীয়ে কি উৎসৱ পালন কৰে?
(ক) বৈশাগু
(খ) আলি-আয়ে-লৃগাং
(গ) বায়খো
উত্তৰঃ আলি-আয়ে-লৃগাং
৫। অসমৰ জাতীয় উৎসৱ কি?
(ক) খেল-ধেমালি
(খ) বিহু
(গ) পূজা
উত্তৰঃ বিহু
৬। ওনাম উৎসৱ কি মাহত পালন কৰা হয়?
(ক) শাওন-ভাদত
(খ) ভাদ-আহিনত
(গ) আহিন-কাতিত
উত্তৰঃ শাওন-ভাদত
৭। 'ওনাম উৎসৱ 'কত পালন কৰা হয়?
(ক) কেৰেলা ৰাজ্য়ত
(ক) তামিলনাডুত
(গ) উৰিষ্য়াত
উত্তৰঃ কেৰেলা ৰাজ্য়ত.
৮। মাঘ বিহু কেতিয়া পালন কৰা হয়?
(ক) পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা
(খ) মাঘ মাহৰ সংক্ৰান্তিৰ দিনা
(গ) পুহ মাহৰ সংক্ৰান্তিৰ দিনা
উত্তৰঃ পুহ মাহৰ সংক্ৰান্তিৰ দিনা
৯। ঈদত কি পঢ়ে?
(ক) গ্ৰন্থ পঢ়ে
(খ) আলোচনী পঢ়ে
(গ) নামাজ পঢ়ে
উত্তৰঃ নামাজ পঢ়ে
১০। বহাগ বিহু কেইদিনলৈ চলে?
(ক) ৭ দিনলৈ
(খ) ৩ দিনলৈ
(গ) ১ দিন
উত্তৰঃ ৭ দিনলৈ
Copy by Jyotishna Hazarika
Post ID: DABP007343