আমাৰ ৰাষ্ট্ৰীয় পতাকা
Class 4 Environment
Chapter 9 MCQ Answer
১। তলৰ কোনটো ৰাষ্ট্ৰীয় দিৱস?
শিক্ষক দিৱস
সাধাৰণ জন্ম দিন
প্ৰধান মন্ত্ৰী জন্ম দিন
উত্তৰঃ শিক্ষক দিৱস
২। তলত দিয়া কোনটো ৰাষ্ট্ৰীয় চৰাই?
শগুন
ময়ূৰ
পাৰ
উত্তৰঃ ময়ূৰ
৩। ৰাষ্ট্ৰীয় সংগীতটোক সন্মান জনোৱাটো আমাৰ কি কৰ্তব্য়?
মৌলিক কৰ্তব্য়
ব্য়ক্তিগত কৰ্তব্য়
এটাও নহয়
উত্তৰঃ মৌলিক কৰ্তব্য়
১। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ কেইটা ৰং?
(ক) ৩ টা
(খ) ৪টা
(গ) ৫ টা
উত্তৰঃ (ক) ৩ টা
২। ত্ৰিৰংগা পতাকা বুলি কোনখন দেশৰ পতাকাক কয়?
(ক) ভাৰত দেশৰ
(খ) আমেৰিকা দেশৰ
(গ) ৰাছিয়াৰ
উত্তৰঃ (ক) ভাৰত দেশৰ
৩। ত্ৰিৰংগা পতাকাখন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে কেতিয়া স্বীকৃতি পাইছিল?
(ক) ১৯৪৭ চনৰ ২৩ আগষ্টত
(খ) ১৯৪৭ চনৰ ২২ জুলাইত
(গ) ১৯৪৫ চনৰ ২৫ জুলাইত
উত্তৰঃ (খ) ১৯৪৭ চনৰ ২২ জুলাইত
৪। পতাকাখনৰ মাজৰ ৰঙৰ কি অৰ্থ?
(ক) সত্য় আৰু শান্তিৰ প্ৰতীক
(খ) সাহসৰ প্ৰতীক
(গ) এটাও নহয়
উত্তৰঃ (ক) সত্য় আৰু শান্তিৰ প্ৰতীক
৫। অশোক চক্ৰটোক আৰু কি বোলে?
(ক) ধৰ্মচক্ৰ
(খ) বৃত্তাকাৰ চক্ৰ
(গ) এটাও নহয়
উত্তৰঃ(ক) ধৰ্মচক্ৰ
৬। অশোক চক্ৰটো কৰ পৰা লোৱা হৈছে?
(ক) লক্ষ্মীনাথ অশোক স্তম্ভৰ পৰা
(খ) সাৰনাথৰ অশোক স্তম্ভ’ৰ পৰা
(গ) শংকৰদেৱৰ কীৰ্তন-ঘোষাৰ পৰা
উত্তৰঃ (খ) সাৰনাথৰ অশোক স্তম্ভ’ৰ পৰা
৭। চক্ৰটোত কেইডাল দণ্ড থাকে?
(ক) ২৭ ডাল
(খ) ২৬ ডাল
(গ) ২৪ ডাল
উত্তৰঃ (গ) ২৪ ডাল
৮। ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো কোনফালে থাকে?
(ক) ওপৰৰ ফালে
(খ) মাজত থাকে
(গ) তলৰ ফালে
উত্তৰঃ (ক) ওপৰৰ ফালে
৯। বিশ্বৰ যিকোনো ঠাইত কিহেৰে নিজৰ চিনাকি দিয়া?
(ক) নিজৰ কাপোৰে
(খ) নিজৰ খোৱা-বোৱাৰে
(গ) নিজৰ ৰাষ্ট্ৰীয় পতাকাখনে
উত্তৰঃ (গ) নিজৰ ৰাষ্ট্ৰীয় পতাকাখনে
১০। আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কি?
(ক) ৰাষ্ট্ৰীয় পতাকা
(খ) অশোক স্তম্ভ
(গ) ৰাষ্ট্ৰীয় পতাকাখনৰ ৰং
উত্তৰঃ (খ) অশোক স্তম্ভ
Copy by Jyotishna Hazarika
DABP007327