আমাৰ ৰাজ্য়খন

 Class 4 Environment

 Chapter 10 MCQ Answer 



১। মানচিত্ৰ এখনৰ ওপৰৰ ফালে কোনটো দিশ থাকে ?

(ক) দক্ষিণ দিশ

(খ) উত্তৰ দিশ

(ঘ) পূৱ দিশ

উত্তৰঃ (খ) উত্তৰ দিশ


২। অসমখন কিহেৰে ভৰা ?

(ক) পৰ্বত-পাহাৰ, নৈ-উপনৈ, গছ-গছনিৰে

(খ) পানীৰে

(গ) এটাও নহয়

উত্তৰঃ (ক) পৰ্বত-পাহাৰ, নৈ-উপনৈ, গছ-গছনিৰে


৩। কোনে কৈছিল যে পাহাৰবোৰ ডিমা হাছাও জিলাৰ ভিতৰত পৰে ?

(ক) খুৰাকে

(খ) দেউতাকে

(গ) মাকে

উত্তৰঃ (খ) দেউতাকে


৪। ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমভূমি অঞ্চলটোক কি উপত্য়কা বোলে 

(ক) ব্ৰহ্মপুত্ৰ উপত্য়কা

(খ) বৰাক উপত্য়কা

(গ) এটাও নহয়

উত্তৰঃ (ক) ব্ৰহ্মপুত্ৰ উপত্য়কা


৫। গৰম বন্ধত বিৰিণাই কাৰ লগত ফুৰিবলৈ গৈছিল ?

(ক) মাকৰ লগত

(খ) খুৰাকৰ লগত

(গ) দেউতাকৰ লগত

উত্তৰঃ (গ) দেউতাকৰ লগত


৬। অসমক কেইটা প্ৰাকৃতিক ভাগত ভাগ কৰা হয় ?

(ক) ৪ টা

(খ) ২টা

(গ) ৩ টা

উত্তৰঃ (গ) ৩ টা


৭। অসমৰ মাজেৰে কি নৈ বৈ গৈছে ?

(ক) নীল নৈ

(খ) ব্ৰহ্মপুত্ৰ

(গ) কপিলী

উত্তৰঃ (খ) ব্ৰহ্মপুত্ৰ


৮। অসমৰ প্ৰধান নৈ কেইখন ?

(ক) ৩ খন

(খ) ২খন

(গ) ৫ খন

উত্তৰঃ ২খন



৯। অসমক কি ৰাজ্য় বুলি কোৱা হয় ?

(ক) নৈ- প্ৰধান দেশ

(খ) চুবুৰীয়া ৰাষ্ট্ৰ

(গ)এটাও নহয়

উত্তৰঃ


১০। কেনে ধৰনৰ ঠাইত জুম খেতি কৰা হয় ?  

(ক) পাহাৰীয়া

(খ) এঢলীয়া

(গ) এটাও নহয়

উত্তৰঃ পাহাৰীয়া


১১। পাহাৰীয়া অঞ্চলৰ মানুহে কেনে ধৰনৰ ঘৰ সাজে ? 

(ক) চাংঘৰ

(খ) খেৰৰ ঘৰ

(গ) পকী ঘৰ

উত্তৰঃ চাংঘৰ


Post ID: DABP007349

check By - Ritu moni Nath