অসমীয়া অভিধান

১) ইংৰাজ সকল অসমলৈ অহাৰ আগতে অসমীয়া অভিধান আৰু ব্যাকৰণৰ প্ৰচলন আছিল নে নাছিল ?

(ক) আছিল

(খ) নাছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) নাছিল

২) কিমান চনত অসমীয়া ৰচনা অভিধান কৰিছিল ?

(ক) ১৮৩৯ চনত

(খ) ২০০৭ চনত

(গ) ২১৩৫ চনত

উত্তৰঃ (ক) ১৮৩৯ চনত

৩)  অসমীয়া ৰচনা কোনে ৰচনা কৰিছিল ?

(ক) ৰবীন্দ্ৰ নাথ ঠাকুৰ

(খ) যদুৰাম ডেকা বৰুৱা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) যদুৰাম ডেকা বৰুৱা

৪) অসমীয়া আৰু ইংৰাজী অভিধান নামৰ অভিধানখন কিমান চনত প্ৰকাশিত হৈছিল ?

(ক) ১২৩৪ চনত

(খ) ১৬৬৭ চনত

(গ) ১৮৬৭ চনত

উত্তৰঃ (গ) ১৮৬৭ চনত

৫) অসমীয়া আৰু ইংৰাজী অভিধানখন কোনে লিখিছিল ?

(ক) ডঃ মাইলছ্ ব্ৰন্ছনে

(খ) ৰামনাথ  কোৱিন্দ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) ডঃ মাইলছ্ ব্ৰন্ছনে

৬)  হেমচন্দ্ৰ বৰুৱাই লিখা অসমীয়া অভিধানখনৰ নাম কি ?

(ক) অসমীয়া ব্যাকৰণ জ্যোতি

(খ) হেমকোষ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) হেমকোষ

৭) হেমচন্দ্ৰ মৃত্যুৰ পাছত কিমান চনত অভিধানখন ছপা হৈছিল ?

(ক) ১৬৭৭ চনত

(খ) ১৯০০ চনত

(গ) ১৮৯০ চনত

উত্তৰঃ (খ) ১৯০০ চনত

৮) চন্দ্ৰকান্ত অভিধানখন কিমান চনত প্ৰকাশ পায় ?

(ক) ১৯৩৩ চনত

(খ) ২০০৯ চনত

(গ) ১৬৭৮ চনত

উত্তৰঃ (ক) ১৯৩৩ চনত

৯) গিৰিধৰ শৰ্মাৰ অভিধানখন কিমান চনত অভিধান ছপা হৈছিল ?

(ক) ১২৩৪ চনত

(খ) ১৯৫২ চনত

(গ) ১৯৭৬ চনত

উত্তৰঃ (খ) ১৯৫২ চনত

১০) .মাতৃ শব্দ অৰ্থ লিখা ?

(ক) মা

(খ) আই

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়


Post ID: DABP007351