দোঁ খাই থকা গছ 

১) অসহায় শব্দ অৰ্থ কি ?

(ক) সহায় নথকা

(খ) সহায় থকা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক)সহায় নথকা

২) দেশপ্ৰেমিক শব্দ অৰ্থ কি ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) যি নিজৰ দেশক ভাল পায়

(গ) যি নিজৰ দেশক ভাল নাপায়

উত্তৰঃ (খ) যি নিজৰ দেশক ভাল পায়

৩) বুঢ়ীজনে কিহৰ সহায় বিচাৰিছিল ?

(ক) ৰাস্তাটোৰ পাৰ কৰি দিবলৈ সহায় বিচাৰিছিল

(খ) পইচা সহায়ৰ বিচাৰিছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) ৰাস্তাটোৰ পাৰ কৰি দিবলৈ সহায় বিচাৰিছিল

৪) ন্যায়ধীশ শব্দ অৰ্থ কি ?

(ক) বিচাৰপতি

(খ) কুশল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) বিচাৰপতি

৫) বুঢ়ীজনীৰ চকুপানী কিয় ওলাইছিল ?

(ক) সহায় নকৰা বাবে

(খ) মা বুলি  মাতা দেখি

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) মা বুলি  মাতা দেখি

৬)  কল্যাণ শব্দ অৰ্থ কি ?

(ক) কুশল

(খ) মঙ্গল

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়



Post ID: DABP007280