মহাপুৰুষ 

১) মহাপুৰুষ দুজন নাম কি ?

(ক) শংকৰদেৱ আৰু মাধৱদেৱ

(খ) চন্দ্ৰ কুমাৰ আগৰৱালা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) শংকৰদেৱ আৰু মাধৱদেৱ

২) এজন সূৰ্য কাক বুজাইছে ?

(ক) শংকৰদেৱক

(খ) মাধৱদেৱক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) শংকৰদেৱক

৩) চন্দ্ৰ কাক বুজাইছে ?

(ক) মাধৱ দেৱক

(খ) শংকৰদেৱক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) মাধৱ দেৱক

৪) আন্ধাৰ বিপৰীত শব্দ কি ?

(ক) পোহৰ

(খ) ৰাতি

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) পোহৰ

৫) প্ৰভাত বিপৰীত শব্দ কি ?

(ক) ৰাতিপুৱা

(খ) গধূলি

(গ) এটাও নহয়

উত্তৰঃ (খ) গধূলি


Post ID: 



Post ID: DABP007245