Chapter 1

আমাৰ ৰাজ্য অসম


1. আমাৰ ৰাজ্য়খনৰ নাম কি?

(ক) নেপাল

(খ) চীন

(গ) অসম

উত্তৰঃ (গ) অসম


2. প্ৰতিখন ৰাজ্য় শাসন কৰবলৈ নিৰ্দিষ্ট এখন চৰকাৰ

(ক) নাথাকে

(খ) থাকে

(গ) দুয়োটা উত্তৰ অশুদ্ধ

উত্তৰঃ (খ) থাকে


3. 'অসম' নামটোৰ অৰ্থ

(ক) নাই

(খ) আছে

(গ) দুয়োটাৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) আছে


4. অসমৰ ৰাজ্য়ৰ পুৰণি নাম আছিল

(ক) ইটানগৰ

(খ) ডিছপুৰ

(গ) প্ৰাগজ্য়োতিষ

উত্তৰঃ (গ) প্ৰাগজ্য়োতিষ


5. কিমান জনগোষ্ঠীয়ে অসমত বাস কৰে?

(ক) এটা

(খ) বিভিন্ন

(গ) দুটা

উত্তৰঃ (খ) বিভিন্ন


6. উমৈহতীয়া ভাষা হিচাপে সকলোৱে কি ভাষা ব্য়ৱহাৰ কৰে?

(ক) অসমীয়া

(খ) ইংৰাজী

(গ) হিন্দী

উত্তৰঃ (ক) অসমীয়া


7. বৰ্তমান অসমৰ ব্ৰহ্মপুত্ৰ উপত্য়কাত প্ৰধান চৰকাৰী ভাষা হ'ল?

(ক) হিন্দী

(খ) অসমীয়া

(গ) ইংৰাজী

উত্তৰঃ (খ) অসমীয়া


8. বৰ্তমান অসমৰ বৰাক উপত্য়কাত প্ৰধান চৰকাৰী ভাষা হ'ল?

(ক) নেপালী

(খ) ইংৰাজী

(গ) বঙালী

উত্তৰঃ (গ) বঙালী


9. বৰ্তমান অসমৰ বি.চি.এ.ডি.ত প্ৰধান চৰকাৰী ভাষা হ'ল?

(ক) বঙালী

(খ) বড়ো

(গ) নেপালী

উত্তৰঃ (খ) বড়ো


10. পাহাৰীয়া অঞ্চল বুলি ক'লে কোন দুখন জিলাক বুজা যায়?

(ক) যোৰহাট আৰু গোলাঘাট

(খ) কাৰ্বি আংলং আৰু ডিমা হাছাও

(গ) গোৱালপাৰা আৰু তিনিচুকীয়া

উত্তৰঃ (খ) কাৰ্বি আংলং আৰু ডিমা হাছাও


11. উত্তৰ-পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্য্য়ালয় ক'ত অৱস্থিত?

(ক) গুৱাহাটীৰ মালিগাঁৱত

(খ) জাগীৰোড

(গ) ডিমা হাছাও

উত্তৰঃ (ক) গুৱাহাটীৰ মালিগাঁৱত


12. বৰ্তমান অসমত কিমানখন জিলা আছে?

(ক) ৩৩

(খ) ৩৭

(গ) ৩৬

উত্তৰঃ (ক) ৩৩


13. বৰ্তমান অসমৰ ৰাজধানীৰ নাম কি?

(ক) ইটানগৰ

(খ) আগৰতলা

(গ) ডিছপুৰ

উত্তৰঃ (গ) ডিছপুৰ


14. ডিমা হাছাও জিলাৰ পুৰণি নাম কি আছিল?

(ক) উত্তৰ-কাছাৰ পাৰ্বত্য় অঞ্চল

(খ) মাজুলী

(গ) প্ৰাগজোতিষপুৰ

উত্তৰঃ (ক) উত্তৰ-কাছাৰ পাৰ্বত্য় অঞ্চল


15. কাৰ্বি আংলঙৰ মাজেৰে নগাঁৱৰ পৰা ডিমাপুৰলৈকে।

(ক) ৫৪ নং  ৰাষ্ট্ৰীয় ঘাইপথ

(খ) ৫৩ নং  ৰাষ্ট্ৰীয় ঘাইপথ

(গ) ৩৬ নং  ৰাষ্ট্ৰীয় ঘাইপথ

উত্তৰঃ  (গ) ৩৬ নং  ৰাষ্ট্ৰীয় ঘাইপথ


16. গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা ডিমাপুৰলৈকে।

(ক) ৩৮ নং  ৰাষ্ট্ৰীয় ঘাইপথ

(খ) ৪০ নং  ৰাষ্ট্ৰীয় ঘাইপথ

(গ) ৩৯ নং  ৰাষ্ট্ৰীয় ঘাইপথ

উত্তৰঃ (গ) ৩৯ নং  ৰাষ্ট্ৰীয় ঘাইপথ


17. তিনিচুকীয়াৰ পৰা ডিগবৈৰ বৰগোলালৈ ।

(ক) ৩৮ নং  ৰাষ্ট্ৰীয় ঘাইপথ

(খ) ৩৭ নং  ৰাষ্ট্ৰীয় ঘাইপথ

(গ) ৫৩ নং  ৰাষ্ট্ৰীয় ঘাইপথ

উত্তৰঃ (ক) ৩৮ নং  ৰাষ্ট্ৰীয় ঘাইপথ


18. গুৱাহাটীৰ যোৰাবাটৰ পৰা শ্বিলং হৈ শিলচৰলৈ।

(ক) ৪০ নং  ৰাষ্ট্ৰীয় ঘাইপথ

(খ) ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ

(গ) ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ

উত্তৰঃ (ক) ৪০ নং  ৰাষ্ট্ৰীয় ঘাইপথ


19. উত্তৰ ফালৰ পৰা দক্ষিণলৈ বৈ  গৈ ব্ৰহ্মপুত্ৰত লগ লগা উপনৈসমূহ কি নৈ বোলে?

(ক) উত্তৰ - বাহিনী

(খ) দক্ষিণ- বাহিনী

(গ) উত্তৰ দক্ষিণ বাহিনী

উত্তৰঃ (ক) উত্তৰ - বাহিনী


Type: Pompi Hazarika