Chapter 2

অসমৰ চুবুৰীয়া ৰাজ্য়সমূহ


1. ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত ৰাজ্য়সমূহক একেলগে কি বুলি কোৱা হয়?

(ক) উত্তৰ-পূব ভাৰত

(খ) দক্ষিণ- পূব ভাৰত

(গ) উত্তৰ- পশ্চিম ভাৰত

উত্তৰঃ (ক) উত্তৰ-পূব ভাৰত


2. বৰ্তমান চিকিম ৰাজ্য়খন উত্ত-পূব ভাৰতৰ অন্তৰ্গত।

(ক) হৈছে

(খ) নাই হোৱা

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) হৈছে


3. পাহাৰীয়া অঞ্চলৰ লোকসকলে সাধাৰণতে কি খেতি কৰে।

(ক) মাহ খেতি

(খ) ধান খেতি

(গ) ঝুম খেতি

উত্তৰঃ (গ) ঝুম খেতি


4. পাহাৰৰ ঢালত খোঁজ কাটি কৰা খেতিক কি খেতি বোলে?

(ক) ঝুমখেতি বোলে

(খ) বেদিকা কৃষি বোলে

(গ) ধান খেতি বোলে

উত্তৰঃ (খ) বেদিকা কৃষি বোলে


5. অসমৰ প্ৰধান ভাষা কি?

(ক) অসমীয়া

(খ) হিন্দী

(গ) ইংৰাজী

উত্তৰঃ (ক) অসমীয়া


6. মণিপুৰৰ প্ৰধান ভাষা কি?

(ক) মণিপুৰী

(খ) বাংলা

(গ) অসমীয়া

উত্তৰঃ (ক) মণিপুৰী


7. ত্ৰিপুৰাৰ প্ৰধান ভাষা কি?

(ক) নেপালী

(খ) বাংলা

(গ) হিন্দী

উত্তৰঃ (খ) বাংলা


8. অসমৰ ৰাজধানীৰ নাম কি?

(ক) ইটানগৰ

(খ) ডিছপুৰ

(গ) কহিমা

উত্তৰঃ (খ) ডিছপুৰ


9. নাগালেণ্ডৰ ৰাজধানীৰ নাম কি?

(ক) আইজল

(খ) শ্বিলং

(গ) কহিমা

উত্তৰঃ (গ) কহিমা


10. অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি?

(ক) ইটানগৰ

(খ) আগৰতলা

(গ) গেংটক

উত্তৰঃ (ক) ইটানগৰ


11. মিজোৰামৰ ৰাজধানীৰ নাম কি?

(ক) ক'লকাতা

(খ) ইম্ফল

(গ) আইজল

উত্তৰঃ (গ) আইজল


12. পশ্চিমবংগৰ ৰাজধানীৰ নাম কি?

(ক) ক'লকাতা

(খ) ইটানগৰ

(গ) আগৰতলা

উত্তৰঃ (ক) ক'লকাতা


13. চিকিমৰ ৰাজধানীৰ নাম কি?

(ক) গেংটক

(খ) ক'লকাতা

(গ) আগৰতলা

উত্তৰঃ (ক) গেংটক


14. মেঘালয়ৰ ৰাজধানীৰ নাম কি?

(ক) শ্বিলং

(খ) আগৰতলা

(গ) অসম

উত্তৰঃ (ক) শ্বিলং


15. মণিপুৰৰ ৰাজধানীৰ নাম কি?

(ক) ইম্ফল

(খ) আইজল

(গ) কহিমা

উত্তৰঃ (ক) ইম্ফল


16. আমাৰ চুবুৰীয়া ৰাজ্য় সাতখনক লৈ বৰ্তমান ভাৰতৰ ৰাজ্য়ৰ সংখ্য়া হ'ল।

(ক) ৩৩ খন

(খ) ৩৭ খন

(গ) ২৮ খন

উত্তৰঃ (গ) ২৮ খন


17. বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্য়া কিমান?

(ক) ৯ খন

(খ) ৩৩ খন

(গ) ২৮ খন

উত্তৰঃ (ক) ৯ খন


18. পাহাৰী লোকসকলে কেনেকুৱা ৰঙৰ পোছাক পৰিধান কৰা দেখা যায়।

(ক) ৰঙা ৰঙৰ

(খ) উজ্জ্বল ৰঙৰ

(গ) বগা ৰঙৰ

উত্তৰঃ (খ) উজ্জ্বল ৰঙৰ


19. অসমৰ লগত চুবুৰীয়া ৰাজ্য়সমূহৰ বহুতখিনি মিল।  

(ক) আছে

(খ) নাই

(গ) একেবাৰেই নাই

উত্তৰঃ (ক) আছে


20. মেঘালয়ত খাচীসকলে কি উৎসৱ পালন কৰে?

(ক) বৰদিন

(খ) নংক্ৰেম

(গ) দুৰ্গাপূজা পালন

উত্তৰঃ (খ) নংক্ৰেম



21. অৰুণাচলত কি উৎসৱ পালন কৰে?

(ক) ডনি' প'ল',
 
(খ) বৰদিন

(গ) নংক্ৰেম

উত্তৰঃ (ক) ডনি' প'ল',



22. নাগালেণ্ডত কি উৎসৱ পালন কৰি?

(ক) বৰদিন
 
(খ) দুৰ্গা পূজা

(গ) নংক্ৰেম

উত্তৰঃ (ক) বৰদিন



Type: Pompi Hazarika