Chapter 3

অসমৰ জিলাসমূহ (প্ৰথম খণ্ড)


1. আমাৰ দেশখনৰ নাম কি?

(ক) ভাৰত

(খ) অসম

(গ) নাগালেণ্ড

উত্তৰঃ (ক) ভাৰত


2. অসম নামৰ ৰাজ্য়খনক শাসনৰ সুবিধাৰ কাৰণে কেইটা ভাগত ভাগ কৰা হয়?

(ক) ২২ টা

(খ) ২৩ টা

(গ) ৩৩ টা

উত্তৰঃ (গ) ৩৩ টা


3. অসমৰ প্ৰায়বোৰ জিলাতে কেইটা মহকুমা থাকে?

(ক) ২ বা ৩টা

(খ) ৪ টা

(গ) ৫ টা

উত্তৰঃ (ক) ২ বা ৩টা

 

4. জিলা প্ৰশাসনৰ মুৰব্বীগৰাকীক কি বোলে?

(ক) মহকুমা

(খ) গাওঁবুঢ়া

(গ) উপায়ুুক্ত

উত্তৰঃ (গ) উপায়ুুক্ত


5. মহকুমা প্ৰসানৰ মুৰব্বীগৰাকীক কি বোলে?

(ক) উপায়ুক্ত

(খ) মহকুমা

(গ) মহকুমাধিপতি

উত্তৰঃ (গ) মহকুমাধিপতি


6. মহকুামৰ একোখন কি থাকে?

(ক) ৰাজ্য়

(খ) গাওঁ

(গ) সদৰ ঠাই

উত্তৰঃ (গ) সদৰ ঠাই


7. ব্ৰহ্মপুত্ৰ উপত্য়কাত সৰ্বমুঠ কিমান খন জিলা আছে?

(ক) ২৮ খন

(খ) ২৭ খন

(গ) ২৯ খন

উত্তৰঃ (খ) ২৭ খন


8. বৰাক উপত্য়কাত কিমানখন জিলা আছে?

(ক) ৩ খন

(খ) ৭ খন

(গ) ৯ খন

উত্তৰঃ (ক) ৩ খন


9. পাৰ্বত্য় অঞ্চলটোত কিমানখন ৰাজ্য় আছে?

(ক) ৩ খন

(খ) ৬ খন

(গ) ৭ খন

উত্তৰঃ (ক) ৩ খন


10. প্ৰতিখন জিলাৰেই সীমা সাধাৰণতে কিহক কেন্দ্ৰ কৰি নিৰূপণ কৰা হৈছে?

(ক) একো একোখন নদীক

(খ) একো একোখন জিলাক

(গ) একো একোখন নগৰ

উত্তৰঃ (ক) একো একোখন নদীক


11. জিলাবোৰৰ বিষয়ে বিতংকৈ জানিবলৈ কিহৰ প্ৰয়োজন হয়?

(ক) মানচিত্ৰৰ প্ৰয়োজন হয়

(খ) মানুহৰ প্ৰয়োজন হয়

(গ) কাগজৰ প্ৰয়োজন হয়

উত্তৰঃ (ক) মানচিত্ৰৰ প্ৰয়োজন হয়


12. মানচিত্ৰ কেই প্ৰকাৰৰ?

(ক) ৩ প্ৰকাৰৰ

(খ) ৪ প্ৰকাৰৰ

(গ) ৫ প্ৰকাৰৰ

উত্তৰঃ (ক) ৩ প্ৰকাৰৰ


13. অসমৰ পূব দিশৰ সীমামূৰীয়া জিলাখনৰ নাম?

(ক) তিনিচুকীয়া

(খ) অৰুণাচল প্ৰদেশ

(গ) চীন

উত্তৰঃ (ক) তিনিচুকীয়া


14. তিনিচুকীয়া জিলা কেইটা মহকুমা লৈ গঠিত?

(ক) ৩ টা

(খ) ৪ টা

(গ) ৫ টা

উত্তৰঃ (ক) ৩ টা


15. মাৰ্ঘোৰিটাত  কি তৈয়াৰ  কাৰখানা আছে?

(ক) প্লাইড

(খ) কাগজ

(গ) কেৰাচিন

উত্তৰঃ (ক) প্লাইড


16. কোনটো ঘাইপথৰ ওপৰত নামদাঙৰ শিলৰ সাকোঁ আছে?

(ক) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

(খ) ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ

(গ) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ

উত্তৰঃ (ক) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ



Type: Pompi Hazarika