Chapter 7
আমাৰ দেশ ভাৰত
1. প্ৰতিখন দেশৰে __________ থাকে?
(ক) সীমা
(খ) ৰাষ্ট্ৰ থাকে
(গ) প্ৰধান মন্ত্ৰী থাকে
উত্তৰঃ (ক) সীমা
2. সুবিশাল ভাৰতবৰ্ষক ভৌগলিক অৱস্থিতিৰ পৰা কেইটা ভাগত ভাগ কৰা হৈছে?
(ক) ৫
(খ) ১০
(গ) ৭
উত্তৰঃ (ক) ৫
(ক) হয়
(খ) নহয়
(গ) এটাও নহয়
উত্তৰঃ (খ) নহয়
(ক) আৱদ্ধ
(খ) আগুৰি
(গ) বাধা দি
উত্তৰঃ (খ) আগুৰি
(ক) ধৰ্ম নিৰপেক্ষ দেশ বোলা হয়
(খ) অসম
(গ) দেশ
উত্তৰঃ (ক) ধৰ্ম নিৰপেক্ষ দেশ বোলা হয়
(ক) ২২ টা
(খ) ১৫০ টা
(গ) ৬০ টা
উত্তৰঃ (ক) ২২ টা
(ক) আৰবসাগৰত
(খ) বঙ্গোপসাগৰত
(গ) গোলাঘাটত
উত্তৰঃ (খ) বঙ্গোপসাগৰত
(ক) আৰব সাগৰত
(খ) বঙ্গোপসাগৰত
(গ) যোৰহাটত
উত্তৰঃ (ক) আৰব সাগৰত
(ক) আগ্ৰাত
(খ) বিহাৰৰ পাটনাত
(গ) দিল্লীত
উত্তৰঃ (ক) আগ্ৰাত
(ক) বিহাৰৰ পাটনাত
(খ) আগ্ৰাত
(গ) দিল্লীত
উত্তৰঃ (ক) বিহাৰৰ পাটনাত