Chapter 8

ভাৰতৰ স্বাধীনতা আন্দোলন


1. আমাৰ দেশখনৰ নাম কি?

(ক) ভাৰত

(খ) অসম

(গ) গুজৰাট

উত্তৰঃ (ক) ভাৰত



2. কিমান চনত ইংৰাজৰ অধীনৰ পৰা ভাৰত স্বাধীন হৈছল?

(ক) ১৯৪৭

(খ) ১৯৪৯

(গ) ১৯৫০

উত্তৰঃ (ক) ১৯৪৭



3. স্ব+অধীন =

(ক) স্বাধীন

(খ) স্বদেশী

(গ) স্বপ্ৰেমী

উত্তৰঃ (ক) স্বাধীন



4. স্ব মানে কি?

(ক) নিজৰ

(খ) আনৰ

(গ) লোকৰ

উত্তৰঃ (ক) নিজৰ



5. দেশত থকা নীতি-নিয়ম আদি আমাৰ নিজৰ মতে হোৱাটো সহজ ভাষাত কি বোলে ?

(ক) স্বাধীন

(খ) সংবিধান

(গ) ৰচনা

উত্তৰঃ (ক) স্বাধীন


6. 'জাতীৰ পিতা' বুলি কাক কয়?

(ক) মহাত্মা গান্ধী

(খ) পিয়লি ফুকন

(গ) মণিৰাম দেৱান

উত্তৰঃ (ক) মহাত্মা গান্ধী



7. মহাত্মা গান্ধী ক'ত জন্ম হৈছিল?

(ক) গুজৰাটৰ পোৰবন্দৰত

(খ) অসমত
 
(গ) বিহাৰত

উত্তৰঃ (ক) গুজৰাটৰ পোৰবন্দৰত



8. মহাত্মা গান্ধী পিতৃৰ নাম কি?

(ক) কৰমচাঁদ গান্ধী

(খ) ৰাজীৱ গান্ধী

(গ) ভাস্কৰ গান্ধী

উত্তৰঃ (ক) কৰমচাঁদ গান্ধী




9. মহাত্মা গান্ধী মাতৃ নাম কি

(ক) পুতুলীবাঈ

(খ) কনকলতা
 
(গ) হীমা দাস

উত্তৰঃ (ক) পুতুলীবাঈ



10. ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ সংগঠনোটোৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৮৮৫ চনত

(খ) ১৯৫০ চনত

(গ) ১৯৪৭ চনত

উত্তৰঃ (ক) ১৮৮৫ চনত



11. কিমান চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰধান নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰে?

(ক) ১৯১৯ চনত

(খ) ১৯৮৮ চনত

(গ) ১৯৮৫ চনত

উত্তৰঃ (ক) ১৯১৯ চনত



12. কিমান চনৰ কি মাহত আইন অমান্য় আন্দোলন আৰম্ভ কৰিছিল?

(ক) ১৯৩০ চনৰ মাৰ্চ মাহত

(খ) ১৯৪০ চনৰ এপ্ৰিল মাহত

(গ) ১৯৩৩ চনৰ মাৰ্চ মাহত

উত্তৰঃ (ক) ১৯৩০ চনৰ মাৰ্চ মাহত



13. কিমান চনৰ শেষৰফালে সমগ্ৰ পৃথিৱীতে বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ বিপদে দেখা দিয়ে?

(ক) ১৯৩৯

(খ) ১৯৪৯

(গ) ১৯৫০

উত্তৰঃ (ক) ১৯৩৯



14. কিমান চনত সমগ্ৰ ভাৰততে হোৱা আন্দোলক 'ভাৰত ত্য়াগ' আন্দোলন বোলা হয়?

(ক) ১৯৪২

(খ) ১৯৪০

(গ) ১৯৪৮

উত্তৰঃ (ক) ১৯৪২



15. কিমান চনত ক'ত হোৱা কংগ্ৰেছৰ সভাত সভাপতি আছিল জৱাহৰলাল নেহৰু?

(ক) ১৯২৯ চনত লাহোৰত

(খ) ১৯৬০ চনত পঞ্জাৱত

(গ) ১৭৫৫ চনত বিহাৰত

উত্তৰঃ (ক) ১৯২৯ চনত লাহোৰত