90% Common Question
HSLC 2010
1. উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়াৰ প্ৰধান নদীবিলাকৰ এখন হৈছে-
(a) হোৱাং হো
(b) উৰাল
(c) ইনিছি
(d) মেকং
2. এছিয়া মহাদেশৰ প্ৰধান ভূ-প্রাকৃতিক বিভাগসমূহ বর্ণনা কৰা।
HSLC 2011
1. এছিয়া মহাদেশৰ তলত উল্লিখিত নদীসমূহৰ অন্তৰ্বাহী নদীখন হ'ল
(a) আমুৰ
(b) মেকং
(c) টাইগ্রিছ
(d) হেলমেণ্ড।
2. এছিয়া মহাদেশৰ মাটিকালি আৰু ইয়াৰ অৱস্থানৰ বৈশিষ্ট্য লিখা।
HSLC 2013
1. এছিয়া মহাদেশৰ মাটিকালি হ'ল –
(a) ৬৪.২ নিযুত বর্গ কিঃমিঃ
(b) ২৪.২ নিযুত বর্গ কিঃমিঃ
(c) ৪৪.২ নিযুত বর্গ কিঃমিঃ
(d) ৫৪.২ নিযুত বর্গ কিঃমিঃ
2. এছিয়া মহাদেশত জলবায়ুৰ তাৰতম্যৰ লগত জড়িত কাৰকবোৰ আলোচনা কৰা।
HSLC 2014
1. কোনখন মালভূমি 'পৃথিৱীৰ মূধচ' হিচাপে জনাজাত?
(a) আর্মেনিয়া মালভূমি
(b) এনাতলীয়া মালভূমি
(c) পামিৰ মালভূমি
(d) কুৰদিস্তান মালভূমি
HSLC 2016
1. উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়াৰ এখন প্রধান নদী-
(a) উৰাল
(b) মেকং
(c) য়েনেছি
(d) হোৱাং-হো।
HSLC 2017
1. কোনখন সাগৰে এছিয়া আৰু আফ্রিকা মহাদেশক পৃথক কৰিছে?
(a) ভূমধ্য সাগৰে
(b) লোহিত সাগৰে
(c) কাস্পিয়ান সাগৰে
(d) আৰব সাগৰে
2. পৃথিৱীৰ বৃহত্তম মহাসাগৰখন কি? এই মহাসাগৰখনৰ মুঠ কালি কিমান উল্লেখ কৰা।
3. পৃথিৱীত সৰ্ব্বমুঠ কিমানখন দেশ আছে? মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশ দুখনৰ নাম লিখা।
4. এচিয়া মহাদেশৰ জলবায়ু ভিন্ন হোৱাৰ কাৰকবোৰ আলোচনা, কৰা।
5. ইউৰোপ মহাদেশৰ পাঁচখন দেশ আৰু তাৰ ৰাজধানীসত নাম লিখা।
HSLC 2018
1. প্রাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে
(a) কাৰাকোৰাম পৰ্বতমালা আৰু কৃষ্ণ সাগৰে
(b) হিমালয় পর্বতমালা আৰু আমুৰ নদীয়ে
(c) উৰাল পৰ্বতমালা আৰু উৰাল নদীয়ে
(d) ৰকি পর্বতমালা আৰু লেনা নদীয়ে
2. পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক'ত অৱস্থিত?
3. ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত | অৱস্থিত দুখন দেশৰ নাম লিখা।
4. মহাদেশীয় বিস্থাপন বা সঞ্চাৰণৰ সুত্ৰটো চমুকৈ বর্ণনা করা।
HSLC 2019
1. পৃথিৱীৰ দীর্ঘতম পর্বতশ্রেণীটো হ'ল-
(a) হিমালয় পর্বতমালা
(b) এন্ডিজ পর্বতমালা
(c) ৰ'কি পর্বতমালা
(d) ইউৰাল পর্বতমালা
2. উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বতশ্ৰেণীটোৰ নাম কি? ই মহাদেশখনৰ কোন অংশত অৱস্থিত?
3. উত্তৰ আমেৰিকা মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।
HSLC 2020
1. কোনখন সাগৰে এছিয়া মহাদেশক আফ্রিকা মহাদেশৰ পৰা পৃথক কৰিছে?
(a) লোহিত সাগৰ
(b) ভূমধ্য সাগৰ
(c) কাস্পিয়ান সাগৰ
(d) এড্রিয়াটিক সাগৰ
2. ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম লিখা।
3. এছিয়া মহাদেশৰ প্রাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা।
4. মহাসাগৰসমূহৰ বিতৰণ আৰু বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা।
HSLC 2022
1. তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্তম?
(a) ভাৰত মহাসাগৰ
(b) আটলান্টিক মহাসাগৰ
(c) প্রশান্ত মহাসাগৰ
(d) দক্ষিণ মহাসাগৰ
2. টেথিছ সাগৰৰ উত্তৰ আৰু দক্ষিণত থকা মহাদেশীয় ভূখণ্ডৰ নাম লিখা।
3. পৃথিৱীত মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পর্কে চমুকৈ লিখা।
4. মহাদেশীয় বিস্থাপন সূত্ৰ চমুকৈ বৰ্ণনা কৰা।
HSLC 2023
1. উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্দ্ধাৰণ কৰিছে।
(লোহিত সাগৰে/পানামা খালে/ভূমধ্য সাগৰে /ইউবাল পর্বতে)
2. পৃথিৱীৰ ক্ষুদ্রতম মহাসাগৰখনৰ নাম লিখা।
3. এছিয়া মহাদেশৰ প্রাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা।
4. পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ বর্ণনা কৰা।
Important Questions 1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
1. পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন
(a) প্রশান্ত মহাসাগৰ
(b) ভাৰত মহাসাগৰ
(c) আটলান্টিক মহাসাগৰ
(d) দক্ষিণ মহাসাগৰ
2. পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন?
(a) উত্তৰ আমেৰিকা মহাদেশ
(b) ইউৰোপ মহাদেশ
(c) এন্টাটিকা মহাদেশ
(d) ওছেনিয়া মহাদেশ।
3. ফক্লেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?
(a) আটলান্টিক মহাসাগৰ
(৮) উত্তৰ মহাসাগৰ
(d) ভাৰত মহাসাগৰ
(c) প্রশান্ত -হাসাগৰ
4. আটলান্টিক মহাসাগৰৰ বিস্তৃতি বা মাটিকালি নিযুত বর্গ কিলোমিটাৰ।
(a) 65.2 নিযুত বর্গ কিলোমিটাৰ
(b) 75.8 নিযুত বর্গ কিলোমিটাৰ
(c) 82 নিযুত বর্গ কিলোমিটাৰ
(d) 85.2 নিযুত বর্গ কিলোমিটাৰ
5. এছিয়া আৰু ইউৰোপ মহাদেশক প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে?
(a) ইউৰাল পৰ্বতমালা
(b) ককেচাচ পর্বত
(c) কাস্পিয়ান সাগৰ
(d) ভল্লা নদী
6. ইকুৱেড'ৰ কোনখন মহাদেশত অৱস্থিত?
(a) উত্তৰ আমেৰিকা
(b) দক্ষিণ আমেৰিকা
(c) আফ্রিকা
(d) এছিয়া
7. ব্রাজিলৰ ৰাজধানী কি?
(a) ৰিও ডি জেনেইৰো
(c) ব্রাচিলিয়া
(চ) চাও পাওলো
(d) লিমা
8. পৃথিৱীৰ মুঠ মাটিকালি ------ বর্গ কিলোমিটাৰ।
(a) প্রায় 210 নিযুত
(c) প্রায় 410 নিযুত
(b) প্রায় 361 নিযুত
(d) প্রায় 510 নিযুত
9. ভূপৃষ্ঠৰ --– বর্গ কিলোমিটাৰ জলভাগে আৱৰি আছে।
(a) প্রায় 216 নিযুত
(b) প্রায় 269 নিযুত
(c) প্রায় 310 নিযুত
(d) প্রায় 361 নিযুত
10. ভূপৃষ্ঠৰ জলমণ্ডলৰ অৱস্থিত। - শতাংশ দক্ষিণ গোলার্ধত।
(a) 27 শতাংশ
(c) 57 শতাংশ
(b) 47 শতাংশ
(d) 67 শতাংশ
11. পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় শতাংশ উত্তৰ গোলার্ধত বাস কৰে।
(a) 30 শতাংশ
(b) 50 শতাংশ
(c) 75 শতাংশ
(d) 90 শতাংশ
12. তলৰ কোনখন মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলার্ধলৈ বিস্তৃত নহয়?
(a) উত্তৰ মহাসাগৰ
(b) আটলান্টিক মহাসাগৰ
(c) প্রশান্ত মহাসাগৰ
(d) ভাৰত মহাসাগৰ
13. বিস্তৃতি বা মাটিকালি হিচাপে মহাসাগৰসমূহৰ ভিতৰত সৰ্ববৃহৎ মহাসাগৰখন-
(a) উত্তৰ মহাসাগৰ
(b) আটলান্টিক মহাসাগৰ
(c) প্রশান্ত মহাসাগৰ
(d) ভাৰত মহাসাগৰ
14. শান্ত মহাসাগৰৰ বিস্তৃতি বা মাটিকালি- নিযুত বর্গ কিলোমিটাৰ।
(a) 165.2 নিযুত বর্গ কিলোমিটাৰ
(b) 175.8 নিযুত বর্গ কিলোমিটাৰ
(c) 175.9 নিযুত বর্গ কিলোমিটাৰ
(d) 185.2 নিযুত বর্গ কিলোমিটাৰ
15. বিস্তৃতি বা মাটিকালি হিচাপে মহাসাগৰসমূহৰ ভিতৰত ক্ষুদ্রতম মহাসাগৰখন-
(a) উত্তৰ মহাসাগৰ
(b) আটলান্টিক মহাসাগৰ
(c) দক্ষিণ মহাসাগৰ
(d) ভাৰত মহাসাগৰ
16. উত্তৰ মহাসাগৰৰ বিস্তৃতি বা মাটিকালি - নিযুত বর্গ কিলোমিটাৰ।
(a) 20.3 নিযুত বর্গ কিলোমিটাৰ
(b) 14.1 নিযুত বর্গ কিলোমিটাৰ
(c) 10.1 নিযুত বর্গ কিলোমিটাৰ
(d) 08.1 নিযুত বর্গ কিলোমিটাৰ
17. পৃথিৱীৰ গভীৰতম সামুদ্রিক খাত মেৰিয়ানা বা চেলেঞ্জাৰ খাত – মিটাৰ গভীৰ।
(a) 11,012 মিটাৰ
(b) 11,022 মিটাৰ
(c) 21,001 মিটাৰ
(d) 21,011 মিটাৰ
18. সমুদ্রতলিলৈ হেলনীয়াভাৱে নামি যোৱা মহীসোপান অঞ্চলৰ গড়কৌণিক ঢাল-
(a) 1°
(b) 5°
(c) 15°
(d) 25°
20. তলৰ কোনটো পৃথিৱীৰ সমূদ্র খাতসমূহৰ ভিতৰত গভীৰতম
(a) ছুণ্ডা খাত
(c) মেৰিয়ানা খাত
(b) ৰোমান্স খাত
(d) এলিউছিয়ান খাত
21. ----মহাসাগৰে পৃথিৱীৰ প্ৰায় এক তৃতীয়াংশ ঠাই আগুৰি আছে।
(a) উত্তৰ মহাসাগৰ
(b) আটলান্টিক মহাসাগৰ
(c) প্রশান্ত মহাসাগৰ
(d) ভাৰত মহাসাগৰ
22. প্রশান্ত মহাসাগৰৰ গড় গভীৰতা প্রায় মিটাৰ।
(a) 3000 মিটাৰ।
(b) 4000 মিটাৰ।
(c) 5000 মিটাৰ।
(d) 5500 মিটাৰ।
23. ভূ-পৃষ্ঠৰ কিমান শতাংশ জলভাগ?
24. ভূ-পৃষ্ঠৰ কিমান শতাংশ স্থলভাগ?
25. মাটি কালি হিচাপত ভূ-পৃষ্ঠৰ স্থলভাগ কিমান?
26. মাটি কালি হিচাপত ভূ-পৃষ্ঠৰ জলভাগ কিমান?
27. পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ খনৰ নাম কি?
28. পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰ খনৰ নাম কি?
29. বৰ্তমান পৃথিৱীৰ জনসংখ্যা কিমান?
30. জলমণ্ডল কাক বোলে?
31. স্থলমণ্ডল কাক বোলে?
32. গড় হিচাপে মহাসাগৰৰ গভীৰতা কিমান?
33. মহীসোপন কি?
34. মহীঢাল কি?
35. পৃথিৱীৰ গভীৰতম খাত কি? ইয়াৰ গভীৰতা লিখা।
36. প্রশান্ত মহাসাগৰৰ বিস্তৃতি আৰু মাপ লিখা।
37. প্রশান্ত মহাসাগৰৰ গঢ় গভীৰতা কিমান?
38. প্রশান্ত মহাসাগৰত কিমান সামুদ্রিক দ্বীপ আছে?
39. পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
40. আটলান্টিক মহাসাগৰৰ মাপ লিখা।
41. আটলান্টিক মহাসাগৰৰ আকৃতি কেনেকুৱা।
42. আটলান্টিক মহাসাগৰৰ গভীৰতা কিমান?
43. ভাৰত মহাসাগৰৰ গভীৰতা কিমান?
44. দক্ষিণ মহাসাগৰৰ মাটিকালি কিমান?
45. দক্ষিণ মহাসাগৰ কিয় বৰফেৰে ঢাক খাই থাকে?
46. উত্তৰ মহাসাগৰৰ মাটিকালি কিমান?
47. উত্তৰ মহাসাগৰ খনৰ গভীৰতা কিমান?
48. উত্তৰ মহাসাগৰ খন বৰফেবে ঢাক খাই থাকে কিয়?
49. এছিয়া মহাদেশৰ মাটিকালি কিমান?
50. এছিয়া মহাদেশৰ জনসংখ্যা কিমান?
51. পৃথিৱীৰ উচ্চতম মালভূমি কি?
52. ইউৰোপ মহাদেশৰ মাটিকালি কিমান?
53. ইউৰোপ মহাদেশৰ অন্তৰ্গত এটা দ্বীপৰ নাম লিখা।
54. ইউৰোপৰ জনসংখ্যা কিমান?
55. ইউৰোপৰ মুঠতে কিমানখন দেশ আছে?
56. ইউৰোপৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি?
57. আল্লছ পৰ্বতৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি?
58. পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখন কি?
59. আফ্রিকা মহাদেশৰ মাটিকালি কিমান?
60. আফ্রিকা মহাদেশৰ জনসংখ্যা কিমান?
61. আফ্রিকা মহাদেশৰ সৰ্বোচ্চ শৃংগটোৰ নাম লিখা।
62. পৃথিৱীৰ বৃহত্তম মৰুভূমি কি?
63. ভাৰতৰ একমাত্ৰ মৰুভূমিখন কি? 44. পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশখন কি?
65. উত্তৰ আমেৰিকা মহাদেশৰ মাটিকালি কিমান?
66. উত্তৰ আমেৰিকা মহাদেশৰ সৰ্বোচ্চ ঠাইখন কি?
67. উত্তৰ আমেৰিকা মহাদেশৰ নিম্নতম ঠাইখন কি?
68. উত্তৰ আমেৰিকা মহাদেশৰ জনসংখ্যা কিমান?
69. উত্তৰ আমেৰিকা মহাদেশৰ মুঠতে কিমান খন দেশ আছে?
70. পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশখন কি?
71. দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম দেশখন কি?
72. দক্ষিণ আমেৰিকা মহাদেশৰ কেইখন দেশ আছে?
73. দক্ষিণ আমেৰিকা মহাদেশৰ জনসংখ্যা কিমান?
74. পৃথিৱীৰ দীর্ঘতম পর্বতশ্রেণীটোৰ নাম কি?
75. দক্ষিণ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগটোৰ নাম কি?
76. দক্ষিণ আমেৰিকা মহাদেশৰ উচ্চতম মালভূমিটোৰ নাম কি?
77. পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদখনৰ নাম কি?
78. ওছেনিয়া মহাদেশৰ মাটিকালি কিমান?
79. ওছেনিয়া মহাদেশৰ বৃহত্তম দেশখন কি?
80. ওছেনিয়া মহাদেশৰ জনসংখ্যা কিমান?
81. ওছেনিয়া মহাদেশৰ মুঠ কিমানখন দেশ আছে?
82. পৃথিৱীত মুঠ কিমানখন দেশ আছে?
83. পৃথিৱীৰ বৃহত্তম দেশখন কি?
84. পৃথিৱীৰ ক্ষুদ্রতম দেশখন কি?
85. পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখন কি?
86. পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ দেশখন কি?
87. পৃথিৱীৰ মুঠ মাটিকালি কিমান?
2/3 Marks Questions (/২৩ নম্বৰীয়া প্ৰশ্ন)
1. পৃথিৱীৰ কিমান শতাংশ স্থলভাগ আৰু জলভাগ আছে? কালিৰ হিচাপত ইয়াৰ মাপ কিমান?
2. পৃথিৱীৰ মহাদেশ কেইখন আৰু কি কি?
3. পৃথিৱীৰ মহাসাগৰ কেইখন আৰু কি কি?
4. পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰ আৰু মহাদেশ খনৰ নাম লিখা।
5... পেঞ্জিয়া কি?
6. পান্থালাছা কাক বোলে?
7. টেথিছ সাগৰ কি?
8. লৰেছিয়া বিভাজিত হৈ সৃষ্টি হোৱা ঠাই সমূহৰ নাম লিখা।
9. গণ্ডোরানালেও বিভাজিত হৈ সৃষ্টি হোৱা ঠাই সমূহৰ নাম।
10. পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90 শতাংশই উত্তৰ গোলার্ধত লিখা। বাস কৰাৰ কাৰণ কি?
11. উপকূলব পৰা সাগৰৰ মাজভাগলৈ থকা ঠাইবোৰৰ নাম লিখা।
12. প্রশান্ত মহাসাগৰত থকা কেইটামান গভীৰ খাতৰ নাম লিখা।
13. আটলান্টিক মহাসাগৰৰ বিস্তৃতি লিখা।
14. আটলান্টিক মহাসাগৰত থকা কেইটামান দ্বীপৰ নাম লিখা।
15. আটলান্টিক মহাসাগৰত থকা কেইটামান জাতৰ নাম লিখা।
16. আটলান্টিক মহাসাগৰত থকা সাগৰ কেইখন মানৰ নাম উল্লেখ কৰা।
17. ভাৰত মহাসাগৰৰ বিস্তৃতি লিখা।
18. প্রশান্ত মহাসাগৰৰ চাৰিসীমা লিখা।
19. আটলান্টিক মহাসাগৰৰ চাৰিসীমা লিখা।
20. ভাৰত মহাসাগৰৰ চাৰিসীমা লিখা।
21. ভাৰত মহাসাগৰৰ খাত কেইটামানৰ নাম লিখা।
22. ভাৰত মহাসাগৰৰ অন্তৰ্গত কেইখনমান সাগৰৰ নাম লিখা।
23. ভাৰত মহাসাগৰৰ অন্তৰ্গত কেইটামান দ্বীপৰ নাম লিখা।
24. দক্ষিণ মহাসাগৰৰ বিস্তৃতি লিখা।
25. এছিয়া মহাদেশৰ বিস্তৃতি লিখা।
26. এছিয়া মহাদেশত থকা কেইখনমান পৰ্বতমালাৰ নাম লিখা।
27. এছিয়া মহাদেশত থকা কেইখনমান মালভূমিৰ নাম লিখা।
28. পৃথিৱীৰ উচ্চতম আৰু দ্বিতীয় উচ্চতম শৃংগ দুটাৰ নাম! লিখা।
29. এছিয়া মহাদেশৰ কেইখনমান উল্লেখযোগ্য নদীৰ নাম লিখা।
30. এছিয়া মহাদেশৰ কেইখনমান মৰুভূমিৰ নাম লিখা।
31. ইউৰোপ মহাদেশৰ বিস্তৃতি লিখা।
32. ইউৰোপ মহাদেশৰ চাৰিসীমা লিখা।
33. এছিয়া মহাদেশৰ চাৰিসীমা লিখা।
34. ইউৰোপ মহাদেশৰ কেইখনমান নদীৰ নাম লিখা।
35. ইউৰোপ মহাদেশৰ কেইখনমান হ্ৰদৰ নাম লিখা।
36. আফিকা মহাদেশৰ বিস্তৃতি লিখা।
37. আফিকা মহাদেশৰ চাৰিসীমা লিখা।
38. আফিকা মহাদেশৰ কেইখনমান নদীৰ নাম লিখা।
39. আফিকা মহাদেশৰ কেইখনমান হ্ৰদৰ নাম লিখা।
40. আফিকা মহাদেশৰ কেইখনমান মৰুভূমিৰ নাম লিখা।
41. উত্তৰ আমেৰিকা মহাদেশৰ বিস্তৃতি লিখা।
42. উত্তৰ আমেৰিকা মহাদেশৰ চাৰিসীমা লিখা।
43. উত্তৰ আমেৰিকা মহাদেশৰ কেইখনমান পর্বত শ্ৰেণীৰ নাম লিখা।
44 . উত্তৰ আমেৰিকা মহাদেশৰ কেইখনমান নদীৰ নাম লিখা।
45. উত্তৰ আমেৰিকা মহাদেশৰ কেইখনমান হ্ৰদৰ নাম লিখা
46. দক্ষিণ আমেৰিকা, মহাদেশৰ বিস্তৃতি লিখা।
47. দক্ষিণ আমেৰিকা মহাদেশৰ চাৰিসীমা লিখা।
48. দক্ষিণ আমেৰিকা মহাদেশৰ কেইখনমান মালভূমিৰ নামা লিখা।
49. দক্ষিণ আমেৰিকা মহাদেশৰ কেইখনমান নদীৰ নাম লিখা।
50. দক্ষিণ আমেৰিকা মহাদেশৰ দুখন মৰুভূমিৰ নাম লিখা।
51. ওচেনিয়া মহাদেশৰ বিস্তৃতি লিখা।
12. ওচেনিয়া মহাদেশৰ চাৰিসীমা লিখা।
53. ওচেনিয়া মহাদেশৰ কেইখনমান নদীৰ নাম লিখা।
54 . ওচেনিয়া মহাদেশৰ কেইখনমান মৰুভূমিৰ নাম লিখা।
55. ওচেনিয়া মহাদেশৰ কেইখনমান হ্ৰদৰ নাম লিখা।
56. এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?
57. পৃথিৱীৰ দীর্ঘতম পৰ্বতমালা কোনটো আৰু ক'ত অৱস্থিত?
58. মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাদেশৰ নাম লিখা।
59. পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত?
60. মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশৰ নাম লিখা।
61. উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি? এই পৰ্বতমালাৰ দৈর্ঘ্য কিমান আৰু ই মহাদেশৰ কোন অংশত অৱস্থিত?
62. এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্রবাহিত আৰু পূব দিশলৈ প্রবাহিত নদীৰ নাম লিখা।
63. অষ্ট্ৰেলিয়াৰ একোখনকৈ প্রধান পর্বতশ্রেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।
64. ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।
4/5 Marks Questions (৪/৫ নম্বৰীয়া প্ৰশ্ন)
1. মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিবীৰ অৱস্থা আদিতে কেনে আছিল?
2. পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।
3. মহাসাগৰৰ তলিভাগৰ ভূ-অবয়ব সম্পৰ্কে চমুকৈ লিখা।
4. পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।
5. এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।
6. কাৰণ দর্শাই উত্তৰ লিখা:
(i) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90 শতাংশই উত্তৰ গোলার্ধত থুপ খাই আছে কিয়?
(ii) এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়?
7. চমুটোকা লিখা:
(i) পেঞ্জিয়া
(ii) উত্তৰ মহাসাগৰ
(iii) ওছেনিয়া মহাদেশ
(iv) এছিয়া মহাদেশৰ নদ-নদী
(v) আফ্রিকা মহাদেশৰ হ্রদসমূহ
(vi) ইউৰোপ মহাদেশৰ নদ-নদী
(vii) আপেলেছিয়ান উচ্চভূমি অঞ্চল
(viii) উত্তৰ আমেৰিকা মহাদেশৰ হ্রদসমূহ
8. পার্থক্য লিখাঃ
(i) মহীসোপান আৰু মহীঢাল
(ii) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ
(iii) ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশ
(iv) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি