90% Common Question
HSLC 2010
1. পঞ্চৰত্নৰ পৰা গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় হৈ চৈখোৱাঘাটলৈকে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল-
(a) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ
(b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ
(c) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
(d) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
2. অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন আৰু দক্ষিণ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম উল্লেখ কৰাঁ।
3. অসমৰ এখন নক্সা মানচিত্র অংকন কৰি তাত তল দিয়াবোৰ বহুওৱা:
(a) জাটিংগা,
(b) মাজুলী,
(c) মানস ৰাষ্ট্ৰীয় উদ্যান
HSLC 2011
1. 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা
(a) 2.39 শতাংশ
(b) 2.79 শতাংশ
(c) 2.59 শতাংশ
(d) 3.29 শতাংশ
2. অসমৰ খনিজ সম্পদভিত্তিক শিল্প-উদ্যোগৰ এটি খতিয় দাঙি ধৰা।
3. অসমৰ মানচিত্ৰৰ নক্সা আঁকি অসমৰ প্ৰধান ভৌগোলি অঞ্চলকেইটা দেখুওৱা আৰু যি কোনো এটা অঞ্চলৰ বর্ণনা দিয়া।
HSLC 2012
1. মাটিকালি হিচাবে অসমৰ সৰ্ববৃহৎ জিলাখন হ'ল –
(a) কোকৰাঝাৰ
(b) ডিমা হাছাও
(c) কার্বি আংলং
(d) কাছাৰ
2. অসমৰ এখন নক্সা মানচিত্র আঁকি পাঁচখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থান দেখুওৱা আৰু যি কোনো এখন ৰাষ্ট্ৰীয় উদ্যান চমু বিৱৰণ দিয়া।
HSLC 2013
1. অসমৰ ডিমা হাছাও জিলাত থকা পর্বত- পাহাৰসমূহ-
(a) পাটকাই পর্বতশ্ৰেণীৰ অন্তৰ্গত
(b) বৰাইল পৰ্বতশ্ৰেণীৰ অন্তৰ্গত
(c) মেঘালয় মালভূমিৰ অন্তৰ্গত
(d) লুছাই পর্বতশ্ৰেণীৰ অন্তৰ্গত
2. অসমৰ শোণিতপুৰ, মৰিগাঁও আৰু শিৱসাগৰ জিলাত অৱস্থিত তিনিখন অভয়াৰণ্যৰ নাম উল্লেখ কৰা।
3. অসমৰ অৰ্থনীতিত কৃষিৰ অৱদান সম্পর্কে আলোচ কৰা।
4. অসমৰ কুটিৰ উদ্যোগৰ এটি খতিয়ান দাঙি ধৰা।
5. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়াবে মানচিত্রত বহুওৱা।
(i) ব্রহ্মপুত্র নদী
(ii) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
(iii) হাফলং নগৰ
HSLC 2014
1. অসমত কিমানখন প্রশাসনিক জিলা আছে?
HSLC 2015
1. অসমৰ এখন নক্সা আঁকা আৰু তলত দিয়াবোৰ যথাস্থান বহুওৱা।
(i) সোৱণশিৰি
(ii) বৰপেটা
(iii) চন্দ্ৰপুৰ
(iv) মাজুলী
HSLC 2016
1. অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষিকাৰ্য্য সম্পর্কে আলোচন কৰা।
2. অসমৰ পৰ্য্যটন উদ্যোগৰ সম্ভাৱনা সমূহৰ বিষয়ে চমুলৈ লিখা।
3. অসমৰ এখন নক্সা মানচিত্র অংকন কৰি তলত দিয়াসমূল যথাস্থানত বহুওৱাঃ
(a) অসমৰ প্ৰথম তেলশোধানাগাৰ।
(b) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যান।
HSLC 2017
1. গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাই (NH) পথটো হ'ল—
(a) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ
(b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ
(c) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(d) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
2. অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা। অসম- তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা
3. অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগ সমূহ কি কি? অসমন চাহ উদ্যোগৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
4. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়া সমূল যথাস্থানত বহুওৱাঃ
(a) এখন ৰাষ্ট্ৰীয় উদ্যান
(b) মোনাবাৰী চাহ বাগিছা
(c) লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ
HSLC 2018
1. বর্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল
(a) ১০ খন
(b) ২০ খন
(c) ৫ খন
(d) ৬ খন
2. অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ চাৰিটা কাৰণ লিখা।
3. অসমৰ পৰ্যটন উদ্যোগৰ যি কোনো চাৰিটা সমস্যা উল্লেখ কৰা।
4. অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্রমে উল্লেখ কৰা।
5. অসমৰ জনসংখ্যা বিতৰণৰ তাৰতম্যৰ কাৰণবোৰ উপযুক্ত উদাহৰণসহ চমুকৈ আলোচনা কৰা।
6. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়া সমূহ নাম সহকাৰে বহুওৱা:
(a) এখন কয়লাক্ষেত্র
(b) এটা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্র
(c) এখন চিকিৎসা মহাবিদ্যালয়
7. অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।
HSLC 2019
1. অসম চৰকাৰৰ ২০১৪ চনত ঘোষণা কৰা ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষবোৰ কি কি?
2. অসমৰ জল পৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ উল্লেখ কৰা।
3. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ বিশ্লেষণ কৰা।
4. অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কাৰণবোৰ উল্লেখ কৰা।
5. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াসমূহ নাম সহকাৰে বহুওৱা:
(a) এটা তেল শোধনাগাৰ
(b) ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পার্ক
6. অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণবোৰ বৰ্ণনা কৰা।
7. অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বৰ্ণনা দিয়া।
HSLC 2020
1. অসমৰ চাৰিটা খনিজ সম্পদৰ নাম উল্লেখ কৰা।
2. অসমৰ দুটা ভৈয়াম জনজাতি আৰু দুটা পার্বত্য জনজাতিৰ নাম উল্লেখ কৰা।
3. অসমত অর্থনৈতিক উন্নয়নৰ তিনিটা সমস্যা উল্লেখ কৰা।
4. অসমৰ জনসংখ্যা বিতৰণৰ ওপৰত এটি টোকা লিখা।
5. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াসমূহৰ যিকোনো দুটা নামসহ বহুওৱা:
(a) জৈৱ-প্রযুক্তি পার্ক
(b) এখন পক্ষী অভয়াৰণ্য
(c) এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা
6. অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পর্কে আলোচনা কৰা।
7. অসমত ৰে'ল পৰিবহণ উন্নয়নৰ বিষয়ে এটি খতিয়ান লিখা।
HSLC 2022
1. অসমৰ চাৰিওকাষে থকা ৰাজ্য আৰু দেশসমূহৰ নাম লিখা।
2. অসমৰ খনিজ সম্পদৰ বিষয়ে চমুকৈ বর্ণনা কৰা।
3. অসমত ঔদ্যোগিক অনগ্ৰসৰতাৰ কাৰকবোৰ আলোচনা কৰা।
4. অসমত কৃষিভিত্তিক উদ্যোগ বিকাশৰ সম্ভাৱনা সম্পর্কে আলোচনা কৰা।
5. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়বোৰৰ যি কোনা দুটা নামসহ বহুওৱা:
(a) ৰাজ্যৰ ৰাজধানী
(b) ৰেচম নগৰ
(c) ভাৰতৰ প্ৰথম তেল শোধনাগাৰ
HSLC 2023
1. ২০১১ চনৰ ভাৰতৰ লোকপিয়লৰ তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে?
(a) ২.৩৯%
(b) ২.৭৯%
(c) ২.৬০%
(d) ৩.৬%
2. অসমৰ মুঠ মাটিকালি- -বর্গ কিঃমিঃ।
(৭৮,৪৩৮/৭৮,৪২৮ / ৭৮,৪৫৮/৭৮,৪৪৮)
3. অসমৰ আটাইতকৈ সেৰেঙা বসতিৰ জিলাখনৰ নাম লিখা।
4. অসমৰ কোনবিধ সূতা 'সোনালী সূতা' ৰূপে পৃথিৱী বিখ্যাত?
5. অসমৰ জনসংখ্যা বিতৰণৰ তাৰতম্যৰ কাৰণবোৰ উপযুক্ত উদাহৰণসহ চমুকৈ আলোচনা কৰা।
6. অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা।
7. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱা:
(a) ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগৰ
(b) উত্তৰ-পূব সীমান্ত ৰে'ল মণ্ডলৰ মুখ্য কাৰ্যালয়
(c) এছিয়াৰ বৃহত্তম চাহ বাগিচা
8. অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।
Important Questions 1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
1. অসম ৰাজ্যৰ উত্তৰ দিশে পৰিৱেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখন-
(a) চীন
(b) ম্যানমাৰ
(c) ভূটান
(d) নেপাল
2. অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখন-
(a) বাংলাদেশ
(b) ত্ৰিপুৰা
(c) ম্যানমাৰ
(d) শ্রীলংকা
3. অসমৰ 6 খন দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰখন হৈছে -
(a) ধুবুৰী
(b) ডিফু
(c) শিলচৰ
(d) তেজপুৰ
4. ব্রহ্মপুত্র উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে?
(a) 65 শতাংশ
(b) 85 শতাংশ
(c) 75 শতাংশ
(d) 95 শতাংশ
5. বৰাক উপত্যকাত' অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে?
(a) 25 শতাংশ
(b) 18 শতাংশ
(c) 21 শতাংশ
(d) 11 শতাংশ
6. 2011 চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত জিলাখন-
(a) কার্বিআংলং
(b) হাইলাকান্দি
(c) ডিমা হাছাও
(d) ধেমাজি
7. অসমলৈ আগমন ঘটা প্রথমটো জনগোষ্ঠী আছিল-
(a) অস্ট্রিকসকল
(b) মিছিংসকল
(c) মংগোলীয়সকল
(d) বড়োসকল
8. জনসংখ্যাৰ ফালৰপৰা অসমৰ বৃহৎ জনজাতিটো হৈছে
(a) বড়োসকল
(b) ৰাভাসকল
(c) মিছিংসকল
(d) কার্বিসকল
9. অসমত বর্তমান বাস কৰা কলিতা, কায়স্থ, ব্রাহ্মণ আদি অজনজাতীয় জাতিৰ লোকসকল জনগোষ্ঠীৰ।
(a) অষ্টিক জনগোষ্ঠীৰ
(b) ক'কেছীয় জনগোষ্ঠীৰ
(c) মংগোলীয় জনগোষ্ঠীৰ
(d) এটাও নহয়।
10. ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰা ৰাজ্যখন
(a) পশ্চিমবংগ
(b) তামিলনাডু
(c) অসম
(d) এটাও নহয়
11. 1228 খৃষ্টাব্দত কাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে?
(a) লেংদনৰ নেতৃত্বত
(b) চ্যু-কা-ফাৰ নেতৃত্বত
(c) লাচিতৰ নেতৃত্বত
(d) এটাও নহয়।
12. অসমৰ ৰে'ল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা ৰে'ল মণ্ডলটো
(a) মধ্য ৰে'ল মণ্ডল
(b) উত্তৰ-পূব সীমান্ত ৰে'ল মণ্ডল
(c) দক্ষিণ-পশ্চিম সীমান্ত ৰে'ল মণ্ডল
(d) দক্ষিণ-পূব সীমান্ত ৰে'ল মণ্ডল
13. উত্তৰ-পূব সীমান্ত ৰে'ল মণ্ডলৰ মুখ্য কাৰ্য্যালয় অৱস্থিত।
(a) গোৰক্ষপুৰত
(b) চেন্নাইত
(c) গুৱাহাটীৰ মালিগাঁৱত
(d) নতুন দিল্লীত
14. অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালিৰ (আয়তন) জিলাখনৰ নাম কি?
(a) কামৰূপ
(b) নগাঁও
(c) কার্বিআংলং
(d) শিৱসাগৰ
15. ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ-
(a) ডিগবৈ
(b) বোম্বে
(c) বাৰাউনি
(d) দুলীয়াজান
16. অসমৰ চুণ শিল থকা ঠাই খনৰ নাম কি?
(a) ডিলাই পাহাৰ
(b) বোকাজান
(c) নামৰূপ
(d) ধুবুৰী
17. অসমত সর্বপ্রথম কেতিয়া ৰে'লসেৱা আৰম্ভ হয়?
(a) 1874 চনত
(b) 1884 চনত
(c) 1883 চনত
(d) 1888 চনত
18. অসমত সর্বপ্রথম কেতিয়া জাহাজ চলিবলৈ লয়?
(a) 1849 চনত
(b) 1855 চনত
(c) 1853 চনত
(d) 1859 চনত
19. 2011 চনৰ লোক পিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান?
20. অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা কিমান?
21. অসমৰ আটাইতকৈ বেছি ঘনত্বৰ জনসংখ্যা থকা জিলাখনৰ নাম কি?
22. অসমলৈ আগমন ঘটা প্রথমটো জনগোষ্ঠী কোনটো আছিল?
23. অসমৰ বৃহৎ জনজাতিটোৰ নাম কি?
24. অসমৰ দ্বিতীয় জনজাতিটোৰ নাম কি?
25. আহোম সকল কাৰ নেতৃত্বত অসমলৈ আহিছিল?
26. আহোম সকল ক'ৰ পৰা অসমলৈ আহিছিল?
27. চাহ বনুৱা সকলক অসমলৈ ক'ৰ পৰা অনা হৈছিল?
28. চাহ জনজাতি সকল কি ভাষী লোক?
29. অসমৰ ৰেল পৰিবহনৰ দায়িত্ব কোন মামলার ।
30. উত্তৰ-পূৱর সীমান্ত ৰেল মণ্ডলৰ মুখ্য কার্যালয় ক'ত আছে
31. অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
32. অসমৰ অৰণ্যৰ মাপ লিখা।
33. অসমত মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?
34. পনীয়া সোণ কাক বোলে?
35. অসমত পোন প্রথমে কত খনিজ তেলৰ সন্ধান পোৱা গৈছিল?
36. অসমৰ ক'ত ফেলস্পাৰ পোৱা যায়?
37. 2010 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?
38. অসমৰ কিমান শতাংশ লোক কৃষিৰ সৈতে জড়িত?
39. অসমৰ প্ৰধান শস্য কি?
40. ঝুম খেতি ক'ত কৰা হয়?
41. উত্তৰ-পূৱ ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি কেতিয়া ঘোষণা কৰা হয়?
42. ৰাজ্যিক উদ্যোগ নীতি কেতিয়া ঘোষণা কৰা হয়?
43. অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি কেতিয়া ঘোষণা কৰা হয়?
44. অসমৰ উদ্যোগ বোৰক কেই ভাগত ভাগ কৰিব পাৰি?
45. ভাৰতৰ মুঠ চাহ উৎপাদনৰ কিমান শতাংশ অসমে উৎপাদন কৰে?
46. ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধানাগাৰটো ক'ত আছে?
47. 2011 চনৰ লোক পিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?
2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)
1. 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষ আৰু মহিলাৰ সংখ্যা কিমান?
2. অসমত প্রথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ নগৰৰ সংখ্যা কিমান?
3. অসমৰ আটাইতকৈ বেছি জনবসতি আৰু কম জনবসতি থকা জিলা দুখনৰ নাম লিখা।
4. অসমৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ আৰু নিম্ন ঘনত্বৰ বসতি থকা জিলা দুখনৰ নাম লিখা।
5. অসমত জনসংখ্যা বৃদ্ধিৰ এটা কাৰণ লিখা।
6. অসমত বাস কৰা দুটা ভৈয়াম জনজাতিৰ নাম লিখা।
7. অসমত বাস কৰা দুটা পার্বত্য জনজাতিৰ নাম লিখা।
৪. পথ পৰিবহনৰ দুটা সুবিধা লিখা।
9. ৰেল পৰিবহনৰ তিনিটা সুবিধা লিখা।
10. জল পৰিবহনৰ তিনিটা সুবিধা লিখা।
11. অসমৰ ক'ত ক'ত বিমান বন্দৰ আছে?
12. অসমৰ পৰিবহন ব্যৱস্থাৰ দুটা প্রধান সমস্যা লিখা।
13. অসমত পোৱা তিনিবিধ খনিজ সম্পদৰ নাম লিখা।
14. অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰ কেইটা লিখা।
15. অসমত পোৱা অৰণ্যৰ প্ৰকাৰ কেইটা লিখা।
16. অসমত থকা তৈলক্ষেত্র সমূহৰ নাম লিখা।
17. অসমৰ ক'ত প্রাকৃতিক গেছ পোরা যায় ?
18. অসমৰ ক'ত কয়লা পোৱা যায় ৭
19. অসমৰ ক'ত চুণশিল পোৱা যায়?
20. অসমৰ ক'ত চীনা মাটি পোরা যায়।
21. অসমৰ ক'ত সাজি মাটি পোৱা যায়?
22. অসমৰ প্রধান নদী দুখনৰ নাম লিখা।
23. অসমৰ কৃষি জলবায়বীয় অঞ্চল কেইটাৰ নাম লিখা।
24. অসমত কেই প্ৰকাৰৰ ধানৰ খেতি কৰা হয় আৰু কি কি?
25. অসমৰ উদ্যোগবোৰৰ প্ৰকাৰ সমূহ লিখা।
26. অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ তিনিটা প্রধান লক্ষ্য লিখা।
27. অসমৰ বিভিন্ন ধৰণৰ কৃষি ভিত্তিক উদ্যোগ সমূহৰ নাম্ লিখা।
28. অসমত প্ৰধানতঃ কেইধৰণৰ ৰেচম উৎপাদন কৰা হয়?
29. অসমত কিমানটা তেল শোধানাগাৰ আছে? এইবোৰ ক'ত ক'ত অৱস্থিত?
30. অসমৰ কৃষিখণ্ডত থকা দুটা অসুবিধা উল্লেখ কৰা।
31. অসমত ঔদ্যোগিক প্রক্রিয়া মন্থৰ হোৱাৰ দুটা কাৰণ লিখা।
4/5 Marks Questions (৪/৫ নম্বৰীয়া প্ৰশ্ন)
1. অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা।
2. অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা।
3. 2011 চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?
4. 1901 চনৰপৰা 2011 চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা।
5. ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা।
6. অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা।
7. 2011 চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।
৪. অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা।
9. অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি?
10. পৰিবহণ ব্যৱস্থাই অসমৰ অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা।
11. অসমৰ জলপৰিবহণৰ বিষয়ে এটি চমু টোকা লিখা।
12. অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা।
13. সম্পদ বুলিলে কি বুজায়? অসমৰ প্ৰধান প্রাকৃতিক সম্পদবোৰ কি কি?
14. অসমৰ প্ৰধান তৈলক্ষেত্রসমূহ উল্লেখ কৰা।
15. অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।
16. অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা।
17. বর্ধিত জনসংখ্যাই প্রাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্রভাৱ পেলাইছে?
18. অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা (সমস্যা) নে সম্পদ? আলোচনা কৰা।
19. অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্রহণ কৰিব লাগে?
20. অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা।
21. অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।
22. অসমত কি কি ধানৰ খেতি কৰা হয়? এইকেইটাৰ বিষয়ে চমুকৈ লিখা।
23. ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে?
24. অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয়?
25. অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা।
26. 2014 চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্রধান লক্ষ্যবোৰ কি কি?
27. সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায়? উদাহৰণ দি বুজাই লিখা।
28. অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি?
29. অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।
30. অসমৰ মীন উদ্যোগৰ বৰ্তমান অবস্থা কেনেকুৱা?