90% Common Question
HSLC 2017
1. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে-
(a) উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ এজন মুখ্যমন্ত্রীক
(b) উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ এজন ৰাজ্যপালক
(c) উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ এজন বিত্তমন্ত্রীক
(d) উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ এজন মুখ্যসচিবক
HSLC 2018
1. ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল?
(a) ড° বি. আৰ. আম্বেদকাৰে
(b) এন. গোপালাস্বামীয়ে
(c) ড° সচ্চিদানন্দ সিনহাই
(d) চৈয়দ মহম্মদ চাদুল্লাই
2. ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা।
HSLC 2019
1. তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল?
(a) এন. গোপালস্বামী আয়েংগাৰ
(b) কে. এম. মুন্সি
(c) জৱাহৰলাল নেহৰু
(d) ডি. পি. খৈটান
2. সংসদীয় গণতন্ত্র কি? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্র আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্যকেইটা লিখা।
HSLC 2020
1. ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল?
(a) সার্বভৌম
(b) গণতান্ত্রিক
(c) গণৰাজ্য
(d) সমাজবাদী
2. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ নে কি? বাখ্যা কৰা।
3. ভাৰতবৰ্ষক কিয় সার্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য বোলা হয়?
HSLC 2022
1. ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে, চমুকৈ ব্যাখ্যা কৰা।
HSLC 2023
1. ১৯৭৬ চনত সংবিধানৰ ৪২ নং সংশোধনীৰ জৰিয়তে তিনিটা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা হৈছিল। এই শব্দকেইটা হ'ল-
(a) সার্বভৌম, গণৰাজ্য, ঐক্য
(b) সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য
(c) গণতান্ত্রিক, গণৰাজ্য, ঐক্য
(d) ধৰ্মনিৰপেক্ষ, সার্বভৌম, ঐক্য
2. ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে
(i) ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।
(ii) সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ। পদ্ধতি আৰম্ভ কৰিছিল।
উপৰোক্ত উক্তি দুটাৰ পৰিপ্ৰেক্ষিতত শুদ্ধ বিকল্পটো হ'লঃ
(a) (i) আৰু (ii) উভয়ে শুদ্ধ
(b) (i) আৰু (ii) উভয়ে অশুদ্ধ।
(c) কেবল (i) শুদ্ধ
(d) কেবল (ii) শুদ্ধ।
3. ভাৰতবৰ্ষত সংবিধান প্রস্তুতকৰণৰ বাবে গঠন হোৱা সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল?
4. ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা।
5. ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?
Important Questions 1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
1. কেবিনেট মিছন ইংলেণ্ডৰ কেইজন মন্ত্ৰীৰে গঠিত গোট আছিল?
(a) দুজন
(b) চাৰিজন
(c) তিনিজন
(d) পাঁচজন
2. সংবিধান সভাৰ সভাপতি আছিল।
(a) ড° বি আৰ আম্বদেকাৰ
(b) ড° সন্তিদানন্দ সিনহা
(c) ড° বাজেন্দ্র প্রসাদ
(d) এটাও নহয়।
3. সংবিধান সভাৰ সভাপতি আছিল।
(a) ড° বি আৰ আম্বদেকাৰ
(b) ড° সদ্ভিদানন্দ সিনহা
(c) ড° ৰাজেন্দ্ৰ প্রসাদ
(d) এটাও নহয়
4. নতুন সংবিধান বলবৎ কৰা হৈছিল?
(a) 15 আগষ্ট 1947 চনত
(b) 26 জানুৱাৰীত 1950 চনত
(c) 9 ডিচেম্বৰ 1946 চনত
(d) 29 আগষ্ট 1947 চনত
5. 1950 চনৰ 26 জানুৱাৰীত সংবিধান কাৰ্যকৰী কৰাৰ সময়ত প্রস্তাৱনাত তলৰ কোন কেইটা শব্দ নাছিল?
(a) সার্বভৌম, সমাজবাদী, ঐক্য
(b) গণতান্ত্রিক, ধৰ্মনিৰপেক্ষ, গণৰাজ্য
(c) সমাজবাদী, ঐক্য, গণৰাজ্য
(d) সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য
6. সৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ - ক্ষমতা।
(a) আভ্যন্তৰীণ
(b) বাহ্যিক
(c) সর্বোচ্চ
(d) গণতান্ত্রিক
7. যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্রতিশব্দ 'Federation' টো প্রকৃততে তলৰ কোনটো ভাষাৰ শব্দ?
(a) গ্রীক
(c) স্পেনিচ
(b) ফৰাচী
(d) লেটিন
8. যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়-
(a) ইংলেণ্ড
(b) চুইজাৰলেণ্ড
(c) আমেৰিকা
(d) জাপান
9. সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ দুটা কোন নং সংশোধনী মতে অন্তর্ভক্ত হয়?
(a) 24 নং
(b) 44 নং
(c) 41 নং
(d) 42 নং
10. জনপ্রতিনিধিৰে গঠিত সন্থাক আমেৰিকাত কি বোলে?
11. কোন চনৰ আইনে পৰাধীন ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰিছিল?
(a) 1905 চনৰ বংগ বিভাজন আইন
(b) 1858 চনৰ ভাৰত শাসন আইন
(c) 1935 চনৰ ভাৰত চৰকাৰ আইন
(d) 1919 চনৰ ভাৰত পৰিষদ আইন।
12. ভাৰতবৰ্ষৰ সংসদ ইংলেণ্ডৰ সংসদতকৈ।
(a)বেছি শক্তিশালী
(b) কম শক্তিশালী
(c) সম শক্তিশালী
(d) এটাও নহয়
13. ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?
(a) আমেৰিকা
(b) কানাডা
(c) ইংলেণ্ড
(d) অস্ট্রেলিয়া
14. ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোন দেশৰ সংবিধান অনুসৰণ কৰিছিল?
(a) আমেৰিকা
(b) কানাডা
(c) ইংলেণ্ড
(d) চুইজাৰলেণ্ড
15. কেবিনেট মিচন ভাৰতলৈ আহিছিল-
(a) 1942 চনত
(b) 1947 চনত
(c) 1945 চনত
(d) 1946 চনত
16. ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ কেহখন বৈঠক বহিছিল?
(a) 11 খন
(b) 12 খন
(c) 10 খন
(d) 15 খন
17. খালী ঠাই পূৰণ কৰাঃ-
(i) বৃটিছৰ অধীনত থকা ভাৰতবৰ্ষই---------- চনৰ---------আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰাৰ লগে লগে বিশ্বৰ এখন বৃহৎ------ৰাষ্ট্ৰ হিচাপে আত্মপ্রকাশ কৰিলে।
(ii) ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্রয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে বৃটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত----------ক ভাৰতলৈ পঠিয়াই।
(iii) কেবিনেট মিছনৰ তৎপৰতাত---------- সভা গঠন হৈছিল আৰু ইয়াৰ প্ৰথমখন বৈঠক বহিছিল----------চনৰ ---------- তাৰিখে।
(iv) সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল------------- ।
(v) ----------ক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নির্বাচিত কৰা হয়।
(vi) সংবিধান সভাই-------- চনৰ---------- তাৰিখে এখন খচৰা কমিটী গঠন কৰে।
(vii) ----------আছিল আছিল খচৰা কমিটীৰ অধ্যক্ষ।
(viii) নতুন সংবিধানখন-----------চনৰ----------তাৰিখে বলবৎ কৰা হয়।
(ix) ----------- হ'ল সংবিধানৰ পাতনি।
(x) -----------যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়।
(xi) 1 নং অনুচ্ছেদত ভাৰতক এখন ---------বুলি ঘোষণা কৰা হৈছে।
(xii) ভাৰতবৰ্ষৰ সংসদ----------- সদনেৰে গঠিত।
(xiii) 1935 চনৰ------------ আইনখনে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল।
(xiv) ভাৰতবৰ্ষৰ সংসদৰ---------- সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অৱ লৰ্ডছতকৈ বহু পৃথক।
(xv) ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধানজন------------ হোৱা ব্যক্তি নহয়।
18. 1946 চনত ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্রয়োজনীয় পৰিবেশ আৰু প্ৰস্তুতি চলাবৰ বাবে ব্ৰিট্ৰিছ চৰকাৰে কাক ভাৰতলৈ পঠিয়াইছিল?
19. কেবিনেট মিছন'ত কেইজন মন্ত্রী আছিল?
20. সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল?
21. ইংলেণ্ডৰ কোন দলে ক্ষমতালৈ অহা পিছত ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লৈছিল?
22. সংবিধানৰ সভাৰ স্থায়ী সভাপতি হিচাপে কাক নির্বাচিত কৰা হৈছিল?
23. সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰিছিল? 9. খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল?
24. ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল?
25. ভাৰতৰ নতুন সংবিধানখন প্রস্তুত নোহোৱাত ভাৰতৰ শাসন ব্যৱস্থা কি আইন মতে চলিছিল?
26. সংবিধানৰ পাতনি কি?
27. 'সমাজবাদী', 'ধর্ম নিৰপেক্ষ' আৰু 'ঐক্য' এই শব্দ কেইটা সংবিধানৰ প্ৰস্তাৱনাত কোন সংশোধনীৰ জৰিয়তে সংযোগ কৰা হৈছিল?
28. ভাৰতবৰ্ষ এখন সার্বভৌম ৰাষ্ট্ৰ হয়নে?
29. সার্বভৌমত্ব মানে কি?
30. Federation' শব্দটো ক'ৰ পৰা আহিছে?
31. 'Foedus' শব্দৰ অৰ্থ কি?
32. যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়?
33. ভাৰতবৰ্ষত দ্বি-নাগৰিকত্ব ব্যৱস্থা আছেনে?
34. সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক কি বুলি কোৱা হৈছে?
35. ভাৰতবৰ্ষত প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰচলন আছেনে?
36. ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?
37. ভাৰতৰ সংসদৰ উচ্চ সদন কোনখন?
38. ইংলেণ্ডৰ উচ্চ সদনখনৰ নাম কি?
39. ভাৰতবৰ্ষৰ সংসদ ইংলেণ্ডৰ দৰে শক্তিশালী হয়নে?
40. 'ছাৰকাৰিয়া আয়োেগ' কেতিয়া গঠন কৰা হৈছিল?
41. ভাৰতবৰ্ষৰ সংসদ কেইখন সদনৰে গঠিত?
42. আমেৰিকা যুক্তৰাষ্ট্ৰত জনপ্রতিনিধিৰে গঠিত সন্থাক কি বুলি কোৱা হয়?
43. নেহেৰুৰ উদ্দেশ্য সম্পর্কিত প্রস্তাৱ সংবিধান সভাই কেতিয়া গ্রহণ কৰে?
44. 42 তম সংশোধনী কোন চনত হৈছিল?
45. ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে?
2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)
1. ইংলেণ্ডত কোন দলে কেতিয়া ক্ষমতালৈ অহাৰ পিছত ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লৈছিল?
2. বৃটিছ চৰকাৰে কেতিয়া আৰু কিয় কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল?
3. সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল আৰু ইয়াত কোনে সভাপতিত্ব কৰিছিল?
4. সংবিধান সভাৰ স্থায়ী সভাপতি আৰু খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল?
5. 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু। আইনখন কোনে প্রস্তুত কৰিছিল?
6. প্ৰস্তাৱনাৰ তাৎপর্য্য চমুকৈ লিখা।
7. প্ৰস্তাৱনাত 'আমি ভাৰতীয় জনসাধাৰণে' বুলি কিয় উল্লেখ কৰা হৈছে?
৪. সংবিধানৰ প্ৰস্তাৱনাটো লিখা।
9. কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্রস্তাৱনাত 'সমাজবাদী' আৰু 'ধর্ম নিৰপেক্ষ' শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে?
10. সংবিধান খচৰা কমিটীৰ সদস্যসকলৰ নাম লিখা।
11. 'সার্বভৌম' মানে কি বুজা?
12. ধৰ্মনিৰপেক্ষতা বুলিলে কি বুজা?
13. 'সমাজবাদ'ৰ দ্বাৰা ভাৰতবৰ্ষত কি প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে?
14. গণতান্ত্রিক ব্যৱস্থা মানে কি?
15. অর্ধযুক্ত ৰাষ্ট্ৰ কাক বোলে?
16. কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল?
4/5 Marks Questions (৪/৫ নম্বৰীয়া প্ৰশ্ন)
1. ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।
2 'সার্বভৌম', 'সমাজবাদী', 'ধৰ্মনিৰপেক্ষ', 'গণতান্ত্রিক' আৰু 'গণৰাজ্য' বুলিলে কি বুজা বহলাই লিখা।
3. নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্রস্তাৱকেইটা আলোচনা কৰা।
4. ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা।
5. ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ পাৰ্থক্য সমহ লিখা।