90% Common Question


HSLC 2008

1. ৰাষ্ট্ৰ-সংঘৰ মূল লক্ষ্য আৰু নীতিসমূহ উল্লেখ কৰা।

2.  ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যাৱলী ব্যাখ্যা কৰা।

HSLC 2009

1. ইউনেস্ক'ৰ মুখ্য কাৰ্যালয় অৱস্থিত

(a) জেনেভাত

(b) ৰোমত

(c) নিউ ইয়র্কত

(d) পেৰিছত

HSLC 2010

1. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যি কোনো তিনিটা ক্ষমতা লিখাঁ।

HSLC 2011

1. নিৰাপত্তা পৰিষদ হ'ল

(a) আন্তর্জাতিক মুদ্রা নিধিৰ এটা গুৰুত্বপূৰ্ণ অংগ

(b) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ

(c) বিশ্ব বাণিজ্য সংস্থাৰ এটা গুৰত্বপূৰ্ণ অংগ

(d) আন্তর্জাতিক ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ অংগ।

2. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দুটা মুখ্য ক্ষমতা লিখা।

3.  ৰাষ্ট্ৰসংঘৰ চাৰিটা/ছয়টা বিশেষ অভিকৰণ কি কি?

HSLC 2012

1.  আন্তর্জাতিক ন্যায়ালয়ৰ প্ৰধান কাৰ্য কি?

2. বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা প্রধান আইনগত ব্যৱস্থা উল্লেখ কৰা।

3. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰধান ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা। 

HSLC 2013

1. ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ গঠন হৈছিল-

(a) 1945

(b) 1946

(c) 1919

(d) 1993

2. কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়?

(a) 24 অক্টোবৰ

(b) 5 জুন

(c) 27 ছেপ্টেম্বৰ

(d) 10 ডিচেম্বৰ

3. বছৰটোৰ কোনটো তাৰিখে সমগ্র বিশ্বত "ৰাষ্ট্ৰসংঘ দিৱস” হিচাপে পালন কৰা হয়?

HSLC 2015

1.  ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চাৰিটা প্রধান কার্য উল্লেখ কৰা।

HSLC 2016

1. আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা হ'ল-

(a) ৯ জন

(b) ১১ জন

(c) ১৫ জন

(d) ৫ জন

2. ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ক্ষমতা আৰু কাৰ্য্যৰ বিষয়ে লিখা।

HSLC 2017

1. কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়?

(a) 24 অক্টোবৰ

(b) 5 জুন

(c) 27 ছেপ্টেম্বৰ

(d) 10 ডিচেম্বৰ

2. বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা প্রধান আইনগত ব্যৱস্থা উল্লেখ কৰা।

3. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ ঘোষণাপত্র গ্রহণ কৰে। মানৱ অধিকাৰ ঘোষণা পত্ৰৰ প্রধান উদ্দেশ্য কি?

HSLC 2018

1.  তলত উল্লেখ কৰা আন্তর্জাতিক অনুষ্ঠান কেইটাৰ মুখ্য 6 কাৰ্যালয়ৰ নাম লিখাঃ

(ক) দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা

(খ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ

2.  ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পর্কত এটা টোকা লিখা।

HSLC 2019

1.  ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনক কিদৰে ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধানজন কোন আছিল?নিয়োগ কৰা হয়?

2. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা চমু বিৱৰণ দিয়া।

HSLC 2020

1. ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল? ইয়াৰ মূল লক্ষ্যটো কি?

2. ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন আৰু কাৰ্যাৱলী চমুকৈ বর্ণনা কৰা।

HSLC 2022

1.  ৰাষ্ট্ৰসংঘৰ চাৰিটা/ছয়টা বিশেষ অভিকৰণ কি কি?

2.  বিশ্বশান্তিত ৰাষ্ট্ৰসংঘৰ ভূমিকা সম্পর্কে চমুকৈ আলোচনা কৰা।

HSLC 2023

1. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল পাঁচ (৫)। তাৰে চাৰিখন সদস্য ৰাষ্ট্ৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্রেট ব্রিটেইন, ফ্রান্স, চীন। পঞ্চমখন স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে-

(a) ভাৰত

(b) ৰাছিয়া

(c) নেপাল

(d) পাকিস্তান

2. ভুৰতবৰ্ষত ৰাষ্ট্ৰীয় মানব অধিকাৰ আয়োগৰ সভাপতিজন:

(a) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ব লাগিব।

(b) উচ্চ ন্যায়ালয়েৰ মুখ্য ন্যায়াধীশ হ'ব লাগিব।

(c) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব।

(d) উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব।

3. ১৯৪৫ চনৰ অক্টোবৰৰ- তাৰিখে 'ৰাষ্ট্ৰসংঘ'ৰ জন্ম হৈছিল।

(২১/২২/২৩/২৪)

4. শুদ্ধ নে অশুদ্ধ লিখাঃ
(1) CTBT ৰ সম্পূৰ্ণ সম্প্ৰসাৰিত ৰূপটো হৈছে Com- prehensive Test Block Treaty.

 Important Questions   1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

1. নিৰাপত্তা পৰিষদ হ'ল

(a) আন্তর্জাতিক মুদ্রা নিধিৰ এটা গুৰুত্বপূৰ্ণ অংগ

(b) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ

(c) বিশ্ব বাণিজ্য সংস্থাৰ এটা গুৰত্বপূৰ্ণ অংগ

(d) আন্তর্জাতিক ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ অংগ।

2. ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ গঠন হৈছিল-

(a) 1945

(b) 1946

(c) 1919

(d) 1993

3. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা-

(a) 3

(b) 4

(c) 5

(d) 6

4. মানৱ অধিকাৰ সংৰক্ষণ আইন গৃহীত কৰা হয়-

(a) 1993 চনত

(b) 1946 চনত

(c) 1942 চনত

(d) 1950 চনত

5. বিশ্ব-শান্তি ৰক্ষাৰ্থে গঠন হোৱা প্ৰথম অনুষ্ঠানটো হ'ল-

(a) ৰাষ্ট্ৰসংঘ

(b) ৰে'ডক্ৰছ

(c) জাতিসংঘ

(d) নিৰাপত্তা পৰিষদ

6.  প্রথম মহাসমৰ আৰম্ভ হৈছিল-

(a) 1914 চনত

(b) 1919 চনত

(c) 1939 চনত

(d) 1945 চনত

7. জাতিসংঘ প্রতিষ্ঠা হৈছিল-

(a) 1919 চনত

(b) 1920 চনত

(c) 1921 চনত

(d) 1945 চনত

8. দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল-

(a) 1939 চনত

(b) 1942 চনত

(c) 1914 চনত

(d) 1945 চনত

9. ৰাষ্ট্ৰসংঘৰ চনদ বলবৎ হয়-

(a) 1950 চনৰ 26 জানুৱাৰীত

(b) 1945 চনৰ 24 অক্টোবৰ

(c) 1950 চনৰ 24 অক্টোবৰত

(d) 1920 চনৰ 10 জানুৱাৰীত

10. ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগবিলাকৰ মুঠ সংখ্যা হৈছে-

(a) 3

(b) 5

(c) 6

(d) 25

11. অর্থনৈতিক আৰু সামাজিক পৰিষদৰ মুঠ সদস্য সংখ্যা। হৈছে-

(a) 18

(b) 27

(c) 15

(d) 20

12. আন্তর্জাতিক শিশু কল্যাণ অনুষ্ঠানটোৰ নাম হ'ল--

(a) UNESCO 

(b) UNICEF

(c) ILO 

(d) IMF

13. নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ মুঠ সংখ্যা-

(a) 10

(b) 5

(c) 15

(d) 27

14.  নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা হৈছে-

(a) 10 জন

(b) 15 জন

(c) 20 জন 

(d) 25 জন

15. আন্তর্জাতিক ন্যায়ালয়ৰ প্ৰধান কাৰ্যালয় অৱস্থিত-

(a) ৰোমত

(c) ডি. হেগত

(b) নিউয়র্কত

(d) জেনেভাত

16. ৰাষ্ট্ৰসংঘৰ সচিবালয় আছে-

(a) জেনেভাত

(b) নিউয়র্কত

(c) লণ্ডনত

(d) পেৰিছত

17. ভেট' প্ৰয়োগৰ ক্ষমতা আছে-

(a) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ

(চ) নিৰাপত্তা পৰিষদৰ

(c) সাধাৰণ সভাৰ

(d) ন্যাসৰক্ষী পৰিষদৰ।

18. আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ বিচাৰপতিৰ কাৰ্যকাল হ'ল-

(a) 5 বছৰ

(b) 9 বছৰ

(c) 7 বছৰ

(d) 10 বছৰ

19. বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় অৱস্থিত-

(a) জেনেভা চহৰত

(b) ডি. হেগ চহৰত

(c) রাশিংটনত

(d) ৰোম নগৰত

20. খাদ্য আৰু কৃষি সংস্থাৰ প্ৰধান কাৰ্যালয় আছিল-

(a) রাশিংটনত

(b) ৰোম নগৰত

(c) পেৰিচ চহৰত

(d) জেনেভা চহৰত

21. মানৱ অধিকাৰ আয়োগ গঠন হৈছিল-

(a) 1946 চনত

(b) 1945-চনত

(c) 1920 চনত

(d) 1942 চনত

22. 'মানৱ অধিকাৰৰ আন্তর্জাতিক ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়-

(a) 24 অক্টোবৰত

(b) 10 ডিচেম্বৰত

(c) 7 জুলাইত

(d) 5 ছেপ্তেম্বৰত

23. 1993 চনৰ মানৱ অধিকাৰ সংৰক্ষণ আইনৰ বিধেয়কখনে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে-

(a) 1950 চনৰ 26 জানুৱাৰী তাৰিখে

(b) 1949 চনৰ 26 নৱেম্বৰ তাৰিখে

(c) 1994 চনৰ ৪ জানুৱাৰী তাৰিখে

(d) 1945 চনৰ 24 অক্টোবৰ তাৰিখে

24. খালী ঠাই পূৰণ কৰা :-

(i) জাতি সংঘৰ বিফলতাৰ পিছত ------------ চনত সংঘটিত হ'ল দ্বিতীয় বিশ্বযুদ্ধ।

(ii) -----------সম্মিলনত সর্বমুঠ -------------খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ প্ৰদান কৰে।

(iii) ----------- দিনটো বিশ্ববাসীয়ে ৰাষ্ট্ৰসংঘৰ দিৱস হিচাপে পালন কৰি আহিছে।

(iv) আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ------------ চহৰত ৰাষ্ট্ৰসংঘৰ মুখ্য কার্য্যালয় আছে।

(v) ৰাষ্ট্ৰসংঘৰ চনদত মুঠ ---------টা অনুচ্ছেদ আছে।

(vi) ------------ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ।

(vii) নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সকলক -------------নির্বাচিত কৰে।

(viii) ৰাষ্ট্ৰসংঘৰ চনদৰ---------- নং অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে।

(ix) ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো হ'ল-----------

(x) ----------চনৰ---------- তাৰিখে 48 খন সদস্য ৰাষ্ট্ৰৰ সমর্থনত মানৱ অধিকাৰ ঘোষণা পত্র গ্রহণ কৰা হয়।

(xi) 10 ডিচেম্বৰৰ দিনটো----------দিৱস হিচাপে পালন  কৰা হয়। 

(xii) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ-----------চনৰ---------- তাৰিখে প্রতিষ্ঠা হৈছিল? 

(xiii) ভাৰতবৰ্ষত ----------চনৰ ------------তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে।

(xiv) ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন------------ হ'ব লাগিব।

(xv) বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্রধান জনৰ নাম হ'ল---------------।

25. প্রথম বিশ্বযুদ্ধৰ পিছত বিশ্ব শান্তিৰ অর্থে স্থাপন হোৱা আন্তর্জাতিক সংগঠনটো কি আছিল?

26. দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল?

27. ৰাষ্ট্ৰসংঘ কেতিয়া প্রতিষ্ঠা হৈছিল?

28. ৰাষ্ট্ৰসংঘ জন্মৰ সময়ত ইয়াৰ চনদত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্রদান কৰিছিল?

29. ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়?

30. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কিমান?

31. ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা অনুচ্ছেদ আছে?

34. ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা?

35. ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম কি?

36. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইজন স্থায়ী সদস্য আছে? 

37. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইজন অস্থায়ী সদস্য আছে?

38. বর্তমান ৰাষ্ট্ৰসংঘৰ অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা কিমান?

39. নিৰাপত্তা পৰিষদৰ ভেটো প্রয়োগৰ ক্ষমতা কাৰ আছে? 

40. ৰাষ্ট্ৰসংঘৰ কোন অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ কৰা আছে?

41. ন্যাসৰক্ষী পৰিষদ কেইধৰণৰ সদস্যৰে গঠিত?

42. আন্তর্জাতিক ন্যায়ালয়ত মুঠ কেইজন ন্যায়াধীশ থাকে?

43. ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অংগটো কি? 

44. সচিব প্ৰধানৰ কাৰ্যকাল কেইবছৰ?

45. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনৰ নাম কি? 

46. ৰাষ্ট্ৰসংঘৰ প্ৰথমজন সচিব প্ৰধানৰ নাম কি?

47. নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা চুক্তি এখনৰ নাম লিখা।

48. মানৱ অধিকাৰ ঘোষণা পত্ৰ ৰাষ্ট্ৰসংঘই কেতিয়া গ্ৰহণ কৰে?

49. মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়?

50. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

51. ভাৰতবৰ্ষত মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হয়?

52. ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মানৱ অধিকাৰ আয়োগৰ সদস্য সকলক কিমান দিনৰ বাবে নিযুক্তি দিয়ে?

53. কমনৱেলথ্ অৱ নেচনছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? 

54. এমনেষ্টি ইন্টাৰনেছনেলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?

55. নাটোৰ (NATO) মুখ্য কার্যালয় কত অৱস্থিত?

56. ইন্টাৰনেচনেল ৰিনিউৱেল এনার্জি এজেঞ্চিৰ মুখ্য কার্যালয় 'কত অৱস্থিত?

57. এছিয়া পেচিফিকৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

58. এছ'চিয়েচন অৱ ছাউথ ইষ্ট এচিয়ান নেছনৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

59. ইন্টাৰনেচনেল ক্রিকেট কাউঞ্চিলৰ মুখ্য কার্যালয় কত অৱস্থিত?

60. ফিফাৰ (FIFA) মুখ্য কার্যালয় কত অৱস্থিত?

61. ইন্টাৰনেচনেল হকী ফেডাৰেচনৰ মুখ্য কার্যালয় কত অৱস্থিত?

62. NATO ৰ সম্পূৰ্ণ ৰূপটো কি?

63. ASEAN ৰ সম্পূৰ্ণ ৰূপটো কি?

64. CTBT ৰ সম্পূৰ্ণ ৰূপটো কি?

65. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সদস্য ৰাষ্ট্ৰসমূহে কেইজন প্রতিনিধি পঠিয়াব পাৰে?

67. কোন নং অনুচ্ছেদ সংশোধন কৰি নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা দহজনলৈ বৃদ্ধি কৰা হৈছিল?

68. ৱৰ্ল্ড ইক'ন 'মিক ফ'ৰামৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

69. ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ কেতিয়া গঠন কৰে? 

70. বিশ্ব-শান্তি ৰক্ষাৰ্থে গঠন হোৱা প্ৰথম অনুষ্ঠানটো কি?

71. প্রথম বিশ্ব মহাযুদ্ধৰ পিছত কি আন্তর্জাতিক সংস্থা গঠিত হৈছিল?

72. দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল?

73. ৰাষ্ট্ৰ-সংঘ কিমান চনত প্রতিষ্ঠা হৈছিল?

74. ৰাষ্ট্ৰ-সংঘ দিৱস কিমান তাৰিখে পালন কৰা হয়?

75. প্রথমে ৰাষ্ট্ৰ-সংঘৰ চনদত চহী কৰা ৰাষ্ট্ৰৰ সংখ্যা কিমান? 50, ৰাষ্ট-সংঘর প্রধান অংগ কেইটা?

75. নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কিমান?

76. ৰাষ্ট্ৰ-সংঘৰ প্ৰধান প্রশাসনীয় কেন্দ্ৰটোৰ নাম লিখা।

77. ৰাষ্ট্ৰ-সংঘৰ মুখ্য কার্যালয় ক'ত?

78. নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলৰ কাৰ্যকাল কিমান?

79. সচিবপ্রধানক কোনে নিয়োগ কৰে?

80. আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে?

81. মানৱ অধিকাৰ আন্তর্জাতিক ঘোষণাপত্র কেতিয়া প্রকাশিত হয়?

82. কিমান তাৰিখে 'মানৱ অধিকাৰ আন্তর্জাতিক ঘোষণা পত্র' গ্রহণ কৰা হয়?

83. মানৱ অধিকাৰ ঘোষণা পত্ৰত সন্নিবিষ্ট যিকোনো এটা বিষয়ৰ নাম লিখা।

84. উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত এজন ন্যায়াধীশ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য হ'ব পাৰেনে?

85. প্রথম বিশ্বযুদ্ধ কেতিয়া হৈছিল?

 2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)

1. সাধাৰণ সভাৰ গঠনৰ বিষয়ে লিখা।

2. নিৰাপত্তা পৰিষদৰ গঠনৰ বিষয়ে লিখা। 

3. সচিবালয়ৰ সচিব প্রধানজনক কিদৰে নিয়োগ কৰা হয়?

4. ৰাষ্ট্ৰসংঘই যুদ্ধৰ পৰিবেশ নাইকিয়া কৰিবলৈ সম্পাদিত কৰা তিনিখন চুক্তিৰ নাম ডল্লেখ কৰা।

5. মানৱ অধিকাৰ ঘোষণা পত্ৰত কেইটা প্রস্তাৱনা আৰু অনুচ্ছেদ সম্বলিত আছে?

6. ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য সকলৰ অর্হতা সম্পর্কে লিখা।

7. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাম কি?

৪. ন্যাসৰক্ষী পৰিষদৰ সদস্য সমূহ কেই ধৰণৰ সদস্যৰে গঠিত আৰু কি কি?

9. 'ৰাষ্ট্ৰসংঘৰ চনদ' কেতিয়া গ্ৰহণ কৰা হয়?

10. ৰাষ্ট্ৰ-সংঘৰ চনদৰ চূড়ান্ত ৰূপ ক'ত, কেতিয়া দিয়া হৈছিল?

11. ৰাষ্ট্ৰ-সংঘ কেতিয়া, কিয় গঠিত হ'ল?

12. ৰাষ্ট্ৰ-সংঘৰ যিকোনো চাৰিটা প্রধান অংগৰ নাম লিখা। 

13. ৰাষ্ট্ৰ-সংঘৰ তিনিটা বিশেষ অভিকৰণৰ নাম উল্লেখ কৰা।

14. ৰাষ্ট্ৰ-সংঘই বিশ্বৰ শান্তি ৰক্ষাৰ বাবে কি কাম কৰে?

15. মানৱ অধিকাৰ কি?

4/5 Marks Questions (৪/৫ নম্বৰীয়া প্ৰশ্ন)

1. ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা।

2. বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।

3. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা।

4. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পর্কত এটা টোকা লিখা।

5. মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা।

6. কেনেধৰণৰ ব্যক্তি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য হ'ব পাৰে?

7. ৰাষ্ট্ৰ-সংঘৰ যিকোনো পাঁচটা অংগৰ নাম লিখা।

৪. চমুটোকা লিখাঃ-

(i) সাধাৰণ সভা

(ii) অর্থনৈতিক আৰু সামাজিক পৰিষদ

(iii) ন্যাসৰক্ষী পৰিষদ

(iv) আন্তর্জাতিক ন্যায়ালয় 

(v) সচিবালয়