90% Common Question


HSLC 2010

1. ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা-

(a) কেন্দ্রীয় বেংক

(b) বাণিজ্যিক বেংক

(c) সমবায় বেংক

(d) কৃষি উন্নয়ন বেংক

HSLC 2011

1. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল-

(a) ভাৰতীয় ষ্টেট বেংক 

(b) ভাৰতৰ ৰিজার্ভ বেংক

(c) ভাৰতীয় ইউনিয়ন বেংক

(d) ভাৰতীয় ইউনাইটেড বেংক।

HSLC 2012

1. তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্রাটো হ'ল –

(a) কাগজী মুদ্রা

(b) ধাতু মুদ্রা

(c) ধনাদেশ মুদ্রা

(d) আদেশ মুদ্রা

2. 'পণ্য বিনিময় প্রথা' কি?

HSLC 2013

1. তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক?

(a) NABARD

(b) RBI

(c) SBI

(d) IDBI

HSLC 2014

1.  কোন বছৰত অসমৰ গাৱঁলীয়া বেংক-সমূহক 'অসম গ্রামীণ বিকাশ বেংক নামেৰে নামকৰণ কৰা হৈছিল?

(a) 2004

(b) 2008

(c) 2006

(d) 2010

HSLC 2015

1. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম কি?

2.  মুদ্ৰাৰ দুটা কুফল উল্লেখ কৰা।

HSLC 2016

1. পণ্য বিনিময় প্রথা কি? পণ্য বিনিময় প্রথাৰ দুটা অসুবিধা উল্লেখ কৰা।

HSLC 2017

1. ১৭৭০ চনত ভাৰতত প্রথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল?

(a) ভাৰতীয় ৰিজার্ভ বেংক

(b) বেংক অব হিন্দুস্থান

(c) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক

(d) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক

2. আঞ্চলিক গ্রাম্য বেংকৰ দুটা মূল কাৰ্য লিখা।

3. বিনিময় প্রথাৰ দুটা অসুবিধা লিখা।

HSLC 2018

1. তলৰ কোনটো কেন্দ্ৰীয় বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্রীয় বেংক?

(a) বেংক অৱ হিন্দুস্তান

(b) ৰিস্ক বেংক অৱ ছুইদেন

(c) ভাৰতীয় ৰিজার্ভ বেংক

(d) বেংক অৱ ভেনিচ

2. মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা লিখা।

3.  কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে (নাবার্ড) সম্পাদন কৰা দুটা মূল কাৰ্য লিখা।

HSLC 2019

1. বিনিময় প্রথাৰ অসুবিধাসমূহ কি কি?

2. ভাৰতীয় ৰিজার্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ আলোচনা কৰা।

HSLC 2020

1. চেক এখন মুদ্রা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা।

2. 'শাবার্ড' কি? ইয়াৰ প্ৰধান কাৰ্যবোৰ কি কি? 

3. 'IDBI' কি? ই কেতিয়া স্থাপিত হৈছিল? ইয়াৰ দুটা মুখ্য কাৰ্য উল্লেখ কৰা।

HSLC 2022

1. বিনিময় কি? বিনিময় প্রথাৰ দুটা অসুবিধা উল্লেখ কৰা।

2.  বেংক কাক বোলে? ইয়াৰ এটা প্রধান ভূমিকা উল্লেখ কৰা ।

HSLC 2023

1.  তলত উল্লেখ কৰা কোনটো বিত্তীয় প্রতিষ্ঠান ভাৰতবৰ্ষত ক্ষুদ্র উদ্যোগখণ্ডৰ আধুনিকীকৰণ, সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থে ১৯৯০ চনৰপৰা কাৰ্যকৰী কৰা হৈছিল?

(a) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক

(b) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক

(c) আঞ্চলিক গ্রাম্য বেংক

(d) ভাৰতীয় জীৱন বীমা নিগম

2. মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি পাঁচটা পর্যায় হ'ল:

(a) কাগজী মুদ্রা ধাতু মুদ্রা অমুদ্রিত ধাতুমান বিনিময় প্রথা → জন্তুমান

(b) বিনিময় প্রথা জন্তুৰ মান → অমুদ্রিত ধাতুমান ধাতু মুদ্রা কাগজী মুদ্রা

(c) বিনিময় প্রথা কাগজী মুদ্রা অমুদ্রিত ধাতুমান জন্তুমান ধাতুমুদ্রা

(d) জন্তুমান → অমুদ্রিত ধাতুমান ধাতুমুদ্রা → বিনিময় প্রথা কাগজী মুদ্রা

3. চলিত আমানত কাক বোলে?

4. নিটি (NITI) আয়োগৰ অধ্যক্ষ কোন?

5. ---------মুদ্ৰাৰ এটা বৈশিষ্ট্য নহয়। (সাধাৰণ গ্রহণযোগ্যতা / পূৰ্ণ সাদৃশ্যতা/ তাৰল্য  গুণ/সহজে নষ্ট হ'ব পৰা গুণ)

6. তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ লিখাঃ

(i) দেশ এখনত কাগজী মুদ্রা ছপা কৰাটো কেন্দ্রীয় বেংকৰ একচেতীয়া অধিকাৰ।

 Important Questions   1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

1. তলৰ কোনটো মুদ্রাৰ বৈশিষ্ট নহয়?

(a) মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থাকে।

(b) মুদ্রা সহজে নষ্ট হোৱা সামগ্রী হ'ব পাৰে।

(c) মুদ্রাৰ তাৰল্য গুণ থাকে।

(d) মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব।

2. তলৰ কোনটো মুদ্রাৰ কাৰ্য নহয়?

(a) মুদ্রা হৈছে বিনিময়ৰ মাধ্যম।

(b) মুদ্রাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাম কৰে।

(c) মুদ্রাই স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কাম কৰে। 

(d) মুদ্রাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন নকৰে।

3. তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য হয়?

(a) কেন্দ্রীয় বেংকে আন বেংকৰ ঋণ পৰিশোধ নকৰে।

(b) কেন্দ্রীয় বেংকে কাগজী মুদ্রা ছপা কৰে।

(c) কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তৰ যোগান নধৰে।

(d) কেন্দ্রীয় বেংকে উন্নয়নমূলক কার্য নকৰে।

4. তলৰ কোনটো বেংকে ক্ষুদ্র উদ্যোগিক উন্নয়নৰ কাম কৰে।

(a) SIDBI

(b) SBI

(c) RBI

(d) IDBI

5. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজার্ভ বেংক স্থাপিত হৈছিল।

(a) 1928 চনত

(c) 1945 চনত

(b) 1935 চনত

(d) 1947 চনত

6. 'কেন্দ্রীয় বেংক হৈছে বেংকসমূহৰ বেংক' কথাষাৰ কৈছিল

(a) ৱাকাৰে

(b) জিয়ফ্রি ক্রাউথাৰে

(c) জন হিক্সে

(d) চেমুৱেলচনে

7. কাগজী মুদ্রা যোগান ধৰাৰ একমাত্ৰ অধিকাৰ-

(a) ষ্টেটবেংকৰ

(b) বাণিজ্যিক বেংকৰ

(c) কেন্দ্ৰীয় বেংকৰ 

(d) বিশ্ববেংকৰ

8.  ভাৰতৰ প্ৰধান চৈধ্যটা বাণিজ্যিক বেংক প্রথম ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল-

(a) 1969 চনত

(b) 1995 চনত

(c) 1949 চনত

(d) 1979 চনত

9. অসম সমবায় এপেক্স বেংক লিমিটেড স্থাপন কৰা হয়-

(a) 1938 চনত

(b) 1945 চনত

(c) 1948 চনত

(d) 1947 চনত

10. খালী ঠাই পূৰ কৰা :-

(i) সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হ'ল-------------

(ii) ------------হ'ল সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ ।

(iii) মুদ্ৰাৰ ------------গুণ থাকিব লাগিব।

(iv) মুদ্রাই সা-সামগ্ৰীৰ মূল্যৰ------------- হিচাপে কার্য সম্পাদন কৰে।

(v) মুদ্রাই স্থগিত দেনা-পাওনাৰ-------------- হিচাপে কার্য সম্পাদন কৰে।

(vii) --------- এবিধ বিত্তীয় অনুষ্ঠান, যি ঋণৰ ব্যৱসায় কৰে।

(viii) ছুইডেনৰ --------------বেংক সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক।

(ix) থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংক হ'ল------------- বেংক । 

(x) কেন্দ্রীয় বেংকে ----------- ছপা কৰে।   

(xi) ----------- বেংকে আমানত মুদ্রা বা ঋণ মুদ্রাৰ পৰিমাণ নিয়ন্ত্রণ কৰে।

(xii) ------------ বেংকে সঞ্চয় সংগ্ৰহ কৰে।

(xiii) গ্রাম্য ঋণৰ যিবোৰ কাৰ্য ৰিজার্ভ বেংকে সম্পাদন কৰিছিল, সেইবোৰ কাৰ্য--------------লৈ হস্তান্তৰ কৰা হয়।

(xiv) ছিদৱিৰ মুখ্য কার্যালয় ------------অৱস্থিত।

(xv) বিনিময় প্রথাক মুদ্ৰাৰ ক্ৰমবিকাশৰ--------------বুলি ক'ব পাৰি।

(xvi) পণ্য বিনিময় প্রথাত দ্ৰব্যৰ সলনি দ্ৰব্যৰ বিনিময়------------- সংঘটিত হয়।

(xvii) বিনিময় প্রথা কাৰ্যকৰী হোৱাৰ বাবে -----------ব্যক্তিৰ অভাৱ পৰস্পৰ পৰিপূৰক হ'ব লাগে। 

(xviii) 'মুদ্রাই যি কাৰ্য কৰে সিয়ে মুদ্রা' কথাষাৰ কৈছিল----------

(xix) মুদ্রা নিয়ন্ত্ৰণৰ জৰিয়তে -----------মুদ্রাৰ যোগান কম-বেছি কৰিব পাৰে। 

(xx) অর্থনীতিবিদ ক্রাউথাৰৰ মতে----------------সকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ। 

(xxi) দেশৰ সকলো মানুহৰ মাজত প্রচলিত মুদ্রা------------- বোলে।

(xxii) 1656 চনত স্থাপিত ছুইডেনৰ ------------- সবাতোকৈ পুৰণি কেন্দ্রীয় বেংক।

(xxiii) মুদ্রা দুই প্ৰকাৰ------------- মুদ্রা আৰু -------------মুদ্রা।

11. হিচাপৰ মুদ্ৰা বুলিলে কি বুজা?

12. প্রকৃত মুদ্রা কি?

13. পৰিবৰ্তনীয় কাগজী মুদ্রা কি?

14. অপৰিবৰ্তনীয় কাগজী মুদ্রা কি?

15. প্রতীক মুদ্ৰাৰ অৰ্থ লিখা।

16. এটা প্রতীক মুদ্ৰাৰ উদাহৰণ দিয়া।

17. আদেশ মুদ্রা কি?

18. বিহিত মুদ্রা কি?

19. এটা বিহিত মুদ্ৰাৰ উদাহৰণ দিয়া।

20. ধনাদেশক মুদ্রা বুলিব পাৰিনে?

21. মুদ্রা সংকোচন মানে কি?

22. বাণিজ্যিক বেংকৰ সংজ্ঞা লিখা।

23. বিনিময় প্রথাৰ এটা অসুবিধা লিখা।

24. মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্য্যায়টো কি?

25. মুদ্ৰাৰ ক্ৰমবিকাশৰ যিকোনো এটা পৰ্য্যায় উল্লেখ কৰা?

26. অমৌদ্রিক ধাতুমান ব্যৱস্থাত বিনিময়ৰ মাধ্যম হিচাপে কি ব্যৱহাৰ কৰা হৈছিল?

19. মুদ্রাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

20. মুদ্রাৰ যিকোনো এটা কাৰ্য্য উল্লেখ কৰা।

21. মুদ্রা কেই প্ৰকাৰৰ?

22. মান মুদ্রা কি?

23. ক'লা মুদ্রাৰ উৎপত্তিৰ কাৰণ কি?

24. বেংক কি?

25. ভাৰতবৰ্ষৰ প্ৰথমটো বেংক কেতিয়া স্থাপন হৈছিল?

26. ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নামটো কি?

27. ভাৰতীয় ৰিজার্ভ বেংক কেতিয়া স্থাপিত হৈছিল? 

28. ভাৰতৰ কেন্দ্ৰীয় বেংকৰ এটা কাৰ্য্য উল্লেখ কৰা।

29. IDBI বেংক কেতিয়া স্থাপিত হৈছিল?

30. IDBI বেংকৰ এটা কাৰ্য্য উল্লেখ কৰা।

31. আঞ্চলিক গ্রাম্য বেংক কেতিয়া স্থাপন কৰা হৈছিল?

32. 1975 চনত কেইটা আঞ্চলিক বেংক স্থাপন কৰা হৈছিল?

33. ভাৰতবৰ্ষত বর্তমান কেইটা আঞ্চলিক বেংক আছে?

34. NABARD বেংক কেতিয়া স্থাপন হৈছিল?

35. NABARD সম্পূৰ্ণ ৰূপটো লিখা।

36. IDBI ৰ সম্পূৰ্ণ ৰূপটো লিখা।

37. SIDBI ৰ সম্পূৰ্ণ ৰূপটো লিখা।

38. SIDBI ৰ মুখ্য কাৰ্য্যালয় ক'ত অৱস্থিত?

39. গ্রাম্য ঋণৰ ক্ষেত্ৰত কাৰ্য কৰা বেংক কোনটো?

40. ক্ষুদ্র উদ্যোগলৈ ঋণ আগবঢ়োৱা মূখ্যতঃ বেংক কোনটো?

41. NABARD ৰ এটা কাৰ্য লিখা।

42. SIDBI ৰ এটা কাৰ্য লিখা।

43. বিশ্বৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি?

44. বিশ্বৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটো কেতিয়া প্রতিষ্ঠা হৈছিল?

45. কাগজী মুদ্রা ছপা কৰাৰ ক্ষমতা কোনটো বেংকৰ আছে? 

46. আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ কোন বেংকে নিয়ন্ত্রণ কৰে?

47. অসমৰ প্ৰথমটো বেংকৰ নাম কি?

48. অসমৰ প্ৰথমটো বেংক কেতিয়া প্রতিষ্ঠা হৈছিল?

49. বেংক সমূহৰ বেংক কোনটো?

50. সঞ্চয় কেই প্ৰকাৰৰ?

51. যিকোনো এবিধ সঞ্চয়ৰ নাম লিখা।

52. ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংকটোৰ নাম লিখা।

53. বিনিময়ৰ অৰ্থ লিখা।

54. মুদ্ৰাৰ সংজ্ঞা দিয়া।

55. বর্তমান কালত দ্রব্য মূল্যাংকৰ প্ৰধান মাপকাঠী কি?

56. কাগজী মুদ্রা ছপা আৰু প্ৰচলন কৰাৰ একচেটিয়া অধিকাৰ

কোনটো বেংকৰ ওপৰত ন্যস্ত কৰা হৈছে।

57. আমাৰ দেশৰ হিচাপ-নিকাচৰ মুদ্ৰাটোৰ নাম কি? 58. প্রতিনিধিত্বমূলক কাগজী মুদ্রা মানে কি?

59. আদেশ মুদ্ৰাবোৰক পূৰ্ণমুদ্ৰা বুলিব পাৰিনে?

60. ধনাদেশক নিকট-মুদ্রা বোলাৰ কাৰণ কি?

61. মুদ্ৰাৰ প্ৰাথমিক কার্য কি?

62. বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য কৰিবলৈ মুদ্ৰাৰ অত্যাৱশ্যকীয় গুণটো কি?

63. সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাৰ্য কৰিবলৈ মুদ্ৰাৰ প্ৰধান গুণটো কি?

64. ক'লা ধনৰ অৰ্থ লিখা।

65. কোনটো বেংকক বাণিজ্যিক বেংকৰ অন্তিম ঋণদাতা বুলি। কোৱা হয়?

 2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)

1. পণ্য বিনিময় প্রথাৰ দুটা অসুবিধা উল্লেখ কৰা।

2. অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বুলিলে কি বুজা? 

3. বিনিময় প্রথা বিলুপ্ত হোৱাৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।

4. মুদ্ৰাৰ দুটা গুৰুত্বপূৰ্ণ কাৰ্য উল্লেখ কৰা।

5. মুদ্রাৰ তিনিটা কুফল উল্লেখ কৰা।

6. মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?

7. মুদ্রাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়? 

৪. সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি?

9. পূর্ণ মূল্য মুদ্রা আৰু প্ৰতীক মুদ্ৰাৰ পাৰ্থক্য লিখা। 

10. আঞ্চলিক গ্রাম্য বেংকে কি কাৰ্য সম্পাদন কৰে?

11. বেংক জমা কেই প্ৰকাৰৰ আৰু কি কি?

12. ঋণমুদ্রা সৃষ্টি কেনেকৈ হয়?

13. মুদ্ৰাৰ তিনিটা বৈশিষ্ট লিখা।

14. মুদ্ৰাৰ তাৰল্য গুণ বুলিলে কি বুজা?

15. মুদ্রা কেই প্ৰকাৰৰ কি কি?

16. প্রকত মুদ্ৰা কেই প্ৰকাৰৰ? তিনিটাৰ নাম উল্লেখ কৰা।

17. বেংক কেই প্ৰকাৰৰ কি কি?

18. কেন্দ্ৰীয় বেংকৰ তিনিটা কাৰ্য্য উল্লেখ কৰা।

19. IDBI বেংকৰ দুটা কাৰ্য্য উল্লেখ কৰা।

20. NABARD ৰ দুটা কাৰ্য্য উল্লেখ কৰা।

21. SIDBI ৰ দুটা কাৰ্য্য উল্লেখ কৰা।

22. সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে?

 4/5 Marks Questions (৪/৫ নম্বৰীয়া প্ৰশ্ন)

1. মুদ্ৰাৰ কাৰ্যাৱলীসমূহ চমুকৈ আলোচনা কৰা।

2. আধুনিক অর্থব্যৱস্থাত মুদ্ৰাৰ গুৰুত্ব আলোচনা কৰা।

3. মুদ্ৰাৰ কুফলসমূহ বৰ্ণনা কৰা।

4. বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আলোচনা কৰা।

5. কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্যাৱলী আলোচনা কৰা।

6. মুদ্ৰাৰ ক্ৰমবিকাশৰ বিষয়ে চমুকৈ বাখ্যা কৰা।

7. ক'লা মুদ্রা কিদৰে সৃষ্টি হয়?

৪. অনা বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ কি দৰে পৃথক?

9. কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা।

10. বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কাৰ্য ব্যাখ্যা কৰা।

11. চমুটোকা লিখাঃ-

(i) বিনিময় প্রথা

(ii) মুদ্রা মূল্যৰ ভাণ্ডাৰ

(iii) মুদ্রা হিচাপ নিকাচৰ উমৈহতীয়া একক

(iv) মুদ্রাৰ তাৰল্য গুণ

(v) বিহিত মুদ্রা

(vi) প্রতীক মুদ্রা

(vii) ক'লা মুদ্রা

(viii) বেংক

(ix) বাণিজ্যিক বেংক

(x) ভাৰতীয় ঔদ্যোগিক উন্নয়ণ বেংক

(xi) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক

(xii) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক

(xiii) কেন্দ্রীয় বেংক।