BA Major 4th Sem
EDUCATION
Paper Code EDU-HC-4016
Chapter - 2
এ.পি.জে. আব্দুল কালামৰ শৈক্ষিক চিন্তাধাৰা
এই বিষয়ৰ লগতে 4th Semester Education সকলো উত্তৰ পাবলৈ 290 টকা দি ১ বছৰৰ বাবে সকলো উত্তৰ আৰু Update সময়ে সময়ে পাই থাকিব।
চমু প্ৰশ্ন উত্তৰঃ
১) আব্দুল কালামৰ জন্ম ক'ত হৈছিল ?
২) ড° এ, পি, জে আব্দুল কালামৰ মতে বিকশিত ভাৰতবৰ্ষৰ বৈশিষ্ট্যবোৰ কি কি ?
৩) আব্দুল কালামৰ কেতিয়া জন্ম হৈছিল ?
৪) কালামে কেতিয়া পদ্মবিভূষণ সন্মান লাভ কৰিছিল ?
৫) আব্দুল কালামৰ মাতৃ কোন আছিল ?
৬) কেতিয়া আৰু ক'ত এ, পি, জে, আব্দুল কালামৰ মৃত্যু হৈছিল ?
৭) আব্দুল কালামৰ সম্পূৰ্ণ নামটো কি ?
৮) আব্দুল কালামৰ দেউতাক কোন আছিল ?
৯) কালামে কেতিয়া ভাৰতৰত্ন সন্মান লাভ কৰিছিল ?
১০) ২১ শতিকাৰ বাবে শিক্ষাৰ আৰ্হিৰ দুটা উপাদান উল্লেখ কৰা ।
১১) কালামে কেতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হৈছিল ?
১২) এ, পি, জে, আব্দুল কালামৰ মতে শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা ।
১৩) ড° এ, পি, জে আব্দুল কালামৰ মতে এখন বিকশিত দেশত নাৰীৰ ভূমিকা আলোচনা কৰা ।
১৪) ড° এ, পি, জে আব্দুল কালামৰ মতে একবিংশ শতিকাৰ বাবে শিক্ষাৰ মডেল বা আৰ্হিৰ বিষয়ে চমুকৈ লিখা ।
১৫) আব্দুল কালামৰ মতে শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ আলোচনা কৰা ।
১৬) কালামৰ জীৱন দৰ্শন সম্বন্ধে চমুকৈ লিখা ।
১৭) ড° এ, পি, জে আব্দুল কালামৰ মতে শিক্ষকৰ ভূমিকা আৰু দায়িত্ব আলোচনা কৰা ।
0 Comments