BA Major 4th Sem

EDUCATION

Paper Code EDU-HC-4016

Chapter - 2

এ.পি.জে. আব্দুল কালামৰ শৈক্ষিক চিন্তাধাৰা

এই বিষয়ৰ লগতে 4th Semester Education সকলো উত্তৰ পাবলৈ 290 টকা দি ১ বছৰৰ বাবে সকলো উত্তৰ আৰু Update সময়ে সময়ে পাই থাকিব।

Join Our Membership Now 



চমু প্ৰশ্ন উত্তৰঃ

১) আব্দুল কালামৰ জন্ম ক'ত হৈছিল ?

২) ড° এ, পি, জে আব্দুল কালামৰ মতে বিকশিত ভাৰতবৰ্ষৰ বৈশিষ্ট্যবোৰ কি কি ?

৩) আব্দুল কালামৰ কেতিয়া জন্ম হৈছিল ?

৪) কালামে কেতিয়া পদ্মবিভূষণ সন্মান লাভ কৰিছিল ? 

৫) আব্দুল কালামৰ মাতৃ কোন আছিল ?

৬) কেতিয়া আৰু ক'ত এ, পি, জে, আব্দুল কালামৰ মৃত্যু হৈছিল ?

৭) আব্দুল কালামৰ সম্পূৰ্ণ নামটো কি ?

৮) আব্দুল কালামৰ দেউতাক কোন আছিল ?

৯) কালামে কেতিয়া ভাৰতৰত্ন সন্মান লাভ কৰিছিল ?

১০) ২১ শতিকাৰ বাবে শিক্ষাৰ আৰ্হিৰ দুটা উপাদান উল্লেখ কৰা । 

১১) কালামে কেতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হৈছিল ?

১২) এ, পি, জে, আব্দুল কালামৰ মতে শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা । 

১৩) ড° এ, পি, জে আব্দুল কালামৰ মতে এখন বিকশিত দেশত নাৰীৰ ভূমিকা আলোচনা কৰা । 

১৪) ড° এ, পি, জে আব্দুল কালামৰ মতে একবিংশ শতিকাৰ বাবে শিক্ষাৰ মডেল বা আৰ্হিৰ বিষয়ে চমুকৈ লিখা । 

১৫) আব্দুল কালামৰ মতে শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ আলোচনা কৰা । 

১৬) কালামৰ জীৱন দৰ্শন সম্বন্ধে চমুকৈ লিখা । 

১৭) ড° এ, পি, জে আব্দুল কালামৰ মতে শিক্ষকৰ ভূমিকা আৰু দায়িত্ব আলোচনা কৰা ।