BA Major 4th Sem

EDUCATION

Paper Code EDU-HC-4016

Chapter - 4

গোট-৪ ৰুচো আৰু ফ্ৰোবেলৰ শৈক্ষিক চিন্তা

এই বিষয়ৰ লগতে 4th Semester Education সকলো উত্তৰ পাবলৈ 290 টকা দি ১ বছৰৰ বাবে সকলো উত্তৰ আৰু Update সময়ে সময়ে পাই থাকিব।

Join Our Membership Now 


চমু প্ৰশ্নৰ উত্তৰঃ 

১) কোন চনত ৰুছোৰ জন্ম হৈছিল ?

২) কোন চনত ফ্ৰ'বেলৰ জন্ম হৈছিল ?

৩) কোনখন ঠাইত ৰুছোৰ জন্ম হৈছিল ?

৪) এমিল নামৰ বিখ্যাত গ্ৰন্থখনৰ ৰচক কোন ?

৫) কোন চনত ৰুছোৰ মৃত্যু হৈছিল ?

৬) ৰুছোৰ সম্পূৰ্ণ নামটো কি ?

৭) ফ্ৰ'বেলৰ দুখন বিখ্যাত গ্ৰন্থৰ নাম উল্লেখ কৰা । 

৮) ফ্ৰ'বেলৰ প্ৰথম কেতিয়া 'কিণ্ডাৰগাৰ্টেন' স্থাপন কৰিছিল ?

৯) ফ্ৰ'বেলৰ সম্পূৰ্ণ নামটো কি ?

১০) কোনখন ঠাইত ফ্ৰ'বেলে 'কিণ্ডাৰগাৰ্টেন' স্থাপন কৰিছিল ?

১১) ৰুছোৰ দুখন বিখ্যাত গ্ৰন্থৰ নাম লিখা । 

১২) কেতিয়া কিণ্ডাৰগাৰ্টেনে সম্পূৰ্ণ ৰূপ পায় ?

১৩) ৰুছোৰ জীৱন দৰ্শনৰ দুটা নীতি উল্লেখ কৰা । 

১৪) ৰুছোৰ নেতিবাচক শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

১৫) ৰুছোৰ মতে প্ৰকৃতিৰ অৰ্থ কেইটা ?

১৬) কিণ্ডাৰগাৰ্টেনৰ অৰ্থ কি ?

১৭) ৰুছোৰ জীৱন দৰ্শন সম্বন্ধে চমুকৈ আলোচনা কৰা । 

১৮) ৰুছোৰ মতে শিক্ষাৰ লক্ষ্য কি ?

১৯) ৰুছোৰ নেতিবাচক শিক্ষাৰ বিষয়ে চমুকৈ লিখা । 

২০) পাঠ্যক্ৰম সম্বন্ধে ৰুছোৰ মতামত চমুকৈ লিখা । 

২১) ৰুছোৰ মতে শিক্ষকৰ ভূমিকা আলোচনা কৰা । 

২২) ৰুছোৰ মতে অনুশাসন সম্বন্ধে চমুকৈ লিখা । 

২৩) প্ৰকৃতিৰ তিনিটা অৰ্থ কি কি ?

২৪) ফ্ৰ'বেলৰ 'কিণ্ডাৰগাৰ্টেন'ৰ বিষয়ে চমুকৈ লিখা । 

২৫)  আধুনিক শৈক্ষিক চিন্তাধাৰালৈ ৰুছোৰ তাৎপৰ্যপূৰ্ণ অৱদানখিনি আলোচনা কৰা । 

২৬) ফ্ৰ'বেলৰ জীৱন দৰ্শন সম্বন্ধে চমুকৈ লিখা । 

২৭) ২১ শতিকাত ৰুছোৰ আদৰ্শৰ প্ৰাসংগিকতা সম্বন্ধে লিখা ।

২৮) পাঠ্যক্ৰম সম্বন্ধে ফ্ৰ'বেলৰ ধাৰণা আলোচনা কৰা । 

২৯) শিক্ষাজগতলৈ ফ্ৰ'বেলৰ অৱদানসমূহ আলোচনা কৰা । 

৩০) ফ্ৰ'বেলৰ শিক্ষা নীতিৰ বিষয়ে আলোচনা কৰা । 

৩১) ফ্ৰ'বেলৰ নতুন শিক্ষণ পদ্ধতিৰ বিষয়ে আলোচনা কৰা ।