BA Major 4th Sem
EDUCATION
Paper Code EDU-HC-4016
Chapter - 4
গোট-৪ ৰুচো আৰু ফ্ৰোবেলৰ শৈক্ষিক চিন্তা
এই বিষয়ৰ লগতে 4th Semester Education সকলো উত্তৰ পাবলৈ 290 টকা দি ১ বছৰৰ বাবে সকলো উত্তৰ আৰু Update সময়ে সময়ে পাই থাকিব।
চমু প্ৰশ্নৰ উত্তৰঃ
১) কোন চনত ৰুছোৰ জন্ম হৈছিল ?
২) কোন চনত ফ্ৰ'বেলৰ জন্ম হৈছিল ?
৩) কোনখন ঠাইত ৰুছোৰ জন্ম হৈছিল ?
৪) এমিল নামৰ বিখ্যাত গ্ৰন্থখনৰ ৰচক কোন ?
৫) কোন চনত ৰুছোৰ মৃত্যু হৈছিল ?
৬) ৰুছোৰ সম্পূৰ্ণ নামটো কি ?
৭) ফ্ৰ'বেলৰ দুখন বিখ্যাত গ্ৰন্থৰ নাম উল্লেখ কৰা ।
৮) ফ্ৰ'বেলৰ প্ৰথম কেতিয়া 'কিণ্ডাৰগাৰ্টেন' স্থাপন কৰিছিল ?
৯) ফ্ৰ'বেলৰ সম্পূৰ্ণ নামটো কি ?
১০) কোনখন ঠাইত ফ্ৰ'বেলে 'কিণ্ডাৰগাৰ্টেন' স্থাপন কৰিছিল ?
১১) ৰুছোৰ দুখন বিখ্যাত গ্ৰন্থৰ নাম লিখা ।
১২) কেতিয়া কিণ্ডাৰগাৰ্টেনে সম্পূৰ্ণ ৰূপ পায় ?
১৩) ৰুছোৰ জীৱন দৰ্শনৰ দুটা নীতি উল্লেখ কৰা ।
১৪) ৰুছোৰ নেতিবাচক শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।
১৫) ৰুছোৰ মতে প্ৰকৃতিৰ অৰ্থ কেইটা ?
১৬) কিণ্ডাৰগাৰ্টেনৰ অৰ্থ কি ?
১৭) ৰুছোৰ জীৱন দৰ্শন সম্বন্ধে চমুকৈ আলোচনা কৰা ।
১৮) ৰুছোৰ মতে শিক্ষাৰ লক্ষ্য কি ?
১৯) ৰুছোৰ নেতিবাচক শিক্ষাৰ বিষয়ে চমুকৈ লিখা ।
২০) পাঠ্যক্ৰম সম্বন্ধে ৰুছোৰ মতামত চমুকৈ লিখা ।
২১) ৰুছোৰ মতে শিক্ষকৰ ভূমিকা আলোচনা কৰা ।
২২) ৰুছোৰ মতে অনুশাসন সম্বন্ধে চমুকৈ লিখা ।
২৩) প্ৰকৃতিৰ তিনিটা অৰ্থ কি কি ?
২৪) ফ্ৰ'বেলৰ 'কিণ্ডাৰগাৰ্টেন'ৰ বিষয়ে চমুকৈ লিখা ।
২৫) আধুনিক শৈক্ষিক চিন্তাধাৰালৈ ৰুছোৰ তাৎপৰ্যপূৰ্ণ অৱদানখিনি আলোচনা কৰা ।
২৬) ফ্ৰ'বেলৰ জীৱন দৰ্শন সম্বন্ধে চমুকৈ লিখা ।
২৭) ২১ শতিকাত ৰুছোৰ আদৰ্শৰ প্ৰাসংগিকতা সম্বন্ধে লিখা ।
২৮) পাঠ্যক্ৰম সম্বন্ধে ফ্ৰ'বেলৰ ধাৰণা আলোচনা কৰা ।
২৯) শিক্ষাজগতলৈ ফ্ৰ'বেলৰ অৱদানসমূহ আলোচনা কৰা ।
৩০) ফ্ৰ'বেলৰ শিক্ষা নীতিৰ বিষয়ে আলোচনা কৰা ।
৩১) ফ্ৰ'বেলৰ নতুন শিক্ষণ পদ্ধতিৰ বিষয়ে আলোচনা কৰা ।
0 Comments